অসম লাইভ২৪ঃ
এক্সিট প’লে ভালখবৰ আনিছে কংগ্ৰেছৰ বাবে
অধিকাংশ এক্সিট প’লৰ মতে কৰ্ণাটকত কংগ্ৰেছৰ চৰকাৰ
ইণ্ডিয়া টুডে মাই এক্সিছৰ মতে কংগ্ৰেছে লাভ কৰিব ১২২-১৪০ খন আসন
বিজেপিয়ে পাব ৬২-৮০ খন আসন
জেডিএছে পাব ২০-২৫ খন আসন
এবিপি চি ভোটাৰৰ মতেও কৰ্ণাটকত কংগ্ৰেছৰ চৰকাৰ
কংগ্ৰেছৰ ১০০-১১২ খন আসন
বিজেপিৰ ৮৩-৮৫ খন আসন
জেডিএছ ২১-২৯ খন আসন
ইণ্ডিয়া টিভি, টাইমছ নাও, ৰিপাব্লিক, টিভি-৯ আৰু জি নিউজৰ মতেও আগবাঢ়ি আছে কংগ্ৰেছ
বিজেপিয়ে মানি ল’ব পৰা নাই এই এক্সিট প’ল
বিজেপিৰ মতে ভুল হ’ব এক্সিট প’ল আৰু চৰকাৰ হ’ব বিজেপিৰ
কৰ্ণাটকত কংগ্ৰেছৰ পক্ষে বলিল বতাহ
ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ প্ৰভাৱ দেখা যাব নেকি কৰ্ণাটকত?
কংগ্ৰেছৰ ৫ গেৰাণ্টিয়েও শাসনলৈ অহাত সহায় কৰিব নেকি দলটোক?
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এক্সিট প’লক লৈ
মুখ্যমন্ত্ৰী ব্যস্ত অসমক লৈ
আন ৰাজ্যৰ কথা তেওঁ নাজানে
মোদী মেজিক নচলিল নেকি কৰ্ণাটকত?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















