• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
থাকে এটা কোঠাৰ ফ্লেটত! ছবিয়ে প্ৰতি লয় ১০০ কোটি, ছলমানৰ সম্পত্তিৰ পৰিমাণ কিমান জানেনে?

থাকে এটা কোঠাৰ ফ্লেটত! ছবিয়ে প্ৰতি লয় ১০০ কোটি, ছলমানৰ সম্পত্তিৰ পৰিমাণ কিমান জানেনে?

3 years ago
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

হাইঠা মাটিত পৰিল! হঠাৎ কিয় ভাৰতৰ প্ৰতি নৰম হ’ল ড’নাল্ড ট্ৰাম্প?

18 minutes ago
আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

44 minutes ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

1 hour ago
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

2 hours ago
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

3 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিসহ ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ!

4 hours ago
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

4 hours ago
কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

5 hours ago
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

6 hours ago
‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

7 hours ago
এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

7 hours ago
ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

থাকে এটা কোঠাৰ ফ্লেটত! ছবিয়ে প্ৰতি লয় ১০০ কোটি, ছলমানৰ সম্পত্তিৰ পৰিমাণ কিমান জানেনে?

editor by editor
May 14, 2023
in চিনেমা, জীৱনশৈলী, ফেশ্বন, বিনোদন, বিবিধ, ভাৰত
0
থাকে এটা কোঠাৰ ফ্লেটত! ছবিয়ে প্ৰতি লয় ১০০ কোটি, ছলমানৰ সম্পত্তিৰ পৰিমাণ কিমান জানেনে?
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শনিবাৰে সন্ধিয়া পশ্চিমবংগত উপস্থিত হৈছে ছলমান খান। ছলমান খানক আদৰি নিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। ইষ্টবেংগল ক্লাবত ছলমানক চাবৰ বাবে ভীৰ কৰিছে পশ্চিমবংগৰ বহু লোকে। ৪ দশকৰো বেছি সময় ধৰি বলীউডত বেছ জনপ্ৰিয় ছলমান। এই ৪ দশকত ছলমানে দেশবাসীক উপহাৰ দিছে এখনৰ পাছত আন এখন জনপ্ৰিয় ছবি। এই দীৰ্ঘ সময়ছোৱাত ছলমানে আয়ো কৰিছে কেইবা শ কোটি ধন। এক সংস্থাই দাবী কৰা মাতে ছলমানৰ বছৰি আয়ৰ পৰিমান বৰ্তমান প্ৰায় ২০০ কোটি টকা। সেই অনুপাতে ছলমানৰ বৰ্তমানলৈ সম্পত্তিৰ পৰিমান প্ৰায় ২ হাজাৰ ৮৫০ কোটি টকা।

ছবি য়ে প্ৰতি ছলমানে পাৰিশ্ৰমিক কিমান লয় সেই কথাও জানিবলৈ বহুজনেই আগ্ৰহী। ১৯৮৮ চনত ছলমানৰ প্রথম ছবি ‘বিবি হৌ তৌ এইছি’ ছবিয়ে মুক্তিলাভ কৰিছিল। এই ছবিত অভিনয় কৰি ছলমানে লাভ কৰিছিল ১১ হাজাৰ টকাৰ পাৰিশ্ৰমিক। বৰ্তমান ছলমানে ছবিয়ে প্ৰতি ১০০ ৰ পৰা ২০০ কোটি পাৰিশ্ৰমিক লয়। অৱশ্যে এই পাৰিশ্ৰমিকৰ মাজত থাকে ছবিৰ পৰা লাভ কৰা মুনাফাৰ লাভাংশও। যদি কেইটামান উদাহৰণ চোৱা যায় তেন্তে এই কথা স্পষ্ট হৈ পৰিব।

শেহতীয়াকৈ মুক্তি পোৱা ছবি ‘কিছি কি ভাই কিছি কা জান’ ছবিৰ বাবে ছলমান খানে পাৰিশ্ৰমিক লৈছে ১২৫ কোটি টকা। ‘টাইগাৰ জিন্দা হে’ ছবিৰ বাবে ছলমানে পাৰিশ্ৰমিক লৈছিল ১৩০ কোটি টকা। টাইগাৰৰ থাৰ্ড চিৰিজো শীঘ্ৰেই মুক্তি পাব। এই থাৰ্ড চিৰিজৰ বাবে ছলমানে পাৰিশ্ৰমিক লৈছে ১০০ কোটি টকা। ইয়াৰোপৰি ছলমানে বহু বিজ্ঞাপনো কৰে। বিভিন্ন পণ্যৰ বিজ্ঞাপনত ছলমানক সততে দেখা যায়। এই বিজ্ঞাপনৰ ক্লিপ নিজৰ সামাজিক মাধ্যমত শ্বেয়াৰো কৰে ছলমানে। নিজা পেজত শ্বেয়াৰ কৰাৰ বিনিময়তো ছলমানে লাভ কৰে ধন। এটা পোষ্টৰ বাবেই ছলমানে প্ৰায় ৫০ লাখৰো অধিক ধন লাভ কৰে। ইয়াৰোপৰি প্ৰায় প্ৰতিবছৰে ১০ ৰ পৰা ১৫ টা ব্ৰেণ্ডৰ প্ৰমোছন কৰে ছলমানে।

এইসমূহৰ ওপৰিও ছলমানৰ আছে নিজস্ব ব্যৱসায়ো। নিজা প্ৰযোজনা সংস্থা, পোছাকৰ ব্ৰেণ্ড, জীমৰ সা সৰঞ্জামৰ নিজা ব্ৰেণ্ডৰ পৰাও বহু ধন আয় কৰে ছলমানে। ছলমানৰ দৰে তাৰকাই সৰু পৰ্দাত সাধাৰণতে কাম নকৰে যদিও ছলমানে বহুদিন ধৰি কালাৰ্ছৰ ৰিয়েলিটি শ্ব, ‘বিগ বছ’ত এংকৰ হিচাপে আছে। সূত্ৰই দাবী কৰামতে ছলমানে এদিনৰ এংকৰিঙৰ বাবে ১২ ৰ পৰা ১৫ কোটি টকা পাৰিশ্ৰমিক হিচাপে লয়। ইয়াৰোপৰি ছলমানে দেশৰ কেইবাটাও জনপ্ৰিয় ষ্টাৰ্ট আপ কোম্পানীত বিনিয়োগো কৰিছে।

ছলমান বলীউডৰ প্ৰথম শাৰীৰ অভিনেতা। সেই হিচাপে ছলমান গাড়ীৰো অভাৱ নাই। ছলমানৰ নিজা কালেকছনত থকা গাড়ীৰ সংখ্যা আৰু দাম শুনিলে বহুতৰেই চকু কঁপালত উঠে। মুম্বাইৰ বান্দ্ৰাৰ গেলেক্সি এপাৰ্টমেণ্টত থাকে ছলমান। সমীক্ষা অনুসৰি এই ঘৰটোৰ দাম প্ৰায় ১১৫ কোটি টকা। মুম্বাইৰ চিম্বাই ৰোডটো আছে ছলমানৰ এখন ঘৰ। সেই ঘৰটোৰ দাম প্ৰায় ৯৪ কোটি টকা। গোৰাই বীচ্চত আছে ছলমানৰ হলিডে হোম। সেই ঘৰটোৰো দাম প্ৰায় ৩৫ কোটি টকা। পানভেলটো আছে ছলমানৰ এটা ফাৰ্ম হাউছ। সেইটোৰ দামো প্ৰায় ১০০ কোটি। মুম্বাইৰ চিম্বাই ৰোডতো আছে ছলমানৰ এটা ঘৰ। সেই ঘৰৰ দাম হৈছে প্ৰায় ১৭ কোটি টকা। ইয়াৰোপৰি মুম্বাই আৰু ডুবাই মিলি ছলমানৰ আছিল ৩টাকৈ ঘৰ।

আনহাতে গাড়ীৰ সংখ্যা যদি চোৱা যায়, ছলমানৰ আছে বিএমডব্লিও, মাৰ্ছিডিছ, ৰেঞ্জ ৰোভাৰ, লেণ্ড ক্ৰুজাৰ আৰু এটা লেক্সাছসহ আন ৬খন বিলাসী বাহন। বাইক বা মটৰচাইকেলৰ প্ৰতিও ছলমানৰ বিশেষ আকৰ্ষণ থকাৰ কথা সকলোৱে জানে। ছলমানৰ হাতত আছে কেইবাখনো ছুপাৰ বাইক। সূত্ৰই প্ৰকাশ কৰা অনুসৰি ছলমানৰ আছে ৪খনকৈ ছুপাৰ বাইক। ছলমানৰ হাতত থকা হায়াবুছা কোম্পানীৰ বাইকখনৰ দাম হৈছে প্ৰায় ১৭ লাখ টকা। অইন দুখনৰ বাইকৰ দাম প্ৰায় ১৬ লাখ টকা। ইহমা কোম্পানীৰ আৰু এখন বাইক আছে ছলমানৰ। সেইখনৰ দামো প্ৰায় ২০ লাখ টকা। এইসমূহৰ ওপৰিও ছলমানৰ আছে এখন বিলাসী জাহাজ। সেইখনৰ দাম প্ৰায় ৩ কোটি টকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?
বিশ্ব

হাইঠা মাটিত পৰিল! হঠাৎ কিয় ভাৰতৰ প্ৰতি নৰম হ’ল ড’নাল্ড ট্ৰাম্প?

July 25, 2026
আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক
জীৱনশৈলী

আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

July 25, 2026
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

July 25, 2026
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ
বাণিজ্য

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

July 25, 2026
Next Post
পৰিণীতিৰ সৈতে অন্তৰংগভাৱে ৰাঘৱে দিলে ফটোৰ প’জ! বাগদান সম্পূৰ্ণ হোৱাৰ লগে লগেই পৃথক মেজাজত দেখা গ’ল সাংসদ ৰাঘৱক

পৰিণীতিৰ সৈতে অন্তৰংগভাৱে ৰাঘৱে দিলে ফটোৰ প’জ! বাগদান সম্পূৰ্ণ হোৱাৰ লগে লগেই পৃথক মেজাজত দেখা গ’ল সাংসদ ৰাঘৱক

নিৰ্বাচনী ইস্তাহাৰত কংগ্ৰেছে কৈছিল, কৰ্ণাটকত বজৰং দল নিষিদ্ধ হ’ব! বিজেপিৰ পৰাজয়ৰ পাছতে কংগ্ৰেছক সঁকিয়নী বিশ্ব হিন্দু পৰিষদৰ নেতাৰ

নিৰ্বাচনী ইস্তাহাৰত কংগ্ৰেছে কৈছিল, কৰ্ণাটকত বজৰং দল নিষিদ্ধ হ’ব! বিজেপিৰ পৰাজয়ৰ পাছতে কংগ্ৰেছক সঁকিয়নী বিশ্ব হিন্দু পৰিষদৰ নেতাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.