• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৰিণীতিৰ সৈতে অন্তৰংগভাৱে ৰাঘৱে দিলে ফটোৰ প’জ! বাগদান সম্পূৰ্ণ হোৱাৰ লগে লগেই পৃথক মেজাজত দেখা গ’ল সাংসদ ৰাঘৱক

পৰিণীতিৰ সৈতে অন্তৰংগভাৱে ৰাঘৱে দিলে ফটোৰ প’জ! বাগদান সম্পূৰ্ণ হোৱাৰ লগে লগেই পৃথক মেজাজত দেখা গ’ল সাংসদ ৰাঘৱক

3 years ago
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

10 hours ago
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

10 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

11 hours ago
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

11 hours ago
প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

12 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

13 hours ago
জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

13 hours ago

ভৰিৰ অসহ্যকৰ বিষ? এয়া কেলচিয়ামৰ অভাৱ নে অন্য কিবা জানক

14 hours ago
কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

15 hours ago
কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

16 hours ago
খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

17 hours ago
বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

পৰিণীতিৰ সৈতে অন্তৰংগভাৱে ৰাঘৱে দিলে ফটোৰ প’জ! বাগদান সম্পূৰ্ণ হোৱাৰ লগে লগেই পৃথক মেজাজত দেখা গ’ল সাংসদ ৰাঘৱক

editor by editor
May 14, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত, ৰাজনীতি
0
পৰিণীতিৰ সৈতে অন্তৰংগভাৱে ৰাঘৱে দিলে ফটোৰ প’জ! বাগদান সম্পূৰ্ণ হোৱাৰ লগে লগেই পৃথক মেজাজত দেখা গ’ল সাংসদ ৰাঘৱক
0
SHARES
814
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শনিবাৰে পুৱাৰে পৰাই দিল্লীৰ কপূৰথলাত উখল মাখল পৰিবেশ। সন্ধিয়া নমাৰ লগে লগেই এজনৰ পাছত আনজন ৰাজনৈতিক নেতাৰ ভীৰ। দুই ৰাজ্যৰ দুজনকৈ মুখ্যমন্ত্ৰী, হলীউড অভিনেত্ৰীৰ পৰা আৰম্ভ কৰি বহুজন চেলিব্ৰিটিয়ে ভীৰ কৰিছিল এলেকাটোত। উপলক্ষ্য এটাই, পৰিণীতি আৰু ৰাঘৱৰ বাগদান অনুষ্ঠান। আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱৰ উপস্থিতিত ৰাঘৱ পৰিণীতিৰ বাগদান সম্পূৰ্ণ হয়। নিশাৰে পৰাই দুয়োৰে বাগদানৰ বহু ফটো ভাইৰেল হৈ পৰিছে। দুয়োৱেই অনুষ্ঠানটোত বগা ৰঙৰ পোছাক পৰিধান কৰিছে। দুয়োৰে অনামিকা আঙুলিত জিলিকিছে আঙুঠি। ছবিসমূহ দেখিলেই বুজা যায় এজনে আনজনৰ মাজত হেৰাই যোৱাৰ কথা।

বাগদানৰ ভাইৰেল ভিডিঅ’ত দেখা গৈছে যে ৰাঘৱ-পৰিণীতিয়ে ‘কেছৰী’ ছবিৰ ঔ মাহি ভে… গীতত কণ্ঠ মিলাইছে। তাৰমাজতেই সকলোৰে সন্মুখতেই এজনে আনজনক সাবটিও ধৰিছে। ৰাঘৱৰ তুলনাত পৰিণীতিক অধিক উৎসাহীৰূপত দেখা গৈছে ভিডিঅ’টোত।এই অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল পৰিণীতিৰ ভগ্নী তথা তাৰকা অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা। স্বামী নিক জোনাছ আৰু কন্যা মালতীক এৰি শনিবাৰে পুৱাই ভগ্নীৰ বাগদানত উপস্থিত হৈছে প্ৰিয়ংকা। ইয়াৰোপৰি অনুষ্ঠানটোত উপস্থিত আছিল আদিত্য ঠাকৰে, পি চিডাম্বৰম, ভগৱন্ত মানৰ দৰে ৰাজনৈতিক নেতাও।

বিগত কেইবামাহ ধৰি দুয়োৰে প্ৰেমৰ কথা চৰ্চাৰ বিষয় হৈ আছিল। অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু আপ নেতা ৰাঘৱ চাড্ডাৰ প্ৰেমক লৈ সকলোৰে মাজত চলিছিল চৰ্চা। এই সম্পৰ্ক সঁচা জানো এই প্ৰশ্নও আহিছিল বহুতৰে মনত। নাহিবনো কিয়, পৰিণীতিয়ে নিজেই এক সাক্ষাতকাৰত পূৰ্বে কৈছিল, ‘কোনো ৰাজনীতিবিদৰ সৈতে মই বিয়াত বহিব নোখোজো।’ কিন্তু প্ৰেমে যে সকলো সলাই দিয়ে এই কথা প্ৰমাণ হ’ল পৰিণীতিৰ ক্ষেত্ৰতো। কলেজীয়া বন্ধু ৰাঘৱে ৰাজনীতিত ওতপ্ৰোতভাৱে জড়িত থকাস্বত্ত্বেও বিবাহলৈ এখোজ আগবঢ়াই দিলে পৰিণীতিয়ে।

ইয়াৰৰোপৰি সেই সাক্ষাতকাৰটোত পৰিণীতিয়ে তেওঁৰ স্বামী কেনে হোৱাটো বিচাৰে সেই সন্দৰ্ভত কৈছিল, ‘যাক ভালপাম, তেওঁ মুক্ত মনৰ এজন মানুহ হ’ব লাগিব। তেওঁৰ মাজত ৰসবোধো থাকিব লাগিব। তেওঁ দায়িত্ববান পুৰুষ হ’ব লাগিব। মোতকৈ ২০ বছৰতকৈ অধিক ডাঙৰো হ’ব নালাগিব। মই ৰন্ধা বঢ়াও একেবাৰে নাজানো। আনকি চাহো বনাই পোৱা নাই। ৰন্ধা বিষয় জানিবলৈ মোৰ আগ্ৰহ আৰু ধৈৰ্য্য একেবাৰে কম।’

আনহাতে তেওঁ জীৱনসংগী হিচাপে বিচৰা পুৰুষৰ কথা ক’বলৈ গৈ কৈছিল, ‘মই এনে পুৰুষ বিচাৰো যি স্বনিৰ্ভৰ। নিজকে নিজেই প্ৰতিষ্ঠা কৰাৰ বাবে যুঁজ কৰিছে। ইয়াৰোপৰি প্ৰেমতো নিশ্চয় থাকিবই লাগিব। মোৰ সংগীজন ফুৰি ভালপোৱা মানুহ হ’ব লাগিব। মোৰ প্ৰধান ভালপোৱা হৈছে মই ফুৰি ভালপাওঁ। সমুদ্ৰ, নদী মোৰ দৰে তেওঁৱো ভালপাব লাগিব।’

উল্লেখ্য যে পৰিণীতিয়ে এই সাক্ষাতকাৰ ৰাঘৱৰ সৈতে প্ৰেমৰ কথা চৰ্চালৈ অহাৰ পূৰ্বেই কৈছিল। ইয়াৰ মাজতেই এটা কথা ঠিক যে ৰাঘৱো ভ্ৰমণপ্ৰিয় এজন মানুহ। বিভিন্ন ৰাজ্যলৈ সততেই ৰাঘৱে যাত্ৰা কৰি ভালপায়। বিভিন্ন লোক গাথা জানিবলৈ আগ্ৰহী হোৱাৰ ওপৰিও জন নেতা হোৱাৰ বাবে জনতাৰ অভাৱ অভিযোগ সম্পৰ্কে জানিবলৈ তেওঁ সততেই উদগ্ৰীৱো হৈ থাকে বুলি বহুতেই দাবী কৰে। কালিৰ দিনটোত বাগাদান সম্পূৰ্ণ হোৱাৰ পাছতেই ৰাঘৱে প্ৰাণভৰা সাবটেৰে ধৰি থকা ফটো শ্বেয়াৰ কৰি পৰিণীতিয়ে লিখিছে, ‘বহুদিনীয়া আশা পূৰণ হৈছে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?
জীৱনশৈলী

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

July 4, 2026
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!
বাণিজ্য

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

July 4, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

July 4, 2026
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস
বিনোদন

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

July 4, 2026
Next Post
নিৰ্বাচনী ইস্তাহাৰত কংগ্ৰেছে কৈছিল, কৰ্ণাটকত বজৰং দল নিষিদ্ধ হ’ব! বিজেপিৰ পৰাজয়ৰ পাছতে কংগ্ৰেছক সঁকিয়নী বিশ্ব হিন্দু পৰিষদৰ নেতাৰ

নিৰ্বাচনী ইস্তাহাৰত কংগ্ৰেছে কৈছিল, কৰ্ণাটকত বজৰং দল নিষিদ্ধ হ’ব! বিজেপিৰ পৰাজয়ৰ পাছতে কংগ্ৰেছক সঁকিয়নী বিশ্ব হিন্দু পৰিষদৰ নেতাৰ

নিদাৰুণ সময়! বেগত মৃত সন্তান লৈ ঘৰলৈ উভতিছে পিতৃ, প্ৰকৃততে হৈছে কি?

নিদাৰুণ সময়! বেগত মৃত সন্তান লৈ ঘৰলৈ উভতিছে পিতৃ, প্ৰকৃততে হৈছে কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.