• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিৰ্বাচনী ইস্তাহাৰত কংগ্ৰেছে কৈছিল, কৰ্ণাটকত বজৰং দল নিষিদ্ধ হ’ব! বিজেপিৰ পৰাজয়ৰ পাছতে কংগ্ৰেছক সঁকিয়নী বিশ্ব হিন্দু পৰিষদৰ নেতাৰ

নিৰ্বাচনী ইস্তাহাৰত কংগ্ৰেছে কৈছিল, কৰ্ণাটকত বজৰং দল নিষিদ্ধ হ’ব! বিজেপিৰ পৰাজয়ৰ পাছতে কংগ্ৰেছক সঁকিয়নী বিশ্ব হিন্দু পৰিষদৰ নেতাৰ

3 years ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

57 minutes ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

1 hour ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

2 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

2 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

3 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

3 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

3 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

4 hours ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

5 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

7 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

7 hours ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

নিৰ্বাচনী ইস্তাহাৰত কংগ্ৰেছে কৈছিল, কৰ্ণাটকত বজৰং দল নিষিদ্ধ হ’ব! বিজেপিৰ পৰাজয়ৰ পাছতে কংগ্ৰেছক সঁকিয়নী বিশ্ব হিন্দু পৰিষদৰ নেতাৰ

editor by editor
May 14, 2023
in ভাৰত, ৰাজনীতি
0
নিৰ্বাচনী ইস্তাহাৰত কংগ্ৰেছে কৈছিল, কৰ্ণাটকত বজৰং দল নিষিদ্ধ হ’ব! বিজেপিৰ পৰাজয়ৰ পাছতে কংগ্ৰেছক সঁকিয়নী বিশ্ব হিন্দু পৰিষদৰ নেতাৰ
0
SHARES
217
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কৰ্ণাটকৰ নিৰ্বাচনী ইস্তাহাৰত কংগ্ৰেছৰ তৰফৰ পৰা প্ৰতিশ্ৰুতি দিয়া হৈছিল, ক্ষমতালৈ আহিলেই বজৰং দল আৰু পি এফ আইক কৰ্ণাটকত নিষিদ্ধ কৰা হ’ব৷ শেহতীয়াকৈ কংগ্ৰেছে আশা কৰা ধৰণে ফলাফল লাভ কৰিলে৷ ১৩৬ খন আসনত জয়লাভ কৰিছে কংগ্ৰেছ দলে৷ কংগ্ৰেছে জয়লাভ কৰাৰ পাছতেই সকলোৰে মনত এটাই প্ৰশ্ন কংগ্ৰেছে প্ৰতিশ্ৰুতি দিয়ামতে এই সংগঠন কেইটাক বন্ধ কৰিবনে?

কিন্তু এটা কথা মন কৰিবলগীয়া যে বিশ্ব হিন্দু পৰিষদৰ সাধাৰণ সম্পাদক মিলিন্দ পৰান্দে কংগ্ৰেছে জয়লাভ কৰাৰ লগে লগেই কংগ্ৰেছ দলক উদ্দেশ্যি দিছে বিশেষ সাৱধানবাণী৷ সাৱধানবাণীত মিলিন্দ পৰাণে লিখিছে, ‘হিন্দুৰ প্ৰতি বিদ্বেষ থাকি যদি বজৰং দলক নিষিদ্ধ কৰা হয় তেন্তে উপযুক্ত পদক্ষেপ লোৱা হ’ব৷ বজৰং দল নিষিদ্ধ হোৱাৰ কোনো ভয় নাই বুলিও মন্তব্য কৰিছে পৰান্দে৷ বিশ্ব হিন্দু পৰিষদৰ যুৱ সংগঠন বজৰং দল চৰম হিন্দুত্ববাদী সংগঠন হিচাপেই পৰিচিত৷ পূৰ্বেও বজৰং দলৰ বিৰুদ্ধে একাধিতক অভিযোগ আছে৷ সেয়ে পৰান্দে অতীতৰ কথা উল্লেখ কৰি কৈছে, ৰাম জন্মভূমি আন্দোলনতো বজৰং দলক নিষিদ্ধ কৰা হৈছিল৷ কিন্তু আদালতে জনাই দিয়ে যে এই সিদ্ধান্ত ভুল৷

উল্লেখ্য যে, কংগ্ৰেছ সভাপতি মল্লিকাৰ্জূন খড়্গে কৰ্ণাটকৰ নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰিছিল যে কংগ্ৰেছে জাতি আৰু ধৰ্মৰ ভিত্তিত কোনো সম্প্ৰদায়ৰ মাজতেই ঘৃণা নিবিয়পায়৷ এনে ঘৃণা বিয়পোৱা সংগঠনৰ বিৰুদ্ধেও কংগ্ৰেছ দল কঠোৰ হৈ পৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে
ভাৰত

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

September 5, 2026
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…
ভাৰত

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

September 5, 2026
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত
ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

September 5, 2026
Next Post
নিদাৰুণ সময়! বেগত মৃত সন্তান লৈ ঘৰলৈ উভতিছে পিতৃ, প্ৰকৃততে হৈছে কি?

নিদাৰুণ সময়! বেগত মৃত সন্তান লৈ ঘৰলৈ উভতিছে পিতৃ, প্ৰকৃততে হৈছে কি?

৮০০ টন সোণ সঞ্চয় কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে! ক’ত এই সোণসমূহ থৈছে ৰিজাৰ্ভ বেংকে? কিয় হঠাতেই সোণ সঞ্চয় বৃদ্ধি কৰিছে আৰবিআইয়ে?

৮০০ টন সোণ সঞ্চয় কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে! ক’ত এই সোণসমূহ থৈছে ৰিজাৰ্ভ বেংকে? কিয় হঠাতেই সোণ সঞ্চয় বৃদ্ধি কৰিছে আৰবিআইয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.