• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জোনমণি ৰাভাৰ মাহীয়েকৰ মন্তব্য,’জোনমণিৰ শৰীৰত আছিল ৰ’ডেৰে মৰাৰ চিন, জোনমণিৰ মৃত্যু স্বাভাৱিক নহয়’

জোনমণি ৰাভাৰ মাহীয়েকৰ মন্তব্য,’জোনমণিৰ শৰীৰত আছিল ৰ’ডেৰে মৰাৰ চিন, জোনমণিৰ মৃত্যু স্বাভাৱিক নহয়’

3 years ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

30 minutes ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

51 minutes ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

59 minutes ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

1 hour ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

2 hours ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

2 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

4 hours ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

5 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

5 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

6 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

7 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

জোনমণি ৰাভাৰ মাহীয়েকৰ মন্তব্য,’জোনমণিৰ শৰীৰত আছিল ৰ’ডেৰে মৰাৰ চিন, জোনমণিৰ মৃত্যু স্বাভাৱিক নহয়’

editor by editor
May 17, 2023
in অপৰাধ, অসম
0
জোনমণি ৰাভাৰ মাহীয়েকৰ মন্তব্য,’জোনমণিৰ শৰীৰত আছিল ৰ’ডেৰে মৰাৰ চিন, জোনমণিৰ মৃত্যু স্বাভাৱিক নহয়’
0
SHARES
4.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জোনমনি ৰাভাৰ মৃত্যুক লৈ উন্মোচিত হৈছে ন ন তথ্য। মাতৃয়ে এজনৰ পাছত আনজন অফিচাৰৰ নাম লৈছে জোনমনিৰ মৃত্যুক লৈ। জোনক হেঁচা দি দিয়েই হত্যা কৰিলে বুলিও জনাইছে মাতৃয়ে। ইপিনে মাহীয়েকে জোনৰ মৃত্যুক লৈ কয় যে, জোনমণিৰ শৰীৰত ৰ’ডেৰে মৰা দাগো আছিল। পৰিকল্পিতভাৱেই জোনমণিক হত্যা কৰাৰো অভিযোগ উত্থাপন কৰিছে জোনমণিৰ মাতৃয়ে।

এই সমগ্ৰ বিষয়ক লৈ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ বিষয়টোৰ তদন্তৰ বাবে চি আই ডিক দায়িত্ব অৰ্পণ কৰিছে। আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে টুইটযোগে এই কথা উল্লেখ কৰিছে। জি পি সিঙে লগতে উল্লেখ কৰে যে ১৫ মে’ত উত্তৰ লখিমপুৰ আৰক্ষী থানাত এখন এজাহাৰ (FIR Nu 0183/2023) মৰ্মে ভাৰতীয় দণ্ডবিধিৰ u/s 120-B, 395,397,342,387 ধাৰাত গোচৰ পঞ্জীয়ন কৰা হৈছিল, য’ত অভিযুক্ত ৰূপে জোনমণি ৰাভাৰ নামো আছিল। ইয়াৰ অধীনত লখিমপুৰ আৰু নগাঁও আৰক্ষীয়ে আইনগত ব্যৱস্থা গ্ৰহণ কৰে। কিন্তু ইয়াৰ মাজতে ১৬ মে’ৰ পুৱাৰ ভাগত এছ আই জোনমণি ৰাভাৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। FIR নং ০১৮৩/২০২৩ আৰু উপ–পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত চি আই ডিয়ে অসমলৈ হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছে।

উল্লেখ্য যে সামাজিক মাধ্যমত জোনমণি ৰাভাৰ মৃত্যুত তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ প্ৰভাৱ থকাৰ সন্দেহ কৰা হৈছিল। সেয়ে আৰক্ষী সঞ্চালকপ্ৰধানৰ এই সিদ্ধান্তই ঘটনাৰ অন্তৰালত থকা সত্য উন্মোচিত কৰিব বুলি আশা কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?
অসম

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

August 18, 2026
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি
অসম

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

August 18, 2026
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?
অপৰাধ

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

August 18, 2026
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ
অপৰাধ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

August 18, 2026
Next Post
‘লেডী সিংহম’জোনমণিৰ সেই আশা পুৰণ নহ’ল! সেই গীত জোনমণিৰ কাহানিও গোৱা নহ’ল, জোনমণিয়ে কাৰ সৈতে গীত গাব বিচাৰিছিল?

'লেডী সিংহম’জোনমণিৰ সেই আশা পুৰণ নহ’ল! সেই গীত জোনমণিৰ কাহানিও গোৱা নহ’ল, জোনমণিয়ে কাৰ সৈতে গীত গাব বিচাৰিছিল?

সুদীৰ্ঘ ৯ বছৰৰ অন্তত দোষমুক্ত হ’ল অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসক ডাঃ দীপমণি শইকীয়া

সুদীৰ্ঘ ৯ বছৰৰ অন্তত দোষমুক্ত হ’ল অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসক ডাঃ দীপমণি শইকীয়া

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.