• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাহুলৰ প্ৰশ্ন, ‘অশান্ত মণিপুৰক শান্ত কৰাটোৱেই প্ৰধান লক্ষ্য হওক, চৰকাৰে বাৰে বাৰে কিয় বাধা দিছে?’

ৰাহুলৰ প্ৰশ্ন, ‘অশান্ত মণিপুৰক শান্ত কৰাটোৱেই প্ৰধান লক্ষ্য হওক, চৰকাৰে বাৰে বাৰে কিয় বাধা দিছে?’

3 years ago
মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

1 hour ago
সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

1 hour ago
শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

2 hours ago
চুম্বনৰ চেষ্টা পৰিচালকৰ, কিন্তু অভিনেত্ৰীয়ে কৰিলে এই কাম!

চুম্বনৰ চেষ্টা পৰিচালকৰ, কিন্তু অভিনেত্ৰীয়ে কৰিলে এই কাম!

2 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

3 hours ago
অপ্ৰতিৰোধ্য ১৫ বছৰীয়া বৈভৱ! IPL ত অৰ্জন কৰিলে আন এক সফলতা

অপ্ৰতিৰোধ্য ১৫ বছৰীয়া বৈভৱ! IPL ত অৰ্জন কৰিলে আন এক সফলতা

3 hours ago
এটা ভুলে শেষ কৰিব আপোনাৰ Gmail ID, Jio-Airtel ব্যৱহাৰকাৰীসকলে ভুলতো নকৰিব এই কাম!

এটা ভুলে শেষ কৰিব আপোনাৰ Gmail ID, Jio-Airtel ব্যৱহাৰকাৰীসকলে ভুলতো নকৰিব এই কাম!

4 hours ago
পেটৰ তলৰ অংশত মাজে মাজে বিষ অনুভৱ, হ’ব পাৰে মাৰাত্মক ৰোগৰ ইংগিত!

পেটৰ তলৰ অংশত মাজে মাজে বিষ অনুভৱ, হ’ব পাৰে মাৰাত্মক ৰোগৰ ইংগিত!

5 hours ago
‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ

‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ

6 hours ago
World Malaria Day 2026: শৰীৰৰ বিষ আৰু অত্যাধিক জ্বৰ, মেলেৰিয়া ডেংগুতকৈ কিমান পৃথক?

World Malaria Day 2026: শৰীৰৰ বিষ আৰু অত্যাধিক জ্বৰ, মেলেৰিয়া ডেংগুতকৈ কিমান পৃথক?

6 hours ago
মাত্ৰ ২১০ টকা বিনিয়োগেৰে প্ৰতিমাহে পাব ৫০০০ টকাৰ পেঞ্চন, এই চৰকাৰী আঁচনিয়ে কৰিব সহায়

মাত্ৰ ২১০ টকা বিনিয়োগেৰে প্ৰতিমাহে পাব ৫০০০ টকাৰ পেঞ্চন, এই চৰকাৰী আঁচনিয়ে কৰিব সহায়

7 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

ৰাহুলৰ প্ৰশ্ন, ‘অশান্ত মণিপুৰক শান্ত কৰাটোৱেই প্ৰধান লক্ষ্য হওক, চৰকাৰে বাৰে বাৰে কিয় বাধা দিছে?’

editor by editor
June 30, 2023
in উত্তৰ-পূব, ভাৰত, ৰাজনীতি
0
ৰাহুলৰ প্ৰশ্ন, ‘অশান্ত মণিপুৰক শান্ত কৰাটোৱেই প্ৰধান লক্ষ্য হওক, চৰকাৰে বাৰে বাৰে কিয় বাধা দিছে?’
0
SHARES
417
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিগত প্ৰায় দুমাহ ধৰি অশান্ত হৈ আছে মণিপুৰ। ঘটনাত হতাহত হোৱা লোকৰ সংখ্যা প্ৰায় শতাধিক। গৃহহীন হৈছে হাজাৰ হাজাৰ লোক। অশান্ত জৰ্জৰ মণিপুৰত জনতাৰ খবৰ ল’বলৈ বৃহস্পতিবাৰে উপস্থিত হৈছে ৰাহুল গান্ধী। মণিপুৰত উপস্থিত হোৱাৰ পাছতেই পদে পদে তীব্ৰ বাধাৰ সন্মুখীন হৈছে কংগ্ৰেছ নেতাগৰাকী। বৃহস্পতিবাৰে মণিপুৰত উপস্থিত হৈ সাধাৰণ মানুহৰ অৱস্থাৰ বুজ লৈছে ৰাহুলে।

ৰাহুলে মণিপুৰৰ পৰা এটা বিশেষ ভিডিঅ’ পোষ্ট কৰিছে। টুইটাৰত শ্বেয়াৰ কৰা পোষ্টটোত দেখা গৈছে যে আৰক্ষীয়ে মুক্তভাৱেই আগ্নেয়াস্ত্ৰ হাতত লৈ প্ৰতিবাদী জনতাক দমন কৰিছে। এই ভিডিঅ’টো শ্বেয়াৰ কৰি মোদী শাসনাধীন চৰকাৰক প্ৰশ্ন কৰিছে ৰাহুলে। ৰাহুলে শ্বেয়াৰ কৰা ভিডিঅ’টোত দেখা হৈছে তেওঁৰ বাহনে যাত্ৰা কৰাৰ সময়ত চৌপাশে জনসমূদ্ৰ। বিশেষকৈ মহিলাসকল ওলাই আহিছে। উদ্দেশ্য এটাই ৰাহুলক এবাৰ লগ কৰা। ৰাহুলক লগ কৰিবলৈ অহা মহিলাসকলক বেৰিকেড লগাই বাধা দিছে আৰক্ষীয়ে। বাৰে বাৰে মহিলাসকলে আৰক্ষীক অনুৰোধ জনাইছে যদিও ৰাহুলৰ সৈতে তেওঁলোকক দেখা কৰিবলৈ দিয়া নাই আৰক্ষীয়ে।

ৰাহুলৰ বিশেষ ভিডিঅ’টোত দেখা গৈছে যে এগৰাকী প্ৰৌঢ়াই ৰাহুলক লগ কৰিবলৈ আহি ৰাস্তাতেই বহি পৰিছে। কিন্তু তেওঁক তাত বহিবলৈ বাধা প্ৰদান কৰি আৰক্ষীয়ে চুচুৰাই লৈ গৈছে। কেৱল সেয়াই নহয়, মুকলিকৈ ব্লেংক ফায়াৰ কৰি জনতাক বাধা দিছে আৰক্ষীয়ে। ৰাহুলে এই ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে, ‘মণিপুৰৰ ভাই ভনীসকলৰ কথা মই শুনিবলৈ আহিছিলো। ইয়াৰ সকলো সম্প্ৰদায়ৰ মানুহ অত্যন্ত স্নেহশীল। সকলোৱে মোক আদৰণি জনাইছে। কিন্তু দুৰ্ভাগ্যজনক কথা এয়ে যে চৰকাৰে আমাৰ আগবাঢ়িবলৈ দিয়া নাই। মণিপুৰত এতিয়া শান্তিৰ প্ৰয়োজন। এই মুহূৰ্তত শান্তিপূৰ্ণ পৰিবেশ এটাকহে প্ৰাধান্য দিয়া উচিত।’

ৰাহুলক এই যাত্ৰাত কিয় বাধা দিয়া হৈছিল সেই সম্পৰ্কে মণিপুৰৰ বিষ্ণুপুৰৰ এছ পি হেইছনাম বলৰাম সিংহই কয়, ‘বৰ্তমান পৰিস্থিতিৰ কথা মনত ৰাখিয়েই তেওঁৰ বাহন ৰখাই দিয়া হৈছে। হেলিকপ্টাৰেৰে চূড়াচন্দ্ৰপুৰলৈ লৈ যোৱা হয় ৰাহুলক। হাইৱেত গ্ৰেনেড বিস্ফোৰণৰ আশংকা কৰিয়েই আমি তেওঁক অহা যোৱাত বাধা দিছো।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ
ভাৰত

‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ

April 25, 2026
বিজেপিলৈ গৈ জগৰ লগালে ৰাঘৱ চাদ্দাই! হ্ৰাস পালে জনপ্ৰিয়তা
ভাৰত

বিজেপিলৈ গৈ জগৰ লগালে ৰাঘৱ চাদ্দাই! হ্ৰাস পালে জনপ্ৰিয়তা

April 25, 2026
নিজৰ ৰাশিত প্ৰৱেশ কৰিব ৰঙা গ্ৰহই, মঙ্গল-সূৰ্য-বুধৰ মিলন! অন্ধকাৰ ভেদি উজলিব ৫ৰাশি
জীৱনশৈলী

নিজৰ ৰাশিত প্ৰৱেশ কৰিব ৰঙা গ্ৰহই, মঙ্গল-সূৰ্য-বুধৰ মিলন! অন্ধকাৰ ভেদি উজলিব ৫ৰাশি

April 25, 2026
শুকুৰবাৰে নিখোঁজ হোৱা ভাৱনা শৰ্মাক শ্বিলঙত উদ্ধাৰ, কেনেকৈ শ্বিলং পালেগৈ ভাৱনা শৰ্মা?
জীৱনশৈলী

শুকুৰবাৰে নিখোঁজ হোৱা ভাৱনা শৰ্মাক শ্বিলঙত উদ্ধাৰ, কেনেকৈ শ্বিলং পালেগৈ ভাৱনা শৰ্মা?

April 25, 2026
Next Post
তামৰ পাত্ৰত পানী থৈ খালে কি কি ৰোগৰ পৰা পৰিত্ৰাণ পাব? পুষ্টিবীদে কি কয়?

তামৰ পাত্ৰত পানী থৈ খালে কি কি ৰোগৰ পৰা পৰিত্ৰাণ পাব? পুষ্টিবীদে কি কয়?

বিয়াৰ নিশাই পেটৰ বিষ, হাস্পতালত ভৰ্তি কৰোতেই কন্যা সন্তান জন্ম দিলে ন’ কইনাই! উপায়হীন হৈ দৰাই কৰিলে এই কাম

বিয়াৰ নিশাই পেটৰ বিষ, হাস্পতালত ভৰ্তি কৰোতেই কন্যা সন্তান জন্ম দিলে ন’ কইনাই! উপায়হীন হৈ দৰাই কৰিলে এই কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.