• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিয়াৰ নিশাই পেটৰ বিষ, হাস্পতালত ভৰ্তি কৰোতেই কন্যা সন্তান জন্ম দিলে ন’ কইনাই! উপায়হীন হৈ দৰাই কৰিলে এই কাম

বিয়াৰ নিশাই পেটৰ বিষ, হাস্পতালত ভৰ্তি কৰোতেই কন্যা সন্তান জন্ম দিলে ন’ কইনাই! উপায়হীন হৈ দৰাই কৰিলে এই কাম

3 years ago
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

11 hours ago
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

12 hours ago
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

12 hours ago
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

13 hours ago
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

14 hours ago
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

15 hours ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

16 hours ago
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

16 hours ago
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

18 hours ago
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

18 hours ago
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

19 hours ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিয়াৰ নিশাই পেটৰ বিষ, হাস্পতালত ভৰ্তি কৰোতেই কন্যা সন্তান জন্ম দিলে ন’ কইনাই! উপায়হীন হৈ দৰাই কৰিলে এই কাম

editor by editor
June 30, 2023
in জীৱনশৈলী, ভাৰত
0
বিয়াৰ নিশাই পেটৰ বিষ, হাস্পতালত ভৰ্তি কৰোতেই কন্যা সন্তান জন্ম দিলে ন’ কইনাই! উপায়হীন হৈ দৰাই কৰিলে এই কাম
0
SHARES
47.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিবাহৰ আয়োজন ভৰপক। অতিথিৰে ঘৰ ভৰিছে। সকলো নীতি নিয়ম মানি বিবাহ সম্পন্নও হৈছে। কিন্তু বিয়াৰ নিশাই হঠাত পেটৰ বিষত বাগৰি পৰে কইনা। লগে লগেই কইনাক হাস্পতাললৈ লৈ যোৱা হয়। হাস্পতালত ভৰ্তি কৰাৰ পাছতেই কইনা এগৰাকী কন্যা সন্তানৰ মাতৃ হয়। ঘটনাত অবাক হৈ পৰিছে দৰাৰ লগতে দৰাৰ পৰিয়ালবৰ্গও।

খবৰ অনুসৰি বিবাহৰ সময়ত ৭মাহৰ অন্তঃসত্ত্বা আছিল কইনা। বিগত ২৬ জুনত নয়ডাৰ এজন যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ছেকেন্দ্ৰাবাদৰ তৰুণীগৰাকী। ঘৰৰ পৰা পৰিয়ালৰ পছন্দমতেই তৰুণীগৰাকীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল যুৱকজন। কিন্তু বিবাহৰ প্ৰথম নিশাই অথন্তৰ লাগে। কইনাৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত কইনাক হাস্পতালত ভৰ্তি কৰোৱা হয়। চিকিৎসকে জনাই যে ন’ বোৱাৰী অন্তঃসত্ত্বা। ৭মাহৰ অন্তঃসত্ত্বা বোৱাৰীগৰাকী। কইনা অন্তঃসত্ত্বা হোৱাৰ কথা স্বামীগৃহত গম পোৱা নাছিল যদিও কইনাৰ পিতৃ-মাতৃয়ে জানিছিল।

কন্যাৰ গৰ্ভাৱস্থাৰ কথা লুকুৱাই বিয়া দিছিল পিতৃৃ-মাতৃয়ে। এই খবৰ গম পোৱাৰ পাছতেই স্বামীগৃহৰ পৰা এই কথা কইনাৰ পিতৃ-মাতৃক জনায়। স্বামী পৰিয়ালৰ লোকসকলে কইনা চাবলৈ যাওঁতে তেওঁৰ এই অৱস্থাৰ কথা গম পোৱা নাছিল। কইনা দেখাত শকত বাবে এই সন্দৰ্ভত গম পোৱা নাছিল। ইতিমধ্যে ঘটনাক লৈ আৰক্ষীৰ কাষ চাপিছে পৰিয়ালটো। আৰক্ষীয়ে দুই পৰিয়ালকেই বিষয়টোক লৈ বুজাবুজিলৈ অহাৰ আহ্বান জনাইছে। বৰ্তমান কইনাৰ পৰিয়ালে নৱজাতক আৰু কন্যাক নিজ ঘৰলৈ লৈ আনিবলৈ হাস্পতালত উপস্থিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!
ভাৰত

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

August 17, 2026
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?
জীৱনশৈলী

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

August 17, 2026
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?
জীৱনশৈলী

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

August 17, 2026
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক
বিনোদন

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

August 17, 2026
Next Post
ট্ৰেফিক আইন ভঙাৰ নামত চালান কাটি ৩ কোটি ধন হস্তগত! ৰঙাঘৰৰ আলহী হ’ল কনিষ্টবল

ট্ৰেফিক আইন ভঙাৰ নামত চালান কাটি ৩ কোটি ধন হস্তগত! ৰঙাঘৰৰ আলহী হ’ল কনিষ্টবল

পিজ্জা দিবলৈ গৈ প্ৰেমত পৰিল যুৱক! ক্ৰেতাক প্ৰস্তাৱ দিয়েই বিপদত ডেলিভাৰি বয়, কি হৈছে ডেলিভাৰী বয়ৰ সৈতে?

পিজ্জা দিবলৈ গৈ প্ৰেমত পৰিল যুৱক! ক্ৰেতাক প্ৰস্তাৱ দিয়েই বিপদত ডেলিভাৰি বয়, কি হৈছে ডেলিভাৰী বয়ৰ সৈতে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.