• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ট্ৰেফিক আইন ভঙাৰ নামত চালান কাটি ৩ কোটি ধন হস্তগত! ৰঙাঘৰৰ আলহী হ’ল কনিষ্টবল

ট্ৰেফিক আইন ভঙাৰ নামত চালান কাটি ৩ কোটি ধন হস্তগত! ৰঙাঘৰৰ আলহী হ’ল কনিষ্টবল

3 years ago
শীঘ্ৰে ৬ ৰাশিৰ সলনি হ’ব ভাগ্য, কেৰিয়াৰত দেখিব বৃহৎ পৰিৱৰ্তন!

শীঘ্ৰে ৬ ৰাশিৰ সলনি হ’ব ভাগ্য, কেৰিয়াৰত দেখিব বৃহৎ পৰিৱৰ্তন!

35 minutes ago
Lionel Messi: বিশ্বকাপৰ পৰা কোপা আমেৰিকালৈ… লিয়নেল মেছিয়ে কিমান আন্তঃৰাষ্ট্ৰীয় ট্ৰফী জয় কৰিছিল?

Lionel Messi: বিশ্বকাপৰ পৰা কোপা আমেৰিকালৈ… লিয়নেল মেছিয়ে কিমান আন্তঃৰাষ্ট্ৰীয় ট্ৰফী জয় কৰিছিল?

2 hours ago
বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য, ঘৰুৱা LPG চিলিণ্ডাৰৰো মূল্য বৃদ্ধি পাব নেকি?

বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য, ঘৰুৱা LPG চিলিণ্ডাৰৰো মূল্য বৃদ্ধি পাব নেকি?

3 hours ago
হনুমান ভক্তৰ বাবে বিশেষ আজিৰ দিনটো, দূৰ হ’ব জীৱনৰ সকলো সমস্যা!

হনুমানৰ পূজাত নকৰিব এইবোৰ ভুল, এটা ভুলে কৰিব সৰ্বনাশ!

3 hours ago
আজিৰে পৰা গুৱাহাটীত নপাব অ’লা, Uber বা ৰেপিড’, কিন্তু কিয়?

আজিৰে পৰা গুৱাহাটীত নপাব অ’লা, Uber বা ৰেপিড’, কিন্তু কিয়?

4 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

আজি কেনে যাব আপোনাৰ দিনটো? কোন ৰাশিৰ উদয় হ’ব ভাগ্য জানক

4 hours ago
চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন

চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন

12 hours ago
কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা

কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা

12 hours ago
নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী

নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী

13 hours ago
ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

14 hours ago
কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?

কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?

15 hours ago
কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

ট্ৰেফিক আইন ভঙাৰ নামত চালান কাটি ৩ কোটি ধন হস্তগত! ৰঙাঘৰৰ আলহী হ’ল কনিষ্টবল

editor by editor
June 30, 2023
in অপৰাধ, ভাৰত
0
ট্ৰেফিক আইন ভঙাৰ নামত চালান কাটি ৩ কোটি ধন হস্তগত! ৰঙাঘৰৰ আলহী হ’ল কনিষ্টবল
0
SHARES
854
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ট্ৰেফিক আইন ভঙাৰ বাবে গাড়ীৰ চালকৰ পৰা ফাইন সংগ্ৰহ কৰিছিল। কিন্তু সেই জৰিমনাৰ ধন চৰকাৰী বেংক একাউণ্টত জমা নকৰিলে। ঘটনাটো হাৰিয়ানাৰ। ইতিমধ্যে ট্ৰেফিক পুলিচজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে হাৰিয়ানা আৰক্ষীয়ে। অভিযোগ অনুসৰি ই-চালানৰ মাধ্যমেৰে আইন ভঙ্গকাৰীৰ পৰা প্ৰায় তিনি কোটি টকা সংগ্ৰহ কৰিছিল আৰক্ষীগৰাকীয়ে। কিন্তু এই ধন কনিষ্টবলগৰাকীয়ে জমা নিদিলে।

অভিযোগ অনুসৰি আৰক্ষীগৰাকীয়ে ভুৱা ই-চালান কাটি ধন সংগ্ৰহ কৰিছিল হাৰিয়ানাৰ ৰাজপথত। মে মাহত আইন ভঙাৰ বাবে গাড়ীৰ চালকৰ পৰা কিমান টকা জৰিমনা লৈছিল সেই হিচাপ বিচাৰিছিল আৰক্ষীৰ ওপৰ মহলৰ পৰা। তেতিয়াই পোহৰলৈ আহে এই দুৰ্নীতি। জৰিমনা হিচাপে হাৰিয়ানাৰ সেই এলেকাত যিমান ধন জমা দিছে সেই ধনৰ হিচাপ মিলাব পৰা নাছিল। তাৰপাছতেই সেই এলেকাত থকা ট্ৰেফিক পুলিচৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছিল।

তদন্ততেই পোহৰলৈ আহে যে প্ৰায় ৩কোটি টকাৰ হিচাপ মিলা নাই। তদন্তত দেখা গৈছে যে প্ৰধান কনিষ্টবল ওমবীৰে ই-চালান কটাৰ নামত সেই ধন আত্মসাৎ কৰিছে। চৰকাৰী টকা নিজৰ কৰি লৈছিল ওমবীৰে। তদন্তত দেখা গৈছে যে ২০২০ চনৰ জুন মাহত ই চালানৰ মাধ্যমেৰে ১.৪ লাখ টকা জমা দিছিল ওমবীৰে। কিন্তু ২০২০ চনৰ অক্টোবৰ মাহত ১.৪ লাখ টকা ই-চালানৰ মাধ্যমেৰে তোলা হৈছিল যদিও সেই ধন একাউণ্টত জমা দিয়া হোৱা নাছিল। ওমবীৰে মুঠ ৩ কোটি ২৩ লাখ চৰকাৰী ধন হস্তগত কৰিছে। ইতিমধ্যে ওমবীৰক গ্ৰেপ্তাৰ কৰিছে হাৰিয়ানা আৰক্ষীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন
নিয়োগ

চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন

August 31, 2026
কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা
জীৱনশৈলী

কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা

August 31, 2026
ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা
ভাৰত

ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

August 31, 2026
কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?
ভাৰত

কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

August 31, 2026
Next Post
পিজ্জা দিবলৈ গৈ প্ৰেমত পৰিল যুৱক! ক্ৰেতাক প্ৰস্তাৱ দিয়েই বিপদত ডেলিভাৰি বয়, কি হৈছে ডেলিভাৰী বয়ৰ সৈতে?

পিজ্জা দিবলৈ গৈ প্ৰেমত পৰিল যুৱক! ক্ৰেতাক প্ৰস্তাৱ দিয়েই বিপদত ডেলিভাৰি বয়, কি হৈছে ডেলিভাৰী বয়ৰ সৈতে?

আৰম্ভ হ’ল অমৰনাথ যাত্ৰা! অমৰনাথ গুহাৰ দিশে ৰাওনা ৩,৪৮৮ গৰাকী তীৰ্থযাত্ৰীৰ দল

আৰম্ভ হ’ল অমৰনাথ যাত্ৰা! অমৰনাথ গুহাৰ দিশে ৰাওনা ৩,৪৮৮ গৰাকী তীৰ্থযাত্ৰীৰ দল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.