• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আৰম্ভ হ’ল অমৰনাথ যাত্ৰা! অমৰনাথ গুহাৰ দিশে ৰাওনা ৩,৪৮৮ গৰাকী তীৰ্থযাত্ৰীৰ দল

আৰম্ভ হ’ল অমৰনাথ যাত্ৰা! অমৰনাথ গুহাৰ দিশে ৰাওনা ৩,৪৮৮ গৰাকী তীৰ্থযাত্ৰীৰ দল

3 years ago
শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

31 minutes ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

2 hours ago
চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

2 hours ago
বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

2 hours ago
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

3 hours ago
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৫টা ডাঙৰ আপডেট! দৰমহা আৰু পেঞ্চন কেতিয়া বৃদ্ধি পাব জানক 

3 hours ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

4 hours ago
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

5 hours ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

5 hours ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

7 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

7 hours ago
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আৰম্ভ হ’ল অমৰনাথ যাত্ৰা! অমৰনাথ গুহাৰ দিশে ৰাওনা ৩,৪৮৮ গৰাকী তীৰ্থযাত্ৰীৰ দল

editor by editor
July 1, 2023
in জীৱনশৈলী, ভাৰত
0
আৰম্ভ হ’ল অমৰনাথ যাত্ৰা! অমৰনাথ গুহাৰ দিশে ৰাওনা ৩,৪৮৮ গৰাকী তীৰ্থযাত্ৰীৰ দল
0
SHARES
702
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

 অসম লাইভ২৪ঃ প্ৰাকৃতিক বিপৰ্যয়ৰ আশংকা আৰু সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ভয় বুকুত বান্ধিয়েই যাত্ৰা আৰম্ভ কৰিছে ভক্তসকলে। অমৰনাথ যাত্ৰাৰ বাবে প্ৰথমটো দল ৰাওনা হৈছে। শনিবাৰে প্ৰথমটো দল ৰাওনা হৈছে অমৰনাথ অভিমুখে। প্ৰায় ৩৮৮৮জন তীৰ্থযাত্ৰীৰ প্ৰথমটো দল খোজ আৰু ঘোঁৰাৰে অমৰনাথ গুহাৰ উদ্দেশ্যে ৰাওনা হৈছে। জম্মু কাশ্মীৰ প্ৰশাসনে প্ৰকাশ কৰিছে এই তথ্য। আগন্তুক ৩১ আগষ্ট পৰ্যন্ত ৬২দিন ধৰি অমৰনাথ যাত্ৰা চলিব।

জম্মু-কাশ্মীৰৰ উপৰাজ্যপাল(লেফ্টেনেণ্ট গভৰ্ণৰ) মনোজ সিংহই জনোৱা অনুসৰি তীৰ্থযাত্ৰীসকলৰ স্বাচ্ছন্দ্য আৰু নিৰাপত্তাৰ দিশটোক বিশেষভাৱে নজৰ দিছে প্রশাসনে। অতীতত হোৱা কেইবাটাও ঘটনাৰ প্ৰতি লক্ষ্য ৰাখিয়েই অমৰনাথ যাত্ৰাপথত বিশেষ ব্যৱস্থা কৰিছে প্রশাসনে। সমগ্ৰ যাত্ৰাপথত বিভিন্ন ঠাইত ড্ৰোণৰ জৰিয়তেও নজৰ ৰাখিব।

ইয়াৰোপৰি প্ৰাকৃতিক বিপৰ্যয় মোকাবিলাৰ বিষয়টোৱেও বিশেষ গুৰুত্ব লাভ কৰিছে। বিগত বৰ্ষৰ তুলনাত এইবাৰ প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰিব পৰাকৈয়ো বিশেষ ব্যৱস্থা গঢ়ি তুলিছে প্ৰশাসনে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ
অপৰাধ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

July 27, 2026
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!
জীৱনশৈলী

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

July 27, 2026
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই
জীৱনশৈলী

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

July 27, 2026
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!
ভাৰত

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

July 27, 2026
Next Post
টোপনিৰ মাজতেই দুৰ্ঘটনা! তৰ্কিবলৈ সুযোগ নৌপাওতেই প্ৰাণ গল ২৬জন লোকৰ

টোপনিৰ মাজতেই দুৰ্ঘটনা! তৰ্কিবলৈ সুযোগ নৌপাওতেই প্ৰাণ গল ২৬জন লোকৰ

কালাৰফুল লাইফ! ১০ হাজাৰ মহিলাৰ সৈতে সম্পৰ্ক, ফুটবলাৰ বেঞ্জামিন এইবাৰ কিয় পৰিল আৰক্ষীৰ জালত?

কালাৰফুল লাইফ! ১০ হাজাৰ মহিলাৰ সৈতে সম্পৰ্ক, ফুটবলাৰ বেঞ্জামিন এইবাৰ কিয় পৰিল আৰক্ষীৰ জালত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.