• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শাওন মাহত শিৱলিংগত ভুলতো এইকেইবিধ সামগ্ৰী নিদিব! এইকেইবিধ সামগ্ৰী অৰ্পণ কৰিলেই মহাদেৱ ক্ৰোধিত হয়

শাওন মাহত শিৱলিংগত ভুলতো এইকেইবিধ সামগ্ৰী নিদিব! এইকেইবিধ সামগ্ৰী অৰ্পণ কৰিলেই মহাদেৱ ক্ৰোধিত হয়

3 years ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

14 minutes ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

45 minutes ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

1 hour ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

2 hours ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

3 hours ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

4 hours ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

4 hours ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

5 hours ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

5 hours ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

6 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

7 hours ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শাওন মাহত শিৱলিংগত ভুলতো এইকেইবিধ সামগ্ৰী নিদিব! এইকেইবিধ সামগ্ৰী অৰ্পণ কৰিলেই মহাদেৱ ক্ৰোধিত হয়

editor by editor
July 10, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
শাওন মাহত শিৱলিংগত ভুলতো এইকেইবিধ সামগ্ৰী নিদিব! এইকেইবিধ সামগ্ৰী অৰ্পণ কৰিলেই মহাদেৱ ক্ৰোধিত হয়
0
SHARES
8.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আগন্তুক ১৮ জুলাইৰ পৰা আৰম্ভ হ’ব শাওন মাহ৷ বৈদিক পঞ্জিকামতে বিগত ৪ জুলাই গুৰুপূৰ্ণিমাৰ পৰাই শাওন মাহ বুলি কৈছে৷ এই বছৰৰ শাওন মাহটো মল মাহ হোৱাৰ বাবে শাওন মাহটো দুমহীয়া বুলি ধৰা হৈছে৷ এইবাৰ শাওন মাহত ৮টা সোমবাৰ পালন কৰা হ’ব৷ এইবাৰৰ শাওন মাহত ১৯ বছৰ পাছত এই শুভ সংযোগ পৰিছে৷ সেয়ে শিৱভক্ত সকলৰ বাবে এই শাওন মাহৰ বিশেষ গুৰুত্ব আছে৷ মহাদেৱৰ আশীৰ্বাদ লাভ কৰাৰ বাবে এইবাৰ মহাদেৱক উপাসনাৰ বাবে অধিক সময় পাইছে ভক্তই৷

শাওন মাহৰ প্ৰতিটো দিনেই গুৰুত্বপূৰ্ণ৷ শাওনত যিকোনো দিনতেই মহাদেৱক উপাসনা কৰিব পাৰি৷ কিন্তু সোমবাৰ যিহেতু শিৱৰ বিশেষভাৱে প্ৰিয় সেয়ে শাওন মাহৰ সোমবাৰসমূহৰ বিশেষ মহত্ব আছে৷ মহাদেৱক প্ৰসন্ন কৰি আশীৰ্বাদ লাভ কৰিবলৈ শাওন মাহত শিৱ লিংগত পানী ঢলা অৰ্থাঞ শিৱলিংগৰ অভিষেক কৰাৰ প্ৰথা পূৰ্বৰে পৰাই প্ৰচলিত৷ শাওন মাহত কি কি সামগ্ৰী শিৱলিংগত নিবেদন কৰিব নালাগে?

তুলসী পাত
শাওন মাহত শিৱলিংগত ভুলতো তুলসী পাত নিবেদন কৰিব নালাগে৷ শিৱপূজাত তুলসী নিবেদন কৰাটো অত্যন্ত অশুভ বুলি কোৱা হয়৷ কাৰণ পুৰাণ অনুসৰি মহাদেৱে তুলসীৰ স্বামী জলন্ধৰক বধ কৰিছিল৷

কেতেকী ফুল
শিৱপুৰাণ অনুসৰি ব্ৰহ্মাই যেতিয়া মহাদেৱৰ সম্পৰ্কে মিছা ভাষণ প্ৰদান কৰিছিল সেই ভাষণ প্ৰদানৰ সময়ত ব্ৰহ্মাক সহায় কৰিছিল কেতেকী ফুলে৷ সেইকাৰণেই মহাদেৱে কেতেকী ফুলক অভিশাপ দিছিল যে তেওঁৰ কোনো পূজাতেই কেতেকী ফুলৰ ব্যৱহাৰ নহ’ব৷

হালধী
মহাদেৱক আৰাধনা কৰোতে ভুলতো হালধি ব্যৱহাৰ কৰিব নালাগে৷ হালধি মহিলাৰ সৈতে সম্পৰ্কিত সামগ্ৰী৷ শিৱলিংগত হালধী নিবেদন কৰাটো অশুভ বুলি কোৱা হয়৷

তিল
শিৱলিংগত তিল নিবেদন কৰাটো একেবাৰেই অশুভ৷ শিৱ পুজাত তিল ব্যৱহাৰ কৰিব নালাগে৷

শংখ
শংখচূড় নামৰ এজন অসুৰে এবাৰ দেৱতাসকলৰ আক্ৰমণ কৰিছিল৷ সেই দানৱক মহাদেৱেই বধ কৰিছিল৷ সেয়ে শংখৰ পানী কেতিয়াও শিৱলিংগত দিব নালাগে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!
জীৱনশৈলী

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

April 30, 2026
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা
ভাৰত

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

April 30, 2026
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী
বাণিজ্য

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

April 30, 2026
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা
জীৱনশৈলী

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

April 30, 2026
Next Post
পবিত্ৰ শাওন মাহতেই অমৰনাথলৈ যাম ভাৱিছে? কেনেকৈ ৰেজিষ্ট্ৰেছন কৰিব? অমৰনাথৰ প্ৰথম তীৰ্থযাত্ৰী কোন আছিল?

পবিত্ৰ শাওন মাহতেই অমৰনাথলৈ যাম ভাৱিছে? কেনেকৈ ৰেজিষ্ট্ৰেছন কৰিব? অমৰনাথৰ প্ৰথম তীৰ্থযাত্ৰী কোন আছিল?

প্ৰিয়ংকা চোপ্ৰাৰ দৰে ডিম্বানুৰ সংৰক্ষণ কৰিব বিচাৰে নেকি? কিমান খৰচ হয়? কেনেকৈ এই সংৰক্ষণ সম্ভৱ?

প্ৰিয়ংকা চোপ্ৰাৰ দৰে ডিম্বানুৰ সংৰক্ষণ কৰিব বিচাৰে নেকি? কিমান খৰচ হয়? কেনেকৈ এই সংৰক্ষণ সম্ভৱ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.