• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোনোৱে যদি ৪০কোটি কোনোৱে লৈছে ২৫লাখ! ‘জাৱান’ত অভিনয় কৰি কিমান ধন লৈছে শ্বাহৰুখ-নয়নতাৰাই?

কোনোৱে যদি ৪০কোটি কোনোৱে লৈছে ২৫লাখ! ‘জাৱান’ত অভিনয় কৰি কিমান ধন লৈছে শ্বাহৰুখ-নয়নতাৰাই?

3 years ago
Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

15 minutes ago
মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

30 minutes ago
লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

1 hour ago
৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

1 hour ago
ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

2 hours ago
মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

3 hours ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

3 hours ago
IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

3 hours ago
এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

4 hours ago
এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট

এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট

4 hours ago
ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

6 hours ago
সাজঘৰ

সাজঘৰ

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home নিয়োগ

কোনোৱে যদি ৪০কোটি কোনোৱে লৈছে ২৫লাখ! ‘জাৱান’ত অভিনয় কৰি কিমান ধন লৈছে শ্বাহৰুখ-নয়নতাৰাই?

editor by editor
July 10, 2023
in নিয়োগ, বিনোদন, ভাৰত
0
কোনোৱে যদি ৪০কোটি কোনোৱে লৈছে ২৫লাখ! ‘জাৱান’ত অভিনয় কৰি কিমান ধন লৈছে শ্বাহৰুখ-নয়নতাৰাই?
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কেতিয়াবা নিজৰ পুৰণা ছবিৰ সংলাপ আওৰাইছে, কেতিয়াবা তেওঁৰ কণ্ঠত শুনা গৈছে গীতৰ কলি৷ শ্বাহৰুখ খান এইবাৰ সম্পূৰ্ণ পৃথকৰূপত আহি আছে৷ সোমবাৰে মুক্তি পালে শ্বাহৰুখৰ নতুন ছবিৰ ট্ৰেইলাৰ৷ ২মিনিট ১২ ছেকেণ্ডৰ ট্ৰেইলাৰ দেখা মাত্ৰকেই বহুতেই চৰ্চা কৰিছে, ‘বলীউডত এতিয়া শ্বাহৰুখ যুগ চলি আছে৷’ ১৯৯৭ চনৰ পৰা ২৬ বছৰীয়া যাত্ৰাত শ্বাহৰুখ ক’তোৱেই থমকিবলগা হোৱা নাই৷ বলীউডৰ চিনেমাৰ বেয়া দিন চলা বুলি চৰ্চা চলোতেই পাঠানে সকলো ৰেকৰ্ড ভাঙি উপাৰ্জন কৰিলে কেইবাশ কোটি টকা৷

চাৰি বছৰ বিৰতিৰ পাছত চলিত বছৰৰ জানুৱাৰী মাহত মুক্তি পাইছিল শ্বাহৰুখ অভিনীত ‘পাঠানে’৷ বিশ্বজুৰি প্ৰশংসা অৰ্জন কৰাই নহয় বক্স অফিচতো খলকনি তুলিছিল শ্বাহৰুখৰ পাঠানে৷ পাঠানৰ প্ৰায় ৬মাহ পাছত শ্বাহৰুখে এইবাৰ দ্বিতীয় ছবি ‘জাৱান’ মুক্তি দিবলৈ আগবাঢ়িছে৷ সোমবাৰে শ্বাহৰুখৰ অনুৰাগীসকলৰ সেই দীৰ্ঘ অপেক্ষাৰ অন্ত পৰিল৷ দক্ষিণৰ পৰিচালক এটলিৰ পৰিচালনা আৰু শ্বাহৰুখৰ পত্নী গৌৰী খানৰ প্ৰযোজনাত নিৰ্মাণ হৈছে ছবিখন৷ ৭ছেপ্টেম্বৰত মুক্তি লাভ কৰিব জাৱানে৷ মুক্তিৰ পূৰ্বেই ছবি তাৰকাসকলৰ পাৰিশ্ৰমিকক লৈয়ো আৰম্ভ হৈছে চৰ্চা৷ বলীউডৰ সূত্ৰই জনোৱা অনুসৰি এই ছবিত অভিনয় কৰি কোনেৱে যদি কোটিত আয় কৰিছে কোনোৱে আকৌ লাখত আয় কৰিছে৷

বলীউডৰ সূত্ৰৰ খবৰ অনুসৰি ‘জাৱান’ ছবিত অভিনয় কৰি ৪০ কোটি টকা পাৰিশ্ৰমিক পাইছে শ্বাহৰুখে৷ ছবিখনত অন্যান্য তাৰকাৰ তুলনাত সৰ্বাধিক বেছি ধন লৈছে শ্বাহৰুখে৷ ছবিখনত দক্ষিণী চিনেমাজগতৰ জনপ্ৰিয় অভিনেত্ৰী নয়নতাৰাইয়ো অভিনয় কৰিছে৷ জাৱান ছবিত অভিনয় কৰাৰ বাবে নয়নতাৰাই লৈছে প্ৰায় ৪কোটি টকা৷ নয়নতাৰাৰ ওপৰিও জাৱান ছবিত অভিনয় কৰিছে বিজয় সেতুপতি৷ আমিৰ খান অভিনীত ‘লাল সিং ছাড্ডাৰ’ জৰিয়তে বিজয়ে বলীউডত প্ৰৱেশ কৰিছিল৷

শ্বাহৰুখৰ সৈতে জাৱানত অভিনয় কৰি বিজয়ে পাৰিশ্ৰমিকত লৈছে ৫কোটি টকা৷ ছবিখনৰ ট্ৰেইলাৰত কিন্তু বিজয়ক বিশেষভাৱে দেখুওৱা হোৱা নাই৷ ইফালে জাৱানত দেখা যাব দীপিকা পাডুকনকো৷ ৰঙা শাৰীত দেখা যাব দীপিকাৰ এটা সৰু ৰুল৷ ছবিখনত দীপিকা মুখ্য চৰিত্ৰত নাই বুলি প্ৰকাশ কৰিছে প্ৰযোজকে৷ এটা কেমিঅ’ ৰোলতহে দেখা যাব দীপিকাক৷ মুখ্য চৰিত্ৰৰ ওপৰিও ছবিখনত থকা অন্য চৰিত্ৰসমূহো বিশেষভাৱে লেখত ল’বলগীয়া৷ সুনীল গ্ৰোভাৰকো এই ছবিত দেখা যাব৷ জাৱানত অভিনয় কৰিবৰ বাবে ৭৫ লাখ টকা পাৰিশ্ৰমিক লৈছে সুনীল গ্ৰোভাৰে৷ জাৱান ছবিত অভিনয় কৰিছে দক্ষিণৰ আন এগৰাকী অভিনেত্ৰী প্ৰিয়ামণিয়ে৷ এই ছবিত অভিনয় কৰি প্ৰিয়ামণিয়ে আয় কৰিছে ১কোটি টকা৷

বলীউড সূত্ৰৰ খবৰ অনুসৰি এই ছবিত অভিনয় কৰিছে দক্ষিণৰ অভিনেতা যোগী বাবুয়ে৷ যোগী বাবুৱেও এই ছবিত অভিনয় কৰাৰ বাবদ ২৫লাখ টকা পাৰিশ্ৰমিক লৈছে৷ ভাইৰেল খবৰ অনুসৰি জাৱান ছবিত অভিনয় কৰিছে সঞ্জয় দত্তইয়ো৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা
বিনোদন

লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

June 7, 2026
৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ
ভাৰত

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

June 7, 2026
IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?
ক্ৰীড়া

IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

June 7, 2026
এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন
বাণিজ্য

এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

June 7, 2026
Next Post
নিউম’নিয়া কি? নিউম’নিয়া কেইপ্ৰকাৰৰ আৰু লক্ষণসমূহ কি কি?

নিউম'নিয়া কি? নিউম'নিয়া কেইপ্ৰকাৰৰ আৰু লক্ষণসমূহ কি কি?

টাটা বনাম হুণ্ডাই! কোনখন SUVৰ সুৰক্ষা ৰেটিং উন্নত? কোনখনত পাব সৰ্বাধিক ফিছাৰ?

টাটা বনাম হুণ্ডাই! কোনখন SUVৰ সুৰক্ষা ৰেটিং উন্নত? কোনখনত পাব সৰ্বাধিক ফিছাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.