• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্বাহৰুখৰ জাৱানৰ ট্ৰেইলাৰ চুৰি কৰি বিপদত ৰাহুল গান্ধী, কি হৈছে ৰাহুলৰ?

শ্বাহৰুখৰ জাৱানৰ ট্ৰেইলাৰ চুৰি কৰি বিপদত ৰাহুল গান্ধী, কি হৈছে ৰাহুলৰ?

3 years ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

3 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

4 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

5 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

5 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

6 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

6 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

7 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

7 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

8 hours ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

9 hours ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

9 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

শ্বাহৰুখৰ জাৱানৰ ট্ৰেইলাৰ চুৰি কৰি বিপদত ৰাহুল গান্ধী, কি হৈছে ৰাহুলৰ?

editor by editor
July 12, 2023
in চিনেমা, জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
শ্বাহৰুখৰ জাৱানৰ ট্ৰেইলাৰ চুৰি কৰি বিপদত ৰাহুল গান্ধী, কি হৈছে ৰাহুলৰ?
0
SHARES
7.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাজনীতিবীদসকল ৰাজনীতিতেই থাকিব নোৱাৰে কিয়? বাৰে বাৰে ৰাজনীতিবীদসকলে অভিনেতা হ’বলৈ কিয় যত্ন কৰে? দেশৰ প্রধানমন্ত্ৰীক সমালোচনা কৰি কৰি ৰাহুলো আগবাঢ়িছে একে বাটেৰেই। ৰাহুল যলৈকে নাযাওক কিয় কাষে কাষে থাকে কেইবাগৰাকীও ফটোগ্ৰাফাৰ। ৰাহুলেও মোদীকেই অনুসৰণ কৰিছে নেকি?

মোদীৰ সৈতে ৰাহুলৰ পাৰ্থক্য ক’ত? ফটো, ভিডিঅ’ ইত্যাদিয়েই যেন এতিয়া ৰাহুলৰো প্রধান অস্ত্ৰ। কেতিয়াবা যদি মেকানিকৰ সৈতে ৰাহুল। কেতিয়াবা ধাননি পথাৰত ৰাহুল। মণিপুৰৰ জনতাৰ অসহায় কান্দোনো ৰাহুলৰ পেজত। বুধবাৰে ভাইৰেল হৈছে ৰাহুল গান্ধীৰ এটা ভিডিঅ’। শ্বাহৰুখৰ জাৱানৰ পাছতেই ৰাহুলৰ ‘জাৱান’। ‘জাৱান’ৰ ট্ৰেইলাৰত থকা ডাইলগো এৰা নাই ৰাহুলৰ টীমে। জাৱানৰ বিশেষ ডাইলগটোত নিজা ভিডিঅ’ লগাইছে ৰাহুল গান্ধীয়ে।

ৰাহুলৰ দলে কিয় জাৱানৰ ডাইলগ লৈ নিজা ছবি তৈয়াৰ কৰিব বিচাৰিছে? এজন ৰাজনীতিবীদ ৰাহুলে কিয় বাৰে বাৰে অভিনেতা হ’ব খুজিছে? ৰাহুলৰ এই ভিডিঅ ভাইৰেল হোৱা মাত্ৰকেই উত্থাপিত হৈছে এনে কেইবাটাও প্ৰশ্ন। শ্বাহৰুখৰ ‘জাৱান’ৰ ট্ৰেইলাৰত সংক্ষিপ্তৰূপত ছবিখনৰ আভাষ দিয়া হৈছে৷ ছবিখনত শ্বাহৰুখৰ দুটা ৰূপ দেখা যাব৷ ভিলেইন আৰু হিৰো দুটা চৰিত্ৰতেই থাকিব শ্বাহৰুখ৷ শ্বাহৰুখৰ এই ছবিৰ ডাইলগ লগাই নিজা ভিডিঅ’ ৰাহুলে শ্বেয়াৰ কৰাক লৈ বহুতেই এতিয়া প্ৰশ্ন কৰিছে, ‘ৰাহুলে কি ৰূপৰ কথা জনতাক ক’ব খুজিছে? এজন জননেতাই নিজকে এনেকৈ উপস্থাপন কৰাটো সঠিক নহয়৷ এজন জননেতাই নিজক চিনি নাপালে জনতাই কেনেকৈ চিনি পাব?’

শাসক দল বিজেপিয়ে প্ৰত্যেকসময়তেই ৰাহুলৰ ভাৱমূৰ্তী বিনষ্ট কৰিবলৈ যত্ন কৰি থকাৰ সময়তে ৰাহুলে এই ভিডিঅ’ শ্বেয়াৰ কৰাত বহুতৰেই মনত প্ৰশ্ন, ৰাহুলে নিজেই প্ৰতিদ্বন্দীক সমালোচনা কৰাৰ সুযোগ দিয়াৰ আঁৰত কি কাৰণ? সামাজিক মাধ্যমত ভাইৰেল হৈয়েই ৰাজনীতিৰ পথাৰত জনপ্ৰিয়তা বঢ়াবলৈ যত্ন কৰিছে নেকি ৰাহুল গান্ধীয়ে? অৱশ্যে এটা কথাও ক’ব লাগিব যে এই ডিজিটেল যুগত সামাজিক মাধ্যমত সক্ৰিয় হ’লেহে ৰাজনৈতিক যুদ্ধখনত সৈনিক হৈ আগুৱাব পাৰি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!
জীৱনশৈলী

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

October 13, 2026
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু
ভাৰত

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

October 13, 2026
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?
বিনোদন

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

October 13, 2026
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!
ৰাজনীতি

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

October 13, 2026
Next Post
যিকোনো মুহূৰ্ততেই ডুব যাব পাৰে ৰাজধানী দিল্লী! বিপদ সীমাৰ ওপৰেৰে বৈছে যমুনাৰ পানী

যিকোনো মুহূৰ্ততেই ডুব যাব পাৰে ৰাজধানী দিল্লী! বিপদ সীমাৰ ওপৰেৰে বৈছে যমুনাৰ পানী

বিখ্যাত সাহিত্যিক মিলান কুন্দেৰা আৰু নাই! ইতিহাস হ’ল চেক লেখকৰ সেই তীৰ্যক আখ্যান, ৯৪ বছৰ বয়সত কুন্দেৰাৰ দেহাৱসান

বিখ্যাত সাহিত্যিক মিলান কুন্দেৰা আৰু নাই! ইতিহাস হ’ল চেক লেখকৰ সেই তীৰ্যক আখ্যান, ৯৪ বছৰ বয়সত কুন্দেৰাৰ দেহাৱসান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.