• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যিকোনো মুহূৰ্ততেই ডুব যাব পাৰে ৰাজধানী দিল্লী! বিপদ সীমাৰ ওপৰেৰে বৈছে যমুনাৰ পানী

যিকোনো মুহূৰ্ততেই ডুব যাব পাৰে ৰাজধানী দিল্লী! বিপদ সীমাৰ ওপৰেৰে বৈছে যমুনাৰ পানী

3 years ago
এটা ভুলে শেষ কৰিব আপোনাৰ Gmail ID, Jio-Airtel ব্যৱহাৰকাৰীসকলে ভুলতো নকৰিব এই কাম!

এটা ভুলে শেষ কৰিব আপোনাৰ Gmail ID, Jio-Airtel ব্যৱহাৰকাৰীসকলে ভুলতো নকৰিব এই কাম!

49 minutes ago
পেটৰ তলৰ অংশত মাজে মাজে বিষ অনুভৱ, হ’ব পাৰে মাৰাত্মক ৰোগৰ ইংগিত!

পেটৰ তলৰ অংশত মাজে মাজে বিষ অনুভৱ, হ’ব পাৰে মাৰাত্মক ৰোগৰ ইংগিত!

2 hours ago
‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ

‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ

2 hours ago
World Malaria Day 2026: শৰীৰৰ বিষ আৰু অত্যাধিক জ্বৰ, মেলেৰিয়া ডেংগুতকৈ কিমান পৃথক?

World Malaria Day 2026: শৰীৰৰ বিষ আৰু অত্যাধিক জ্বৰ, মেলেৰিয়া ডেংগুতকৈ কিমান পৃথক?

3 hours ago
মাত্ৰ ২১০ টকা বিনিয়োগেৰে প্ৰতিমাহে পাব ৫০০০ টকাৰ পেঞ্চন, এই চৰকাৰী আঁচনিয়ে কৰিব সহায়

মাত্ৰ ২১০ টকা বিনিয়োগেৰে প্ৰতিমাহে পাব ৫০০০ টকাৰ পেঞ্চন, এই চৰকাৰী আঁচনিয়ে কৰিব সহায়

3 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

4 hours ago
বিজেপিলৈ গৈ জগৰ লগালে ৰাঘৱ চাদ্দাই! হ্ৰাস পালে জনপ্ৰিয়তা

বিজেপিলৈ গৈ জগৰ লগালে ৰাঘৱ চাদ্দাই! হ্ৰাস পালে জনপ্ৰিয়তা

5 hours ago
শনিৰ বক্ৰী দশা ৩ৰাশিৰ বাবে লাকী! ১৩৮ দিন শনিৰ কৃপাত উন্নতিয়েই উন্নতি কৰিব এইকেইটা ৰাশিয়ে

শনিৰ বক্ৰী দশা ৩ৰাশিৰ বাবে লাকী! ১৩৮ দিন শনিৰ কৃপাত উন্নতিয়েই উন্নতি কৰিব এইকেইটা ৰাশিয়ে

6 hours ago
ভাৱনা শৰ্মাই লোকেশ্ব্যন বেলেগ দি নামিছিল বেলেগ ঠাইত, ৰেপিড’ চালকে দিছে কেইবাটাও বিস্ফোৰক তথ্য

ভাৱনা শৰ্মাই লোকেশ্ব্যন বেলেগ দি নামিছিল বেলেগ ঠাইত, ৰেপিড’ চালকে দিছে কেইবাটাও বিস্ফোৰক তথ্য

7 hours ago
নিজৰ ৰাশিত প্ৰৱেশ কৰিব ৰঙা গ্ৰহই, মঙ্গল-সূৰ্য-বুধৰ মিলন! অন্ধকাৰ ভেদি উজলিব ৫ৰাশি

নিজৰ ৰাশিত প্ৰৱেশ কৰিব ৰঙা গ্ৰহই, মঙ্গল-সূৰ্য-বুধৰ মিলন! অন্ধকাৰ ভেদি উজলিব ৫ৰাশি

7 hours ago
বিগত এবছৰ ধৰি শ্বাহৰুখ আছে ভাড়াঘৰত, ইফালে মেনেজাৰ পূজা দাদলানিয়ে কিনিছে বিলাসী ফ্লেট? কিমান দাম পূজাৰ এই লাক্সাৰী ফ্লেটৰ?

বিগত এবছৰ ধৰি শ্বাহৰুখ আছে ভাড়াঘৰত, ইফালে মেনেজাৰ পূজা দাদলানিয়ে কিনিছে বিলাসী ফ্লেট? কিমান দাম পূজাৰ এই লাক্সাৰী ফ্লেটৰ?

8 hours ago
নীচভঙ্গ ৰাজযোগৰ সৈতে ধন যোগো, আগন্তুক সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

নীচভঙ্গ ৰাজযোগৰ সৈতে ধন যোগো, আগন্তুক সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

যিকোনো মুহূৰ্ততেই ডুব যাব পাৰে ৰাজধানী দিল্লী! বিপদ সীমাৰ ওপৰেৰে বৈছে যমুনাৰ পানী

editor by editor
July 12, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
যিকোনো মুহূৰ্ততেই ডুব যাব পাৰে ৰাজধানী দিল্লী! বিপদ সীমাৰ ওপৰেৰে বৈছে যমুনাৰ পানী
0
SHARES
638
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ যিকোনো মুহূৰ্ততেই ডুব যাব পাৰে ৰাজধানী দিল্লী! বিপদসীমাৰ ওপৰেৰে বৈছে যমুনা৷ দিল্লীত ৪৫বছৰীয়া ৰেকৰ্ড ভংগ কৰি যমুনাৰ জলস্তৰ বৃদ্ধি৷ ২০৭.৫৫ মিটাৰ ওপৰেৰে বৈছে যমুনাৰ পানী৷ ১৯৭৮ চনৰ বানৰ পাছত এইবাৰ আকৌ ভয়ংকৰ বানৰ মুখামুখি হৈছে ৰাজধানী দিল্লী৷ এই জলস্তৰ নিশালৈকে আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা৷ আগন্তুক সতৰ্কতামূলক পদক্ষেপ হিচাপে বানত ক্ষতিগ্ৰস্থ এলেকাসমূহত ১৪৪ধাৰা জাৰি কৰিছে দিল্লী আৰক্ষীয়ে৷

যমুনাৰ জলস্তৰ আৰু অলপ বৃদ্ধি পালেই দিল্লী চহৰৰ ভিতৰলৈকে পানী সোমোৱাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে দিল্লী প্ৰশাসনে৷ পৰিস্থিতি ক্ৰমে অধিক জটিল হৈ পৰাৰ বাবে জৰুৰী বৈঠকৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী কেজৰিৱালে৷ দেওবাৰে দুপৰীয়া ১১ বজাত যমুনাৰ জলস্তৰ আছিল ২০৩.১৪ মিটাৰ৷ সোমবাৰে আবেলিলৈ এই জলস্তৰ বৃদ্ধি হৈ হৈছিলগৈ ২০৫.৪মিটাৰ৷ ১৮ঘণ্টাৰ ভিতৰত এই জলস্তৰ আৰু বৃদ্ধি পাই হৈছেগৈ ২০৭.৫৫ মিটাৰ৷

দিল্লীৰ কেইবাটাও এলেকা ইতিমধ্যে প্লাবিত কৰিছে যমুনাৰ পানীয়ে৷ প্লাবিত হৈছে মনাষ্ট্ৰী মাৰ্কেট, কাশ্মীৰি গেট, ৰিং ৰোড৷ ইতিমধ্যে এই অঞ্চলৰ বাসিন্দাসকলক উদ্ধাৰৰ কাম আৰম্ভ কৰিছে দিল্লী প্ৰশাসনে৷ ৰিং ৰোডত অস্থায়ী বান্ধ বান্ধি বানক বাধা দিয়াৰো চেষ্টা চলাইছে প্রশাসনে৷

ইপিনে দিল্লীৰ জলসম্পদ মন্ত্ৰী সৌৰৱ ভৰদ্বাজে সংবাদমাধ্যমক জনোৱা অনুসৰি, ‘পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ দিল্লী চৰকাৰ সম্পূৰ্ণৰূপেই প্ৰস্তুত৷ আমি পৰিস্থিতিৰ ওপৰত সম্পূৰ্ণ নজৰ ৰাখিছো৷ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে৷’

ইপিনে মুখ্যমন্ত্ৰী কেজৰিৱালেও সংবাদমেল পাতি দিল্লীৰ জনতাক সাৱধান হ’বলৈ আহ্বান জনাইছে৷ গৃহমন্ত্ৰী অমিত শ্বাহলৈকো সহায় বিচাৰি চিঠি লিখিছে মুখ্যমন্ত্ৰী কেজৰিৱালে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এটা ভুলে শেষ কৰিব আপোনাৰ Gmail ID, Jio-Airtel ব্যৱহাৰকাৰীসকলে ভুলতো নকৰিব এই কাম!
প্ৰযুক্তি

এটা ভুলে শেষ কৰিব আপোনাৰ Gmail ID, Jio-Airtel ব্যৱহাৰকাৰীসকলে ভুলতো নকৰিব এই কাম!

April 25, 2026
পেটৰ তলৰ অংশত মাজে মাজে বিষ অনুভৱ, হ’ব পাৰে মাৰাত্মক ৰোগৰ ইংগিত!
জীৱনশৈলী

পেটৰ তলৰ অংশত মাজে মাজে বিষ অনুভৱ, হ’ব পাৰে মাৰাত্মক ৰোগৰ ইংগিত!

April 25, 2026
‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ
ভাৰত

‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ

April 25, 2026
World Malaria Day 2026: শৰীৰৰ বিষ আৰু অত্যাধিক জ্বৰ, মেলেৰিয়া ডেংগুতকৈ কিমান পৃথক?
জীৱনশৈলী

World Malaria Day 2026: শৰীৰৰ বিষ আৰু অত্যাধিক জ্বৰ, মেলেৰিয়া ডেংগুতকৈ কিমান পৃথক?

April 25, 2026
Next Post
বিখ্যাত সাহিত্যিক মিলান কুন্দেৰা আৰু নাই! ইতিহাস হ’ল চেক লেখকৰ সেই তীৰ্যক আখ্যান, ৯৪ বছৰ বয়সত কুন্দেৰাৰ দেহাৱসান

বিখ্যাত সাহিত্যিক মিলান কুন্দেৰা আৰু নাই! ইতিহাস হ’ল চেক লেখকৰ সেই তীৰ্যক আখ্যান, ৯৪ বছৰ বয়সত কুন্দেৰাৰ দেহাৱসান

প্ৰমাণ হ’ল! পশ্চিমবংগৰ মানুহৰ হৃদয়ত কেৱল তৃণমূল কংগ্ৰেছঃ মমতা বেনাৰ্জী

প্ৰমাণ হ’ল! পশ্চিমবংগৰ মানুহৰ হৃদয়ত কেৱল তৃণমূল কংগ্ৰেছঃ মমতা বেনাৰ্জী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.