• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
INDIAৰ অতীত ক’লা, ভৱিষ্যত ক’লা, বৰ্তমান নিজেই ক’লা কৰি আহিছেঃ মন্ত্ৰী পীয়ুষ গোৱেল

INDIAৰ অতীত ক’লা, ভৱিষ্যত ক’লা, বৰ্তমান নিজেই ক’লা কৰি আহিছেঃ মন্ত্ৰী পীয়ুষ গোৱেল

3 years ago
প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!

প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!

5 minutes ago
শুই থাকোতে হঠাৎ ভৰি টানি ধৰা, এয়া কোনো ভয়ংকৰ ৰোগৰ লক্ষণ নেকি?

শুই থাকোতে হঠাৎ ভৰি টানি ধৰা, এয়া কোনো ভয়ংকৰ ৰোগৰ লক্ষণ নেকি?

26 minutes ago
EMI ত ফোন ক্ৰয় কৰিছে নেকি? ধন পৰিশোধ নকৰিলে হ’ব পাৰে লক!

EMI ত ফোন ক্ৰয় কৰিছে নেকি? ধন পৰিশোধ নকৰিলে হ’ব পাৰে লক!

51 minutes ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

১২ আগষ্টত বৃহস্পতি হ’ব উদয়, লাভৱান হ’ব নে সকলো হেৰুৱাব আপুনি?

1 hour ago
চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

2 hours ago
ভাৰতকে ধৰি ৫খন দেশৰ ওপৰত ১০০% শুল্ক আৰোপ, আমেৰিকাৰ চেনেটত গৃহীত বিধেয়ক

ভাৰতকে ধৰি ৫খন দেশৰ ওপৰত ১০০% শুল্ক আৰোপ, আমেৰিকাৰ চেনেটত গৃহীত বিধেয়ক

3 hours ago
বানৰ মাজতে ধুমুহাৰ তাণ্ডৱ, ধুমুহাই উৰুৱাই নিলে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ!

বানৰ মাজতে ধুমুহাৰ তাণ্ডৱ, ধুমুহাই উৰুৱাই নিলে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ!

4 hours ago
বতৰৰ ৰঙা, কমলা আৰু হালধীয়া সংকেতৰ অৰ্থ কি? কেনেকৈ এই সতৰ্কবাণীৰ সিদ্ধান্ত লয় জানক

বতৰৰ ৰঙা, কমলা আৰু হালধীয়া সংকেতৰ অৰ্থ কি? কেনেকৈ এই সতৰ্কবাণীৰ সিদ্ধান্ত লয় জানক

5 hours ago
ভিডিঅ’ গেমে কাঢ়িলে প্ৰাণ, সন্তানক গেম খেলিবলৈ দিয়াৰ পূৰ্বে হওক সাৱধান!

ভিডিঅ’ গেমে কাঢ়িলে প্ৰাণ, সন্তানক গেম খেলিবলৈ দিয়াৰ পূৰ্বে হওক সাৱধান!

6 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

আজি ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, কিন্তু সন্মান হানিৰ আছে আশংকা!

7 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কেনে যাব আপোনাৰ ৮ আগষ্টৰ দিনটো? পঢ়ক দৈনিক ৰাশিফল

15 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

অসহ্যকৰ দাঁতৰ বিষ? এই ঘৰুৱা পদ্ধতিৰে কৰক দূৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

INDIAৰ অতীত ক’লা, ভৱিষ্যত ক’লা, বৰ্তমান নিজেই ক’লা কৰি আহিছেঃ মন্ত্ৰী পীয়ুষ গোৱেল

editor by editor
July 27, 2023
in ভাৰত, ৰাজনীতি
0
INDIAৰ অতীত ক’লা, ভৱিষ্যত ক’লা, বৰ্তমান নিজেই ক’লা কৰি আহিছেঃ মন্ত্ৰী পীয়ুষ গোৱেল
0
SHARES
41
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ আজি ষষ্ঠ দিন। বিগত ৫ দিনৰ দৰে আজিও মণিপুৰৰ বিষয়টোক লৈ উত্তাল হৈছে বিৰোধী। বিৰোধী উত্তাল হৈ পৰাৰ বাবেই কিছুসময়ৰ বাবে স্থগিত ৰখা হৈছে সদন। ৰাজ্যসভাৰ কাৰ্যক্ৰম কিছু সময়ৰ বাবে সুচাৰুৰূপে আগবাঢ়িছিল। কিন্তু কিছুসময় পূৰ্বে পুনৰ উত্তাল হৈ পৰিছে সদন। এন ডি এৰ সাংসদসকলে মোদী-মোদী শ্ল’গান দিবলৈ আৰম্ভ কৰিছিল, যাৰ উত্তৰত বিৰোধী সাংসদসকলেও INDIA-INDIA শ্ল’গান দিবলৈ আৰম্ভ কৰে। হুলস্থূলীয়া পৰিবেশৰ বাবেই সদন দুপৰীয়া ২ বজালৈ স্থগিত ৰখা হৈছে।

মণিপুৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বিৰোধী সাংসদসকলে ক’লা কাপোৰ পৰিধান কৰি সংসদলৈ আহিছে বিৰোধী বিধায়কসকলে। ইয়াৰ পূৰ্বে, ইণ্ডিয়ান নেচনেল ডেভেলপমেণ্টেল ইনক্লুচিভ এলায়েন্স (ইণ্ডিয়া)ৰ সকলো সাংসদে মণিপুৰৰ পৰিস্থিতিক লৈ প্ৰতিবাদ সাব্যস্ত কৰিবলৈকে পৰিধান কৰি আহিছে কলা কাপোৰ। বিৰোধীৰ এই প্ৰতিবাদক লৈ মুখ খুলিছে শাসকীয় দলৰ মন্ত্ৰী পীয়ুষ গোৱেলে।

প্ৰতিবাদী ইণ্ডিয়াৰ সদস্যক টাৰ্গেট কৰি মন্ত্ৰী পীয়ুষ গোৱেলে কয়, ‘এয়া অতি দুৰ্ভাগ্যজনক যে ইমান গুৰুতৰ বিষয়ত ৰাজনীতি কৰা হৈছে। এয়া ভাৰতৰ সন্মানৰ বিষয়, বিশ্বৰ সন্মুখত ভাৰতৰ প্ৰতিচ্ছবি বেয়া কৰিছে। মই ভাৱো যিসকলে ক’লা কাপোৰ পিন্ধি আহিছে তেওঁলোকে এনে কৰিব নালাগিছিল। বিৰোধী নেতাসকলে দেশৰ উন্নয়ণৰ ধাৰাটোক বুজা উচিত। তেওঁলোকৰটো বাৰু বৰ্তমান, অতীত আৰু ভৱিষ্যত ক’লাই। তথাপিও আমি আশা কৰোঁ যে তেওঁলোকৰ জীৱনতো পোহৰ আহক।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য
প্ৰযুক্তি

প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

August 7, 2026
এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?
বাণিজ্য

এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

August 7, 2026
পুনৰ বাঢ়িব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম?
বাণিজ্য

পুনৰ বাঢ়িব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম?

August 7, 2026
সুখবৰ! ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ সন্তানৰ লালন-পালনৰ খৰচো বহন কৰিব লাগিব প্ৰতিষ্ঠানে
নিয়োগ

সুখবৰ! ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ সন্তানৰ লালন-পালনৰ খৰচো বহন কৰিব লাগিব প্ৰতিষ্ঠানে

August 7, 2026
Next Post
গান্ধাৰীক ধৃতৰাষ্ট্ৰই বিয়া পতাটোও লাভ জেহাদ আছিল, মুখ্যমন্ত্ৰীয়ে লাভ জেহাদ নতুনকৈ আৱিষ্কাৰ কৰা নাই

গান্ধাৰীক ধৃতৰাষ্ট্ৰই বিয়া পতাটোও লাভ জেহাদ আছিল, মুখ্যমন্ত্ৰীয়ে লাভ জেহাদ নতুনকৈ আৱিষ্কাৰ কৰা নাই

সংসাৰ ভাল কৰিবলৈ এই কাম কৰক! স্বামীৰ ভালৰ বাবে শাওন মাহত বিবাহিত মহিলাই এই ৫কাম কৰিবই

সংসাৰ ভাল কৰিবলৈ এই কাম কৰক! স্বামীৰ ভালৰ বাবে শাওন মাহত বিবাহিত মহিলাই এই ৫কাম কৰিবই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.