• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপোনাৰ একাউণ্টত এতিয়াও প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ধন নাই সোমোৱা নেকি? আজিয়েই এই কাম কৰক লগে লগেই একাউণ্টত সোমাব ধন

আপোনাৰ একাউণ্টত এতিয়াও প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ধন নাই সোমোৱা নেকি? আজিয়েই এই কাম কৰক লগে লগেই একাউণ্টত সোমাব ধন

3 years ago
সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

3 minutes ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

40 minutes ago
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

1 hour ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

14 hours ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

15 hours ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

15 hours ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

16 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

16 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

20 hours ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

20 hours ago
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

22 hours ago
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আপোনাৰ একাউণ্টত এতিয়াও প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ধন নাই সোমোৱা নেকি? আজিয়েই এই কাম কৰক লগে লগেই একাউণ্টত সোমাব ধন

editor by editor
July 28, 2023
in অসম, জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি
0
আপোনাৰ একাউণ্টত এতিয়াও প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ধন নাই সোমোৱা নেকি? আজিয়েই এই কাম কৰক লগে লগেই একাউণ্টত সোমাব ধন
0
SHARES
74
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ জুলাইত ৰাজস্থানৰ চিকাৰ জিলাত আয়োজিত কৃষক সন্মীলনৰ পৰাই কৃষক সন্মান নিধিৰ ধন মুকলি কৰি দিছে। কৃষকৰ একাউণ্টত পোনপটীয়াভাৱে ১৪ নম্বৰ কিস্তিৰ ধন সোমোৱাই দিয়া হৈছে। কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ ৮.৫ কোটি কৃষকৰ একাউণ্টত সোমোৱাই দিছে এই ধন। সমগ্ৰ দেশৰ কৃষকলৈ মুঠ ১৭ হাজাৰ কোটি ধন মোকলাই দিছে কেন্দ্ৰই। কিন্তু প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ চতুৰ্দশ কিস্তি প্ৰদানৰ পাছতো দেশৰ এনে বহু কৃষক আছে যিয়ে তেওঁলোকৰ একাউণ্টত ধন লাভ কৰা নাই। ধন লাভ নকৰা কৃষকৰ বাবে এই ধন একাউণ্টত সোমাবলৈ অচিৰেই আবেদন কৰাৰ জনাইছে কেন্দ্ৰই। কিন্তু কেনেকৈ এই আৱেদন কৰিব?

E-KYC আৰু মাটিৰ কাগজ দাখিল কৰাটো বাধ্যতামূলক
যদি আপুনি এতিয়ালৈকে আপোনাৰ একাউণ্টত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ চতুৰ্দশ কিস্তিৰ ধন লাভ কৰা নাই তেন্তে ইয়াৰ মুখ্য কাৰণ হৈছে আপুনি E-KYC আৰু মাটিৰ কাগজ দাখিল কৰা কৰা নাই। যদি আপুনি আঁচনিখনত আপোনাৰ ই-কেৱাইচি আৰু ভূমি ৰেকৰ্ড বোৰ প্ৰমাণিত কৰিছে। ইয়াৰ পাছতো, আপোনাৰ নাম হিতাধিকাৰীতালিকাত অন্তৰ্ভুক্ত কৰা হোৱা নাই। এনে পৰিস্থিতিত, আপুনি লগে লগে জিলাখনৰ সংশ্লিষ্ট নোডেল অফিচাৰপ সৈতে যোগাযোগ কৰক আৰু তালিকাখনত আপোনাৰ নাম নথকাৰ কাৰণ তেঁওক সোধক। তেওঁৰ হাততেই এই সমস্ত তথ্য জমা দিয়াৰ পাছতো কিয় তেঁও সুচাৰুৰূপে এইসমূহ জমা নিদিলে।

যদি তথ্যসমূহ ভৰ্তি কৰোতে কিবা ভুল হৈছিল তেন্তে এতিয়াও শুধৰাই দিয়াৰ উপায় আছে সেই উপায় গ্ৰহণ কৰি ততাতৈয়াকৈ সেয়া শুধৰাই লওক। ইয়াৰ পাছতেই আপুনি পিএম কিষাণ আঁচনিৰ ধন একাউণ্টত লাভ কৰিব। সকলো ঠিকে থকাৰ পাছতো যদি ধন লাভ কৰা নাই তেন্তে 155261, 1800115526 আৰু 011-23381092 নম্বৰত ফোন কৰক। ইয়াৰোপৰি Pmkisan-ict@gov.in গৈ আপুনি মেইল কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ
জীৱনশৈলী

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

June 21, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

June 21, 2026
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?
জীৱনশৈলী

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

June 21, 2026
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

June 20, 2026
Next Post
নাগপঞ্চমী কেতিয়া? নাগ পঞ্চমীৰ দিনা ভুলতো এইকেইটা কাম নকৰিব, এই কাম কৰিলে পূণ্যৰ সলনি পাপহে আৰ্জিব আপুনি

নাগপঞ্চমী কেতিয়া? নাগ পঞ্চমীৰ দিনা ভুলতো এইকেইটা কাম নকৰিব, এই কাম কৰিলে পূণ্যৰ সলনি পাপহে আৰ্জিব আপুনি

মৃত্যুৰ পূৰ্বে সকলো ব্যক্তিয়ে লাভ কৰে কেইটামান বিশেষ সংকেত, আপুনিও তেনে কিবা সংকেত দেখিছে নেকি?

মৃত্যুৰ পূৰ্বে সকলো ব্যক্তিয়ে লাভ কৰে কেইটামান বিশেষ সংকেত, আপুনিও তেনে কিবা সংকেত দেখিছে নেকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.