অসম লাইভ২৪ঃ
প্ৰকাশ পালে সমষ্টি পুনঃনিৰ্ধাৰণৰ চুড়ান্ত তালিকা। সলনি হ’ল ১৯ টা বিধানসভা আৰু ১টা লোকসভা সমষ্টিৰ নাম। কি সমষ্টিৰ কি নাম হ’ল?
পুৰণি নাম- মানকাচৰ, নতুন নাম-বীৰসিং জৰোৱা
পুৰণি নাম- ছাউথ শালমাৰা, নতুন নাম- মানকাচৰ
পুৰণি নাম- মানিকপুৰ, নতুন নাম- ছৃজনগ্ৰাম
পুৰণি নাম- ভৱানীপুৰ, নতুন নাম-ভৱানীপুৰ-সৰভোগ
পুৰণি নাম- ৰূপশী, নতুন নাম-পাকাবেটবাৰী
পুৰণি নাম- বকো, নতুন নাম-বকো ছয়গাওঁ
পুৰণি নাম- হাজো, নতুন নাম- হাজো শুৱালকুছি
পুৰণি নাম- গোৱৰ্ধনা, নতুন নাম- মানস
পুৰণি নাম- বটদ্ৰৱা, নতুন নাম-ধিং
পুৰণি নাম- নগাঁও, নতুন নাম- নগাঁও বটদ্ৰৱা
পুৰণি নাম- ;চতিয়া, নতুন নাম-নদুৱাৰ
পুৰণি নাম- চাবুৱা, নতুন নাম-চাবুৱা লাহোৱাল
পুৰণি নাম- মৰাণ, নতুন নাম-খোৱাং
পুৰণি নাম- ডিমা হাছাও, নতুন নাম-হাফলং
পুৰণি নাম- আলগাপুৰ, নতুন নাম-আলগাপুৰ কাটলিছেৰা
পুৰণি নাম- বদৰপুৰ, নতুন নাম-কৰিমগঞ্জ নৰ্থ
পুৰণি নাম- নৰ্থ কৰিমগঞ্জ, নতুন নাম-কৰিমগঞ্জ ছাউথ
পুৰণি নাম- ছাউথ কৰিমগঞ্জ, নতুন নাম-পাথাৰকান্দি
পুৰণি নাম- ৰাতাবাৰী, নতুন নাম-ৰাম কৃষ্ণ নগৰ
নাম সলনি হোৱা লোকসভা সমষ্টি হৈছে দৰং। দৰঙ সমষ্টিৰ নতুন নাম দৰং ওদালগুৰি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ