• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪ বছৰৰ অক্লান্ত পৰিশ্ৰম, চন্দ্ৰযান-৩ৰ নেপথ্যৰ আঁৰৰ বিজ্ঞানীকেইজনক জানেনে?

৪ বছৰৰ অক্লান্ত পৰিশ্ৰম, চন্দ্ৰযান-৩ৰ নেপথ্যৰ আঁৰৰ বিজ্ঞানীকেইজনক জানেনে?

3 years ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

8 hours ago
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

9 hours ago
‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

9 hours ago
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

10 hours ago
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

11 hours ago
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

11 hours ago
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

12 hours ago
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

13 hours ago
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

14 hours ago
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

14 hours ago
আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

15 hours ago
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

৪ বছৰৰ অক্লান্ত পৰিশ্ৰম, চন্দ্ৰযান-৩ৰ নেপথ্যৰ আঁৰৰ বিজ্ঞানীকেইজনক জানেনে?

editor by editor
August 24, 2023
in বিজ্ঞান, ভাৰত
0
৪ বছৰৰ অক্লান্ত পৰিশ্ৰম, চন্দ্ৰযান-৩ৰ নেপথ্যৰ আঁৰৰ বিজ্ঞানীকেইজনক জানেনে?
0
SHARES
5.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিগত চাৰি বছৰৰ অক্লান্ত পৰিশ্ৰমে সফলতাৰ মুখ দেখিলে। ইণ্ডিয়ান স্পেছ ৰিচাৰ্ছ অৰ্গেনাইজেশ্ব্যন(ইছৰো) ৰ বিজ্ঞানীক এতিয়া শুভেচ্ছাৰে উপচায় পেলাইছে সকলোৱে। প্ৰায় ১ হাজাৰ অভিযন্তা আৰু গৱেষকে দিনে নিশাই চন্দ্ৰযান-৩ মিছনৰ বাবে কাম কৰিছিল। ভাৰতে চন্দ্ৰ চোৱাৰ আঁৰত আছে একাধিক বিজ্ঞানীৰ কঠোৰ পৰিশ্ৰম। যিসকল বিশেষজ্ঞই এই চন্দ্ৰ মিছনত মুখ্য ভূমিকা লৈছে তাৰ ভিতৰত প্ৰধান হৈছে এছ সোমনাথ। তেওঁৰ নেতৃত্বই এই মিছন সফল হৈছে। চন্দ্ৰযান-৩ উৎক্ষেপনৰ আগৰ সকলোবোৰ কাম কাজ নিজেই তদাৰক কৰিছিল সোমনাথে।

এছ সোমনাথ, ISRO প্রধান
চন্দ্ৰযান ৩ বহন কৰি মহাকাশলৈ যাত্ৰা কৰিছিল এল ভিএম ৰকেটে। যাক বাহুবলী ৰকেট বুলিও কোৱা হয়। এই ৰকেটৰ ডিজাইন কৰিছিল এছ সোমনাথে। তেওঁৰ নেতৃত্বতেই এই মিছন সফল হৈছে। চন্দ্ৰযান-৩ উৎক্ষেপণৰ আগৰ যিসমূহ যাৱতীয় কাম সকলোবোৰ তেওঁ নিজেই তদাৰক কৰিছিল। বাংগালুৰুৰ বাসিন্দা এছ সোমনাথ কেৱল এগৰাকী দক্ষ বিজ্ঞানীয়েই নহয় তেওঁ এগৰাকী দক্ষ অভিনেতাও। তেওঁ এখন সংস্কৃত ছবি ‘ইয়ানাম’তো অভিনয় কৰিছে। তেওঁৰ সংস্কৃত ভাষাত বিশেষ দখলো আছে।

বিক্ৰম ছাৰাভাই স্পেছ চেণ্টাৰৰ ডিৰেক্টৰ উন্নিকৃষ্ণণ নাইয়াৰ
এই মিছনত প্ৰধান ভূমিকাত আছে বিক্ৰম ছাৰাভাই স্পেছ চেণ্টাৰৰ ডাইৰেক্টৰ উন্নিকৃষ্ণণ নাইয়াৰ। তেওঁ ৰকেট সংক্ৰান্তীয় গৱেষণাৰ মাষ্টাৰমাইণ্ড। দক্ষ এৰোস্পেছ ইঞ্জিনীয়াৰ উন্নিকৃষ্ণণ। বাংগালুৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্সৰ পৰা এৰোস্পেছ বিষয়ত ডিগ্ৰীধাৰী উন্নিকৃষ্ণণ।

ভিৰামুথুভেল পি, চন্দ্ৰযান-৩ৰ প্ৰজেক্ট ডাইৰেক্টৰ
বিগত চাৰি বছৰ ধৰি এই প্ৰকল্পত নিজৰ সৰ্বস্ব ত্যাগ কৰিছে ভিৰামুথুভেল পি। চেন্নাইৰ পৰা তেওঁ টেকনলজিত মাষ্টাৰ ডিগ্ৰী অৰ্জন কৰিছিল। ২০১৯ চনতো লেণ্ডাৰ বিক্ৰমৰ বহু কাম তেওঁ তদাৰক কৰিছিল। সেই ক্ষেত্ৰত তেওঁৰ জ্ঞান চন্দ্ৰযান-৩ৰ সাফল্যৰ বাবে কাৰ্যকৰী হৈছে।

কল্পনা কে, চন্দ্ৰযান-৩ৰ ডেপুটি প্ৰজেক্ট ডাইৰেক্টৰ
কৰ’না পৰিস্থিতিত যেতিয়া সমগ্ৰ দেশ ঘৰৰ ভিতৰত সোমাই আছিল তেতিয়াও তেওঁ কাম কৰি আছিল। তেওঁ ভাৰতৰ মহাকাশ গৱেষণাত নিজৰ জীৱন সমৰ্পণ কৰিছে। চন্দ্ৰযান-৩ মিছনৰ সৈতেও যুক্ত হৈ আছে কল্পনা।

এম ভনিথা, ইউআৰ ৰাও চেটেলাইট চেণ্টাৰৰ ডেপুটি ডাইৰেক্টৰ
চন্দ্ৰযান-২ মিশনৰ প্ৰজেক্টৰ ডাইৰেক্টৰ আছিল এম ভনিথা। তেওঁ দেশৰ প্ৰথম মহিলা গৱেষক যিয়ে চন্দ্ৰমিছনৰ নেতৃত্ব দিছে। তেওঁ চন্দ্ৰযান-২ মিছন আৰু চন্দ্ৰযান-৩ মিছন দুয়োটাতেই কাম কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’
ভাৰত

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

September 23, 2026
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে
অপৰাধ

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

September 23, 2026
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে
ভাৰত

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

September 23, 2026
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…
প্ৰযুক্তি

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

September 23, 2026
Next Post
‘মই অবাক হোৱা নাই, মই জানিছিলো ইছৰোৱে এই সমস্যা সমাধান কৰিব পাৰিবই, চন্দ্ৰযান-৩ উৎক্ষেপনৰ পাছতেই প্ৰথম মহাকাশচাৰী ৰাকেশ শৰ্মাৰ প্ৰতিক্ৰিয়া

‘মই অবাক হোৱা নাই, মই জানিছিলো ইছৰোৱে এই সমস্যা সমাধান কৰিব পাৰিবই, চন্দ্ৰযান-৩ উৎক্ষেপনৰ পাছতেই প্ৰথম মহাকাশচাৰী ৰাকেশ শৰ্মাৰ প্ৰতিক্ৰিয়া

জন্মাষ্টমী কেতিয়া? জন্মাষ্টমীৰ পূৰ্বেই ঘৰলৈ এই ৬ বিধ সামগ্ৰী আনিলেই সুখ সমৃদ্ধিৰ লগতে হাতলৈ আহিব ধন

জন্মাষ্টমী কেতিয়া? জন্মাষ্টমীৰ পূৰ্বেই ঘৰলৈ এই ৬ বিধ সামগ্ৰী আনিলেই সুখ সমৃদ্ধিৰ লগতে হাতলৈ আহিব ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.