• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জন্মাষ্টমী কেতিয়া? জন্মাষ্টমীৰ পূৰ্বেই ঘৰলৈ এই ৬ বিধ সামগ্ৰী আনিলেই সুখ সমৃদ্ধিৰ লগতে হাতলৈ আহিব ধন

জন্মাষ্টমী কেতিয়া? জন্মাষ্টমীৰ পূৰ্বেই ঘৰলৈ এই ৬ বিধ সামগ্ৰী আনিলেই সুখ সমৃদ্ধিৰ লগতে হাতলৈ আহিব ধন

3 years ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

36 minutes ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

1 hour ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

2 hours ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

3 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

4 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

4 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

5 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

6 hours ago
এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

7 hours ago
Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

7 hours ago
ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

8 hours ago
Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

জন্মাষ্টমী কেতিয়া? জন্মাষ্টমীৰ পূৰ্বেই ঘৰলৈ এই ৬ বিধ সামগ্ৰী আনিলেই সুখ সমৃদ্ধিৰ লগতে হাতলৈ আহিব ধন

editor by editor
August 24, 2023
in বিবিধ, ভাৰত, লেখা
0
জন্মাষ্টমী কেতিয়া? জন্মাষ্টমীৰ পূৰ্বেই ঘৰলৈ এই ৬ বিধ সামগ্ৰী আনিলেই সুখ সমৃদ্ধিৰ লগতে হাতলৈ আহিব ধন
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কৃষ্ণ জন্মাষ্টমী হিন্দু ধৰ্মৰ অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ। ভাদমাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত কৃষ্ণ অৱতাৰ লৈ মৰ্ত্যত জন্মগ্ৰহণ কৰিছিল বিষ্ণুয়ে। সেয়ে এই তিথিক কৃষ্ণ জন্মাষ্টমী বুলি কোৱা হয়। ৰোহিনী নক্ষত্ৰত মথুৰাত মাজনিশা জন্ম হৈছিল শ্ৰীকৃষ্ণৰ। কৃষ্ণ লীলাৰ কথা আমাৰ সকলোৰেই জ্ঞাত। চলিত বছৰত কেতিয়া কৃষ্ণ জন্মাষ্টমী?

চলিত বৰ্ষৰ ৬ ছেপ্টেম্বৰৰ দুপৰীয়া ৩ বাজি ৩৮ মিনিটত অষ্টমী তিথি আৰম্ভ হ’ব। শেষ হ’ব ৭ ছেপ্টেম্বৰৰ সন্ধিয়া ৪ বাজি ১৫ মিনিটত। কৃষ্ণই মাজৰাতি জন্মগ্ৰহণ কৰিছিল। জন্মাষ্টমীৰ পূজাও সেয়ে মাজনিশাই কৰা হয়। এইবাৰো ৬ ছেপ্টেম্বৰতেই জন্মাষ্টমী পালন কৰা হ’ব। জন্মাষ্টমী পুজাৰ শুভ সময় আৰম্ভ হ’ব মাজনিশা ১২ বাজি ২ মিনিটত। ১২ বাজি ৪৮ মিনিটত এই শুভ সময় শেষ হ’ব।

জন্মাষ্টমীৰ মাহাত্ম্য আৰু বিশ্বাস
প্ৰচলিত বিশ্বাস অনুসৰি কৃষ্ণ জন্মাষ্টমী তিথিত কৃষ্ণৰ পূজাঅৰ্চনা কৰিলে ব্যক্তিৰ সমস্ত মনোকামনা পূৰ্ণ হয়। জন্মাষ্টমীত বালক কৃষ্ণক পঞ্চামৃত দি অভিষেক কৰিলে বিশেষ আশীৰ্বাদ লাভ কৰিব। শ্ৰী কৃষ্ণৰ প্ৰিয় মাখন ভোগ হিচাপে আগবঢ়ালে সুফল পাব। কৃষ্ণৰ বালক ৰূপক পূজা কৰিলে সন্তান সুখ লাভ কৰিব।

এই জন্মাষ্টমীত ঘৰলৈ কি কি সামগ্ৰী আনিলে ভাল?

কৃষ্ণ জন্মাষ্টমী উপলক্ষ্যে কেইবিধমান সামগ্ৰী ঘৰলৈ আনিব পাৰে। ইয়াৰফলত পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি পায়।
১) জন্মাষ্টমীত বালক কৃষ্ণৰ ছবি ঘৰলৈ আনিব। ইয়াৰ ফলত পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি পাব।
২) এই তিথিত ঘৰত কামধেনু গৰুৰ ছবি বা মূৰ্তি আনিলে কেৰিয়াৰত উন্নতি হ’ব।
৩) ময়ূৰৰ পাখী শ্ৰী কৃষ্ণৰ অত্যন্ত প্ৰিয়। জন্মাষ্টমীত ঘৰলৈ ময়ূৰপাখি আনিব পাৰে। ইয়াৰ ফলত ঘৰলৈ ধন আগমনৰ পথ প্ৰশস্ত হ’ব।
৪) বাঁহী শ্ৰী কৃষ্ণৰ প্ৰিয়। বাস্ত দোষ দূৰ কৰিবলৈ জন্মাষ্টমীত ঘৰলৈ বাঁহী আনিব পাৰে। ফলত সৌভাগ্য বৃদ্ধি পাব।
৫) জন্মাষ্টমীত ঘৰত বীণাও আনিব পাৰে। বীণা আনিলে সৰস্বতীৰ আশীৰ্বাদ লাভ কৰিব।
৬) এই তিথিত মৌ আনি কৃষ্ণক ভোগত অৰ্পণ কৰিব পাৰে। ইয়াৰ ফলত পৰিয়ালত ধনৰ অভাৱ নহয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ
বিবিধ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

October 10, 2026
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন
বাণিজ্য

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

October 10, 2026
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা
বিনোদন

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

October 10, 2026
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা
বাণিজ্য

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

October 10, 2026
Next Post
চন্দ্ৰৰ দক্ষিণ মেৰুত প্ৰজ্ঞান কেনেকৈ নামিছে সেই ছবি পঠিয়ালে লেণ্ডাৰ বিক্ৰমে, চাওক প্ৰজ্ঞানৰ অৱতৰণ

চন্দ্ৰৰ দক্ষিণ মেৰুত প্ৰজ্ঞান কেনেকৈ নামিছে সেই ছবি পঠিয়ালে লেণ্ডাৰ বিক্ৰমে, চাওক প্ৰজ্ঞানৰ অৱতৰণ

মলমূত্ৰ ত্যাগ কৰিবলৈকে লাগে ৪৫ মিনিট! চন্দ্ৰলৈ যাওঁতে কি কি সমস্যাৰ সন্মুখীন হৈছিল নীল আৰ্মষ্ট্ৰং?

মলমূত্ৰ ত্যাগ কৰিবলৈকে লাগে ৪৫ মিনিট! চন্দ্ৰলৈ যাওঁতে কি কি সমস্যাৰ সন্মুখীন হৈছিল নীল আৰ্মষ্ট্ৰং?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.