• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চন্দ্ৰৰ দক্ষিণ মেৰুত প্ৰজ্ঞান কেনেকৈ নামিছে সেই ছবি পঠিয়ালে লেণ্ডাৰ বিক্ৰমে, চাওক প্ৰজ্ঞানৰ অৱতৰণ

চন্দ্ৰৰ দক্ষিণ মেৰুত প্ৰজ্ঞান কেনেকৈ নামিছে সেই ছবি পঠিয়ালে লেণ্ডাৰ বিক্ৰমে, চাওক প্ৰজ্ঞানৰ অৱতৰণ

3 years ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

29 minutes ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

56 minutes ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

2 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

2 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

3 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

4 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

5 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

5 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

6 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

6 hours ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

7 hours ago
মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

চন্দ্ৰৰ দক্ষিণ মেৰুত প্ৰজ্ঞান কেনেকৈ নামিছে সেই ছবি পঠিয়ালে লেণ্ডাৰ বিক্ৰমে, চাওক প্ৰজ্ঞানৰ অৱতৰণ

editor by editor
August 25, 2023
in ভাৰত
0
চন্দ্ৰৰ দক্ষিণ মেৰুত প্ৰজ্ঞান কেনেকৈ নামিছে সেই ছবি পঠিয়ালে লেণ্ডাৰ বিক্ৰমে, চাওক প্ৰজ্ঞানৰ অৱতৰণ
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ চন্দ্ৰযান-৩ য়ে চন্দ্ৰত সফল অৱতৰণৰ পাছতেই প্ৰথমবাৰৰ বাবে ৰোভাৰ প্ৰজ্ঞানে চন্দ্ৰৰ মাটিত নমাৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে ইছৰোই। লেণ্ডাৰ বিক্ৰমৰ পেটৰ পৰা ধীৰে ধীৰে চন্দ্ৰপৃষ্ঠলৈ নামি আহিছে ৰোভাৰ প্ৰজ্ঞান। এই ঐতিহাসিক মুহূৰ্তৰ ছবি আৰু ভিডিঅ তুলি লেণ্ডাৰ বিক্ৰমে প্ৰেৰণ কৰিছে ইছৰোলৈ।

সেই ছবি ইছৰোয়ে লাভ কৰাৰ লগে লগে টুইটাৰত শ্বেয়াৰ কৰিছে ইছৰোয়ে। ভিডিঅ’টো শ্বেয়াৰ ইছৰোৰ তৰফৰ পৰা লিখিছে, ‘চন্দ্ৰপৃষ্ঠত ৰোভাৰ প্ৰজ্ঞানৰ অৱতৰণ। লেণ্ডাৰ বিক্ৰমৰ পৰা বাহিৰলৈ আহি চন্দ্ৰ মাটিত সফলভাৱে ভৰি দিলে প্ৰজ্ঞানে। এই ভিডিঅ’ সংগ্ৰহ কৰিছে প্ৰজ্ঞানে।’

বিগত ২৩ আগষ্ঠত ভাৰতীয় সময় সন্ধিয়া ৬ বাজি ৪ মিনিটত চন্দ্ৰৰ দক্ষিণ মেৰুত সফল অৱতৰণ কৰিছে চন্দ্ৰযান-৩। আৰু সেই সফল লেণ্ডিঙৰ দৃশ্য প্ৰত্যক্ষ কৰিছিল পৃথিৱীবাসীয়ে। চন্দ্ৰৰ মাটিত ভৰি দিয়াৰ লগে লগেই এখনৰ পাছত আনখন ছবি পঠিয়াইছে লেণ্ডাৰখনে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়
জীৱনশৈলী

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

August 13, 2026
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী
ৰাজনীতি

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

August 13, 2026
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY
বিনোদন

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

August 13, 2026
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন
জীৱনশৈলী

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

August 13, 2026
Next Post
মলমূত্ৰ ত্যাগ কৰিবলৈকে লাগে ৪৫ মিনিট! চন্দ্ৰলৈ যাওঁতে কি কি সমস্যাৰ সন্মুখীন হৈছিল নীল আৰ্মষ্ট্ৰং?

মলমূত্ৰ ত্যাগ কৰিবলৈকে লাগে ৪৫ মিনিট! চন্দ্ৰলৈ যাওঁতে কি কি সমস্যাৰ সন্মুখীন হৈছিল নীল আৰ্মষ্ট্ৰং?

কাৰ হেমাহীত ন্যায় নাপালে ধেমাজিৰ ভূক্তভোগী পৰিয়ালে? উচ্চ ন্যায়ালয়ে কিয় দোষমুক্ত ঘোষণা কৰিব লগা হ’ল এই ঘটনাত জড়িত অভিযুক্তক?

কাৰ হেমাহীত ন্যায় নাপালে ধেমাজিৰ ভূক্তভোগী পৰিয়ালে? উচ্চ ন্যায়ালয়ে কিয় দোষমুক্ত ঘোষণা কৰিব লগা হ’ল এই ঘটনাত জড়িত অভিযুক্তক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.