• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দাৰিদ্ৰতাক জয় কৰি UPSCত সাফল্য, মাত্ৰ ২১ বছৰ বয়সতে IAS অফিচাৰ হ’ল অটোচালকৰ পুত্ৰ

দাৰিদ্ৰতাক জয় কৰি UPSCত সাফল্য, মাত্ৰ ২১ বছৰ বয়সতে IAS অফিচাৰ হ’ল অটোচালকৰ পুত্ৰ

3 years ago
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

29 minutes ago
FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

1 hour ago
ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

2 hours ago
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

3 hours ago
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

4 hours ago
বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

4 hours ago
গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

5 hours ago
‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

5 hours ago
সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

6 hours ago
মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

6 hours ago
জনপ্ৰিয় অভিনেতাৰ মৃত্যু! মনোৰঞ্জন জগতত পৰিছে শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ মৃত্যু! মনোৰঞ্জন জগতত পৰিছে শোকৰ ছাঁ

7 hours ago
কৰ্কট ৰাশিকে ধৰি এইকেইটা ৰাশিৰ লোকসকল সাৱধান, এটা ভুলে বৃদ্ধি কৰিব চিন্তা!

কৰ্কট ৰাশিকে ধৰি এইকেইটা ৰাশিৰ লোকসকল সাৱধান, এটা ভুলে বৃদ্ধি কৰিব চিন্তা!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দাৰিদ্ৰতাক জয় কৰি UPSCত সাফল্য, মাত্ৰ ২১ বছৰ বয়সতে IAS অফিচাৰ হ’ল অটোচালকৰ পুত্ৰ

editor by editor
August 28, 2023
in জীৱনশৈলী, ভাৰত, শিক্ষা
0
দাৰিদ্ৰতাক জয় কৰি UPSCত সাফল্য, মাত্ৰ ২১ বছৰ বয়সতে IAS অফিচাৰ হ’ল অটোচালকৰ পুত্ৰ
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সৰুৰে পৰা দৰিদ্ৰতা আছিল নিত্যসংঙ্গী৷ আৰ্থিক অনাটনৰ বাবে পঢ়াশুনাৰ ক্ষেত্ৰতো বহু বাধা আহিছিল৷ কিন্তু কোনো বাধাৰ ওচৰতেই শিৰনত নকৰিলে তেওঁ৷ সপোন পূৰণপ লক্ষ্যত তেওঁ অবিচল৷ সেয়ে সমস্ত প্ৰতিবন্ধকতাক নেওচি মাত্ৰ ২১ বছৰ বয়সতে তেওঁ আই এ এছ অফিচাৰ হ’ল৷ প্ৰথমবাৰ চিভিল চাৰ্ভিছ পৰীক্ষা দিয়েই সফল হয় আনছাৰ শেখ৷

ভাৰত তথা বিশ্বৰ কঠিনতম পৰীক্ষাসমূহৰ মাজত এটা হৈছে ভাৰতীয় চিভিল চাৰ্ভিছ পৰীক্ষা৷ ইউনিয়ন পাব্লিক চাৰ্ভিছ কমিছনত আয়োজিত এই পৰীক্ষাত পাছ কৰিলেহে আইএএছ আইপিএছৰ দৰে গুৰুত্বপূৰ্ণ চৰকাৰী আমোলা হ’ব পাৰে৷ প্ৰতি বছৰেই অসংখ্য প্ৰাৰ্থীয়ে চিভিল চাৰ্ভিছ পৰীক্ষা দিয়ে৷ কিন্তু ছীটৰ সংখ্যা এক হাজাৰৰো কম৷ সেই পৰীক্ষাত উজলি উঠা ব্যক্তিসকল নিশ্চয়কৈ অতি মেধাসম্পন্ন৷ আনছাৰেও এই পৰীক্ষাত সফলতা লাভ কৰি সকলোৰে দৃষ্টি কাঢ়িছে৷ তেওঁৰ সফলতাৰ কাহিনী জানিবলৈ বহুজন আগ্ৰহী হৈ উঠিছে৷ আনছাৰৰ শিশুকাল অইন পাঁচগৰাকী ছাত্ৰ-ছাত্ৰীৰ দৰে নহয়৷ আনচাৰৰ পিতৃ ইউনুছ শ্বেখ আহমেদ পেছাত অটোচালক৷ মহাৰাষ্ট্ৰৰ জালনা গাওঁৰ বাসিন্দা আনছাৰ পাৰিবাৰিক অৱস্থা অতি বেয়া৷ দাৰিদ্ৰতাৰ মাজতো কিন্তু কেতিয়াও হাৰি নহল আনছাৰ৷

য’ত চিটৰ সংখ্যা এক হাজাৰৰো কম৷ সেই পৰীক্ষাত প্ৰতিভাৱান এইগৰাকী আনছাৰৰ সাফল্যৰ কাহিনীয়ে বহুতকে অনুপ্ৰাণিত কৰিছে৷ চিভিল চাৰ্ভিছ পৰীক্ষাত সাফল্যৰ বাবে অধ্যৱসায়ৰ প্ৰয়োজন৷ সৰুৰেপৰাই মেধাৱী আছিল আনছাৰ৷ দ্বাদশ শ্ৰেণীৰ বোৰ্ড পৰীক্ষাত আনছাৰে ৯১ শতাংশ নম্বৰ পাই উত্তীৰ্ণ হৈছিল৷ পৰবৰ্তীকালত পুনৰ ফাৰ্গুছন কলেজৰ পৰা ৭৩ শতাংশ নম্বৰ সৈ ৰাজনীতিবিজ্ঞানত স্নাতক হয়৷ আৰ্থিক দুৰাবস্থাৰ বাবে আনছাৰে স্নাতক হোৱাৰ পাছত আৰু পঢ়াশুনা আগবঢ়াই নিব নোৱাৰিলে৷ আনছাৰে পঢ়াশুনা সামৰাৰ কথা গম পাই তেওঁ পঢ়ি অহা কলেজৰ শিক্ষকে আনছাৰৰ পিতৃক পুত্ৰৰ পঢ়াশুনাত যাতে বাধা নিদিয়ে তাৰবাবে অনুৰোধ জনায়৷

আনছাৰৰ সফলতাৰ আঁৰত সোমাই আছে বহু পৰিশ্ৰম৷ চিভিল চাৰ্ভিছ পৰীক্ষাৰ প্ৰস্তুতি চলাই থকাৰ সময়ত তেওঁ তিনিবছৰ ধৰি প্ৰতিদিনে ১২ ঘণ্টা কাম কৰিছিল৷ পৰিশ্ৰমৰ পৰা যি ধন লাভ কৰিছিল সেই ধনেৰে তেওঁ ইউপিএছচি ৰ কচিং কৰে৷ কচিং চেণ্টাৰটোৱেও তেওঁৰ আৰ্থিক অৱস্থালৈ লক্ষ্য ৰাখি কিছু ৰেহাইয়ো দিয়ে৷ একান্ত সাধনা, মনৰ জোৰত ২০১৫ চনত ইউপিএছচি পৰীক্ষাত প্রথম চেষ্টাতেই ৩৬১ তম স্থান লাভ কৰিবলৈ সক্ষম হয়৷ মাত্ৰ ২১ বছৰ বয়সতে দেশৰ সৰ্বকনিষ্ঠ আইএএছ অফিচাৰ হিচাপে নিযুক্তি লাভ কৰিবলৈ সক্ষম হয় আনছাৰ শ্বেখে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক
বিশ্ব

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

July 6, 2026
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

July 6, 2026
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক
জীৱনশৈলী

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

July 6, 2026
গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?
জীৱনশৈলী

গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

July 6, 2026
Next Post
বিক্ৰম ছাৰাভাইৰ পৰা সোমনাথ! ইছৰোৰ চেয়াৰমেন পদত বহিছে এই ১০গৰাকী বিজ্ঞানী, তেওঁলোকৰ সাফল্যৰ খতিয়ান জানিবলৈ এতিয়া বহুজনেই আগ্ৰহী

বিক্ৰম ছাৰাভাইৰ পৰা সোমনাথ! ইছৰোৰ চেয়াৰমেন পদত বহিছে এই ১০গৰাকী বিজ্ঞানী, তেওঁলোকৰ সাফল্যৰ খতিয়ান জানিবলৈ এতিয়া বহুজনেই আগ্ৰহী

শুভ যোগত জন্মাষ্টমী, ৬ নে ৭ ছেপ্টেম্বৰত পূজা কৰিব? কেনেকৈ পূজা কৰিলে সুফল পাব, সবিশেষ

শুভ যোগত জন্মাষ্টমী, ৬ নে ৭ ছেপ্টেম্বৰত পূজা কৰিব? কেনেকৈ পূজা কৰিলে সুফল পাব, সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.