• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতা কিমান? কোন প্ৰধানমন্ত্ৰীৰ শিক্ষাগত অৰ্হতা কিমান আছিল?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতা কিমান? কোন প্ৰধানমন্ত্ৰীৰ শিক্ষাগত অৰ্হতা কিমান আছিল?

3 years ago
খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

3 hours ago
শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

3 hours ago
কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

4 hours ago
প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

5 hours ago
২৫ মে পৰ্যন্ত থাকিব কালসৰ্প যোগ,ভয় নাই, এই সময়ৰ ভিতৰত প্ৰচুৰ অৰ্থলাভ হ’ব ৫ৰাশিৰ

২৫ মে পৰ্যন্ত থাকিব কালসৰ্প যোগ,ভয় নাই, এই সময়ৰ ভিতৰত প্ৰচুৰ অৰ্থলাভ হ’ব ৫ৰাশিৰ

5 hours ago
২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

6 hours ago
কৃত্তিকা নক্ষত্ৰত মঙ্গলৰ এন্ট্ৰি, জুনৰ পৰা জুলাইলৈকে অৰ্থৰ চিন্তা নাই, কেৰিয়াৰতো অগ্ৰগতিৰ যোগ এই ৪ৰাশিৰ

কৃত্তিকা নক্ষত্ৰত মঙ্গলৰ এন্ট্ৰি, জুনৰ পৰা জুলাইলৈকে অৰ্থৰ চিন্তা নাই, কেৰিয়াৰতো অগ্ৰগতিৰ যোগ এই ৪ৰাশিৰ

6 hours ago
জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক

জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক

7 hours ago
আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?

আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?

7 hours ago
এদিনতেই বুধ-শুক্ৰ ২ গ্ৰহৰ ৰাশি পৰিবৰ্তন, উন্নতিৰ যোগ আছে কোন কোন ৰাশিৰ জাতক-জাতিকাৰ?

এদিনতেই বুধ-শুক্ৰ ২ গ্ৰহৰ ৰাশি পৰিবৰ্তন, উন্নতিৰ যোগ আছে কোন কোন ৰাশিৰ জাতক-জাতিকাৰ?

8 hours ago
শনিৰ সৈতে ৯০ ডিগ্ৰী কোণলৈ আহিব বুধ, কেন্দ্ৰ দৃষ্টি যোগত এমাহ পাছতেই টকাৰ বৃষ্টি ৪ৰাশিত

শনিৰ সৈতে ৯০ ডিগ্ৰী কোণলৈ আহিব বুধ, কেন্দ্ৰ দৃষ্টি যোগত এমাহ পাছতেই টকাৰ বৃষ্টি ৪ৰাশিত

8 hours ago
ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?

ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতা কিমান? কোন প্ৰধানমন্ত্ৰীৰ শিক্ষাগত অৰ্হতা কিমান আছিল?

editor by editor
September 6, 2023 - Updated on November 24, 2023
in ভাৰত, ৰাজনীতি, লেখা
0
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতা কিমান? কোন প্ৰধানমন্ত্ৰীৰ শিক্ষাগত অৰ্হতা কিমান আছিল?
0
SHARES
494
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দেশৰ প্ৰধানমন্ত্ৰী গৰাকী কিমান শিক্ষিত হোৱাটো প্ৰয়োজনীয়? দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীসকলৰ শিক্ষাগত অৰ্হতা কিমান আছিল? নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতা কিমান? এজন প্ৰধানমন্ত্ৰী হ’বলৈ এজন ভাৰতীয় নাগৰিকৰ শিক্ষাৰ ক্ষেত্ৰত কি কি অৰ্হতা থকাটো প্ৰয়োজনীয়? বৰ্তমানৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুষ্ঠানিক শিক্ষা কিমান? দেশৰ প্ৰধানমন্ত্ৰী গৰাকী কিমান শিক্ষিত হোৱাটো উচিত?

দেশ স্বাধীন হোৱাৰে পৰা বৰ্তমানলৈকে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱা প্ৰধানমন্ত্ৰী সকল কিমান শিক্ষিত তথা তেওঁলোকে কিমান আনুষ্ঠনিক শিক্ষা লাভ কৰিছিল সেয়া জনাতো দৰকাৰ। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পৰা বৰ্তমানৰ নৰেন্দ্ৰ মোদীলৈকে কাৰ কিমান শিক্ষাগত অৰ্হতা? কোনে কিমান দক্ষতাৰে দেশ পৰিচালনা কৰিছিল? স্বাভাৱিকতে এই প্ৰশ্ন হয়টো দেশৰ প্ৰতিজন নাগৰিকে উত্থাপন কৰে। ভাৰতৰ দৰে এখন গণতান্ত্ৰিক দেশত দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ কোনো ধৰাবন্ধা শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই।

প্ৰধানমন্ত্ৰী গৰাকীয়ে কিমান আনুষ্ঠানিক শিক্ষা লাভ কৰিলে সেই সন্দৰ্ভত কোনো বিশেষ প্ৰশ্ন নাই অথবা দেশৰ সংবিধানে সেই বিষয় উপস্থাপন কৰা নাই। গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে দেশৰ প্ৰধানমন্ত্ৰী জনক নিৰ্বাচন কৰাৰ অধিকাৰ আমাৰ আছে। এজন ভাৰতীয় নাগৰিকক কোনো শিক্ষাগত অৰ্হতাৰ ওপৰত প্ৰশ্ন উত্থাপন নকৰি দেশৰ প্ৰধানমন্ত্ৰী জনক আমি নিৰ্বাচন কৰিব পাৰোঁ। মন কৰিবলগীয়া যে বৰ্তমানলৈকে স্বাধীনতাৰ ৭৫ বছৰত আমি ১৪ গৰাকী প্ৰধানমন্ত্ৰী নিৰ্বাচন কৰিলো। ১৯৪৭ চনত দেশ স্বাধীন হোৱাৰ পিছত স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে আসনত বহে জৱাহৰলাল নেহৰু। জৱাহৰলাল নেহৰুয়ে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ উপৰিও আইন শিক্ষা গ্ৰহণ কৰে।

জৱাহৰলাল নেহৰুৰ পিছত গুলজাৰীলাল নন্দা মাত্ৰ ১৩ দিনৰ বাবেহে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হয়। তেখেতৰ পিছত লাল বাহাদুৰ শাস্ত্ৰী ১৯৬৪ চনৰ ৯ জুন তাৰিখে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। লাল বাহাদুৰ শাস্ত্ৰী শিক্ষাগত অৰ্হতাৰ দিশৰ পৰা স্নাতক ডিগ্ৰীধাৰী। লাল বাহাদুৰ শাস্ত্ৰীৰ পিছত ১৯৬৬ চনৰ ২৪ জানুৱাৰীত দেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় ইন্দিৰা গান্ধী। কালম্বো বিশ্ববিদ্যালয়ৰ পৰা ইন্দিৰা গান্ধীয়ে স্নাতক ডিগ্ৰী লাভ কৰে। ক্ৰমান্বয়ে মোৰাৰজী দেশাই বোম্বাই প্ৰভিন্সৰ পৰা স্নাতক ডিগ্ৰীধাৰী।

চৰণ সিং আগ্ৰা বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক আৰু স্নাতকোত্তৰ। ৰাজীৱ গান্ধী কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক। এলাহাবাদ আৰু পুনা বিশ্ববিদ্যালয় পৰা বিএ আৰু এলএলবি ভি পি সিঙৰ। এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ চন্দ্ৰ শেখৰ। স্নাতক, স্নাতকোত্তৰ আৰু LLB পি ভি নৰসিংহ ৰাৱৰ। স্নাতকোত্তৰ ডিগ্ৰী অটল বিহাৰী বাজপেয়ীৰ। এইচ ডি দেৱগৌৰা, চিভিল ইঞ্জিনীয়াৰিং। ইন্দৰ কুমাৰ গুজৰাল, স্নাতকোত্তৰ। মনমোহন সিঙ, স্নাতকোত্তৰ, গৱেষক।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দাবী যে তেখেতে দূৰৱৰ্তী শিক্ষা হিচাপে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু সেই একেই বিষয়তে গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। বহু সময়ত সমালোচনা হৈ আহিছে যে নৰেন্দ্ৰ মোদীৰ যি শিক্ষাগত অৰ্হতাৰ কথা দাবী কৰি আহিছে সেই ডিগ্ৰী ভুৱা। অৰ্থাৎ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী সকলৰ তুলনাত বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতা একেবাৰে শূণ্য।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

May 13, 2026
২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?
জীৱনশৈলী

২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

May 13, 2026
জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক
জীৱনশৈলী

জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক

May 13, 2026
আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?
জীৱনশৈলী

আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?

May 13, 2026
Next Post
এই কাম কৰিলেই হ’ব মহাবিপদ! জন্মাষ্টমীৰ দিনা ভুলতো নকৰিব এইকেইটা কাম…

এই কাম কৰিলেই হ’ব মহাবিপদ! জন্মাষ্টমীৰ দিনা ভুলতো নকৰিব এইকেইটা কাম...

বৰ যন্ত্ৰণা, সকলো সামৰি হাঁহি হাঁহি কাম কৰি আছো, তথাপিও… ইণ্ডাষ্ট্ৰিত সন্মুখীন হোৱা অসুবিধাক লৈ মুখ খুলিলে কুমাৰ ছানুৱে

বৰ যন্ত্ৰণা, সকলো সামৰি হাঁহি হাঁহি কাম কৰি আছো, তথাপিও... ইণ্ডাষ্ট্ৰিত সন্মুখীন হোৱা অসুবিধাক লৈ মুখ খুলিলে কুমাৰ ছানুৱে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.