• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৰ যন্ত্ৰণা, সকলো সামৰি হাঁহি হাঁহি কাম কৰি আছো, তথাপিও… ইণ্ডাষ্ট্ৰিত সন্মুখীন হোৱা অসুবিধাক লৈ মুখ খুলিলে কুমাৰ ছানুৱে

বৰ যন্ত্ৰণা, সকলো সামৰি হাঁহি হাঁহি কাম কৰি আছো, তথাপিও… ইণ্ডাষ্ট্ৰিত সন্মুখীন হোৱা অসুবিধাক লৈ মুখ খুলিলে কুমাৰ ছানুৱে

3 years ago
গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

31 minutes ago
পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

60 minutes ago
কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

1 hour ago
PAN Card অবিহনে সম্পূৰ্ণ নহ’ব কাম, সলনি হৈছে নিয়ম!

PAN Card অবিহনে সম্পূৰ্ণ নহ’ব কাম, সলনি হৈছে নিয়ম!

2 hours ago

ভুলতো বহু সময় ধৰি নাৰাখিব প্ৰস্ৰাৱ? ভয়ংকৰ বিপদত পৰিব!

15 hours ago
অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ

অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ

15 hours ago
মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?

16 hours ago
২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

16 hours ago
‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

17 hours ago
মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ

মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ

17 hours ago
ইৰানৰ লক্ষ্য ভাৰতীয় জাহাজ, MEA গ্ৰহণ কৰিলে কঠোৰ ব্যৱস্থা

ইৰানৰ লক্ষ্য ভাৰতীয় জাহাজ, MEA গ্ৰহণ কৰিলে কঠোৰ ব্যৱস্থা

18 hours ago
পঢ়ি থাকোতে আপোনাৰ সন্তানে টোপনি মাৰে নেকি? এই টিপচে কৰিব সহায়

পঢ়ি থাকোতে আপোনাৰ সন্তানে টোপনি মাৰে নেকি? এই টিপচে কৰিব সহায়

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বৰ যন্ত্ৰণা, সকলো সামৰি হাঁহি হাঁহি কাম কৰি আছো, তথাপিও… ইণ্ডাষ্ট্ৰিত সন্মুখীন হোৱা অসুবিধাক লৈ মুখ খুলিলে কুমাৰ ছানুৱে

editor by editor
September 6, 2023
in জীৱনশৈলী, বিনোদন, ভাৰত, সংগীত
0
বৰ যন্ত্ৰণা, সকলো সামৰি হাঁহি হাঁহি কাম কৰি আছো, তথাপিও… ইণ্ডাষ্ট্ৰিত সন্মুখীন হোৱা অসুবিধাক লৈ মুখ খুলিলে কুমাৰ ছানুৱে
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নব্বৈৰ দশকত এটাৰ পাছত আনটো ছুপাৰহীট গান। কুমাৰ চানুৰ গীত অবিহনে বলীউডৰ ছবিয়ে মুক্তিলাভ কৰিব নোৱাৰে। দেশতেই নহয় দেশৰ বাহিৰতো কুমাৰ ছানু নামেই এক পৰিচয়। কিন্তু ইমান জনপ্ৰিয়তা থকা স্বত্ত্বেও তেওঁ লাভ নকৰিলে এটাও ৰাষ্ট্ৰীয় পুৰস্কাৰ। তেওঁ কাহানিও এই চেষ্টা চলোৱা নাই।

এক সাক্ষাৎকাৰত জনপ্ৰিয় গায়কগৰাকীয়ে কৈছিল, ‘কেমেৰাৰ আঁৰৰ যন্ত্ৰণাৰ কথাবোৰ কেনেকৈ বুজাও। মই জাতীয় পুৰস্কাৰ পোৱা উচিত আছিল। মই পদ্মভূষণ পোৱাৰ যোগ্য বুলি ভাৱো। কিন্তু এইসমূহ বিষয়ক লৈ মই বিশেষ ভাৱি নাথাকো। এই বিষয়টো সেইসকলৰ ওপৰত নিৰ্ভৰ কৰে যিয়ে এই সন্মান প্ৰদান কৰে। এয়া এক সন্মান। আৰু এয়াও সত্য যে আপুনি যেতিয়া প্ৰাপ্য সন্মান নাপায় তেতিয়া আপোনাৰ অন্তৰে কান্দে। এইক্ষেত্ৰত আৰু এটা কথা মন কৰিবলগীয়া যে আপোনাৰ দক্ষতা আছেনে? মই এই বিষয়টোক বুজি পাওঁ’

কুমাৰ ছানুৱে লগতে কয় যে, তেওঁৰ হাতত এনে কোনো চিষ্টেম বা পদ্ধতি নাই যে নিজেই পুৰস্কাৰ পৰিচালনাত আগভাগ ল’ব পাৰে। কুমাৰ ছানুৱে পুৰস্কাৰৰ দিশটোত কাহানিও মন নিদিয়াৰ বাবেই আজিলৈকে কোনো এটা ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম নাই হোৱা বুলিও তেওঁৰ মন্তব্যত উল্লেখ কৰে। লগতে তেওঁ কয়, ‘চৰকাৰে মোক এতিয়ালৈকে কোনো পুৰস্কাৰ দিয়া নাই। যেতিয়া তেওঁলোকে মোক পুৰস্কাৰ দিব লাগে বুলি ভাৱিব তেতিয়া দিব। তাৰপিছত জীৱন্ত কালত যদি নিদিয়েও মোৰ ক’ব লগা একো নাই।’

কুমাৰ ছানুয়ে ২০০৯ চনত পদ্মশ্ৰী সন্মান লাভ কৰিছে। তেওঁৰ গানৰ ক্ষেত্ৰত তিনি দশকৰো অধিক সময় কাম কৰিছে। এই বিশাল কৰ্মজীৱনত তেওঁৰ শতাধিক হীট ছবিত গীত গাইছে। নব্বৈৰ দশকত মেৰা দিল ভি কিতনা পাগল হে, দিল কা আলম, ছচেংগে তুম প্যায়াৰ, এক লড়কি কৌ দেখা তৌ আৰু ইয়ে কালি কালি আঁখেকে ধৰি একাধিক গান। বৰ্তমানলৈ কুমাৰ ছানুয়ে অসমীয়া, নেপালী, ভোজপুৰী, পাঞ্জাৱী, ওড়িয়া, তেলেগু আৰু কান্নাড়া ভাষাত গীত পৰিবেশন কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!
জীৱনশৈলী

গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

April 19, 2026
পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?
জীৱনশৈলী

পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

April 19, 2026
জীৱনশৈলী

ভুলতো বহু সময় ধৰি নাৰাখিব প্ৰস্ৰাৱ? ভয়ংকৰ বিপদত পৰিব!

April 19, 2026
অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ
জীৱনশৈলী

অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ

April 18, 2026
Next Post
কোষ্ঠীত কালসৰ্প দোষ আছিল শ্ৰী কৃষ্ণৰো! জন্মাষ্টমীৰ এই সময়ত এইকেইটা উপায় অৱলম্বন কৰিলেই কালসৰ্প দোষৰ পৰা মুক্তি পাব

কোষ্ঠীত কালসৰ্প দোষ আছিল শ্ৰী কৃষ্ণৰো! জন্মাষ্টমীৰ এই সময়ত এইকেইটা উপায় অৱলম্বন কৰিলেই কালসৰ্প দোষৰ পৰা মুক্তি পাব

‘জাৱান’ৰ জ্বৰ শ্বাহৰুখৰ গাতো! মাজনিশা অনুৰাগীৰ সৈতে মেছেজৰ ৰিপ্লাই কৰাত ব্যস্ত শ্বাহৰুখৰ বিশেষ স্ক্ৰিণশ্বট ভাইৰেল

'জাৱান’ৰ জ্বৰ শ্বাহৰুখৰ গাতো! মাজনিশা অনুৰাগীৰ সৈতে মেছেজৰ ৰিপ্লাই কৰাত ব্যস্ত শ্বাহৰুখৰ বিশেষ স্ক্ৰিণশ্বট ভাইৰেল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.