• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোষ্ঠীত কালসৰ্প দোষ আছিল শ্ৰী কৃষ্ণৰো! জন্মাষ্টমীৰ এই সময়ত এইকেইটা উপায় অৱলম্বন কৰিলেই কালসৰ্প দোষৰ পৰা মুক্তি পাব

কোষ্ঠীত কালসৰ্প দোষ আছিল শ্ৰী কৃষ্ণৰো! জন্মাষ্টমীৰ এই সময়ত এইকেইটা উপায় অৱলম্বন কৰিলেই কালসৰ্প দোষৰ পৰা মুক্তি পাব

3 years ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

5 minutes ago
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

19 minutes ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

56 minutes ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

1 hour ago
বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

3 hours ago
Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

4 hours ago
SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

4 hours ago
জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

5 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

6 hours ago
বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

7 hours ago
বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

8 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

ভাগ্যই কৰিব চমৎকাৰ! কাইলৈ ১২ ৰাশিৰ দিনটো কেনে যাব জানক

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কোষ্ঠীত কালসৰ্প দোষ আছিল শ্ৰী কৃষ্ণৰো! জন্মাষ্টমীৰ এই সময়ত এইকেইটা উপায় অৱলম্বন কৰিলেই কালসৰ্প দোষৰ পৰা মুক্তি পাব

editor by editor
September 7, 2023
in বিবিধ, ভাৰত
0
কোষ্ঠীত কালসৰ্প দোষ আছিল শ্ৰী কৃষ্ণৰো! জন্মাষ্টমীৰ এই সময়ত এইকেইটা উপায় অৱলম্বন কৰিলেই কালসৰ্প দোষৰ পৰা মুক্তি পাব
0
SHARES
350
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জ্যোতিষ শাস্ত্ৰ অনুসৰি যদি কোষ্ঠীত ৰাহু আৰু কেতু থাকে অন্য সকলো গ্ৰহ ৰাহু আৰু কেতুৰ মাজত থাকে তেন্তে কালসৰ্প দোষৰ সৃষ্টি হয়। অত্যন্ত অশুভ দশা বুলি এই দশাক মনা হয়। জন্মৰ পৰাই কালসৰ্প দোষ থাকিলে সেই জাতকসকল নানান সমস্যাৰ মাজত পৰে। কালসৰ্প দোষৰ পৰা সহজে মুক্তি পোৱা সম্ভৱ নহয়। শাস্ত্ৰ অনুসৰি স্বয়ং শ্ৰী কৃষ্ণৰো কালসৰ্প দোষ আছিল। সেই কাৰণে তেঁওৰ জন্ম কাৰাগাৰৰ অন্ধকাৰত হৈছিল। কালসৰ্প দোষৰ কাৰণেই জন্মৰ পাছতে পিতৃ-মাতৃৰ সৈতে শ্ৰী কৃষ্ণৰ বিচ্ছেদ হৈছিল। কালসৰ্প দোষৰ কাৰণেই প্ৰেয়সী ৰাধাৰ সৈতে বিবাহৰ সম্পৰ্ক গঢ়ি তুলিব পৰা নাছিল শ্ৰী কৃষ্ণই।

কোষ্ঠীৰ এই অশুভ দশাৰ কাৰণে জীৱনত নানান বাধা আহে। আপোনাৰো যদি কালসৰ্প দোষ আছে তেন্তে কেইটামান জন্মাষ্টমীৰ এই সময়ত কৰিলে সুফল পাব। জন্মাষ্টমীত কালসৰ্প দোষ দুৰ কৰাৰ উপায়।

ময়ূৰৰ পাখি লগত ৰাখক
কালসৰ্প দোষ আঁতৰাবলৈ ময়ূৰৰ পাখি লগত ৰাখক। কাৰণ ময়ূৰ সাপৰ শত্ৰু। আপোনাৰ কোষ্ঠীত যদি কালসৰ্প দোষ আছে তেন্তে জন্মাষ্টমী পুজাত কৃষ্ণক এটা ময়ূৰ পাখি অৰ্পণ কৰক। পুজাৰ অন্তত এই পাখি নিজৰ ৱালেটত ৰাখি থব।

বিন্দ দামোদৰ স্তোত্ৰ পাঠ
কালসৰ্প দোষ আঁতৰাবলৈ জন্মাষ্টমীৰ সময়তেই গোবিন্দ দামোদৰ স্তোত্ৰ পাঠ কৰক। ইয়াৰ ফলত সংসাৰত সুখ আৰু সমৃদ্ধি আহিব। গোবিন্দ স্তোত্ৰ পাঠ কৰিলে ঘৰত পজিটিভ এনাৰ্জী আহে। পৰিয়ালৰ সদস্যৰ মাজত প্ৰেমভাৱ বৃদ্ধি পাব।

বাঁহী নিবেদন কৰক
বাঁহী হ’ল শ্ৰী কৃষ্ণৰ অত্যন্ত প্ৰিয়। জন্মাষ্টমী পুজাত গোপালৰ কাষত এডাল বাঁহী থ’বলৈ নাপাহৰিব। কোষ্ঠীত কালসৰ্প দোষ থাকিলে ৰাহু আৰু কেতুৰ অশুভ বিস্তাৰ সাধন হয়। শ্ৰী কৃষ্ণক বাঁহী অৰ্পণ কৰি ঘৰৰ পৰা নিগেটিভ এনাৰ্জী দূৰ কৰিব পাৰে। পুজাৰ অন্তত এই বাঁহী মূল দৰ্জাৰ কাষত ওলোমাই ৰাখিব পাৰে।

দৰ্শনৰ দ্বাৰা কালসৰ্প দোষ আঁতৰাওক
জন্মাষ্টমী পুজাত গোপালৰ বিগ্ৰহৰ ওপৰিও কালীয়া নাগৰ ওপৰত নৃত্যৰত কৃষ্ণৰ এখন ফটো ৰাখক। এই ছবি নিয়মিত দৰ্শন কৰিলেও কালসৰ্প দোষ আঁতৰি যায়। ইয়াৰোপৰি মথুৰাত কালীয়া নাগৰ মন্দিৰ দৰ্শন কৰাটো শুভ। এই মন্দিৰৰ বিশেষত্ব হ’ল কৃষ্ণৰ হাতৰ পৰা বাচিবলৈ কালীয়া নাগে যেতিয়া পলায়ন কৰিছিল তেতিয়া কৃষ্ণই তাক পাথৰলৈ ৰূপান্তৰ হ’বলৈ অভিশাপ দিয়ে। সেই পাথৰেই বিশেষ মন্দিৰটোত আছে। এই পাথৰ দৰ্শন কৰিলেও কালসৰ্প দোষ আঁতৰি যায়।

ৰূপ বা কাঁচৰ সামগ্ৰী অৰ্পণ কৰক
জন্মাষ্টমী পুজাত শ্ৰী কৃষ্ণক ৰূপ বা কাঁচৰে তৈয়াৰ কৰা গোলাকাৰ বস্তু নিবেদন কৰক। পুজাৰ পাছত এই সামগ্ৰী নিজৰ লগত ৰাখিবলৈ নাপাহৰিব। ইয়াৰ ফলত আপুনি কালসৰ্প দোষৰ পৰা মুক্তি পাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

October 21, 2026
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ
বিনোদন

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

October 21, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

October 21, 2026
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?
বাণিজ্য

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

October 21, 2026
Next Post
‘জাৱান’ৰ জ্বৰ শ্বাহৰুখৰ গাতো! মাজনিশা অনুৰাগীৰ সৈতে মেছেজৰ ৰিপ্লাই কৰাত ব্যস্ত শ্বাহৰুখৰ বিশেষ স্ক্ৰিণশ্বট ভাইৰেল

'জাৱান’ৰ জ্বৰ শ্বাহৰুখৰ গাতো! মাজনিশা অনুৰাগীৰ সৈতে মেছেজৰ ৰিপ্লাই কৰাত ব্যস্ত শ্বাহৰুখৰ বিশেষ স্ক্ৰিণশ্বট ভাইৰেল

গতিৰ মাজতে ছেলফী তুলিলে আদিত্য এল-১য়ে… ছেলফীত দেখা গ’ল পৃথিৱী আৰু চন্দ্ৰকো

গতিৰ মাজতে ছেলফী তুলিলে আদিত্য এল-১য়ে... ছেলফীত দেখা গ’ল পৃথিৱী আৰু চন্দ্ৰকো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.