• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫০ বছৰ পাছত বিশ্বকৰ্মা পুজাত এই দুৰ্লভ সংযোগ, এই উপায় অৱলম্বন কৰিলে ব্যৱসায়ত মুনাফা চাৰি গুণ বৃদ্ধি হ’ব

৫০ বছৰ পাছত বিশ্বকৰ্মা পুজাত এই দুৰ্লভ সংযোগ, এই উপায় অৱলম্বন কৰিলে ব্যৱসায়ত মুনাফা চাৰি গুণ বৃদ্ধি হ’ব

3 years ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

4 hours ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

4 hours ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

5 hours ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

5 hours ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

6 hours ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

7 hours ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

7 hours ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

9 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

9 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

9 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

10 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৫০ বছৰ পাছত বিশ্বকৰ্মা পুজাত এই দুৰ্লভ সংযোগ, এই উপায় অৱলম্বন কৰিলে ব্যৱসায়ত মুনাফা চাৰি গুণ বৃদ্ধি হ’ব

editor by editor
September 18, 2023
in জীৱনশৈলী, ভাৰত, লেখা
0
৫০ বছৰ পাছত বিশ্বকৰ্মা পুজাত এই দুৰ্লভ সংযোগ, এই উপায় অৱলম্বন কৰিলে ব্যৱসায়ত মুনাফা চাৰি গুণ বৃদ্ধি হ’ব
0
SHARES
937
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আজি দেৱশিল্পী বিশ্বকৰ্মাৰ পূজা৷ বিশ্বকৰ্মাক পৃথিৱীৰ প্ৰথমগৰাকী কৰ্মকাৰ বুলি শাস্ত্ৰত উল্লেখ আছে৷ প্ৰতি বছৰে কন্যা সংক্ৰান্তি অৰ্থাৎ সূৰ্যই কন্যা ৰাশিত প্ৰৱেশ কৰা তিথিত বিশ্বকৰ্মা পূজা পালন কৰা হয়৷ চলিত বছৰৰ বিশ্বকৰ্মা পূজা অত্যন্ত বিশেষ৷ কাৰণ ৫০ বছৰ পাছত এইবাৰ বিশেষ সংযোগ তৈয়াৰ হৈছে বিশ্বকৰ্মা পূজাত৷ এই তিথিত অফিচ, কাৰখানা, অস্ত্ৰ-শস্ত্ৰক পূজা কৰা হয়৷ ইয়াৰোপৰি ব্যৱসায়ত লেথাৰিকৈ লোকচান হ’লেও বিশ্বকৰ্মা পূজাৰ দিনা কিছু বিশেষ উপায় মানি চলিলে লাভজনক প্ৰমাণিত হয়৷ বিশ্বকৰ্মা পূজাৰ এই শুভ সংযোগৰ সময়ত দেৱ খনিকৰ বিশ্বকৰ্মাক কেনেকৈ পূজা কৰিব?

৫০ বছৰ পাছত তৈয়াৰ হৈছে দুৰ্লভ সংযোগ
হিন্দু পঞ্জিকা অনুযায়ী এই বছৰ বিশ্বকৰ্মা পূজাৰ দিনা সৰ্বাৰ্থসিদ্ধি যোগ, অমৃত সিদ্ধি যোগ, দ্বিপুষ্কৰ যোগ আৰু ব্ৰহ্ম যোগ তৈয়াৰ হৈছে৷ এই পৰিস্থিতিত বিশ্বকৰ্মা পূজা পৰাৰ বাবে বহু ফল লাভ কৰিব ভক্তই৷ এই তিথিত দ্বিপুষ্কৰ যোগ থকাৰ বাবে পুৱা ১০ বাজি ২ মিনিটৰ পৰা ১১ বাজি ৯ মিনিটলৈকে পূজা কৰিলে শুভ বুলি জনাইছিল জ্যোতিষ শাস্ত্ৰই৷ ইয়াৰোপৰি অমৃত সিদ্ধি যোগ আছিল পুৱা ৬ বাজি ১৭ মিনিটৰ পৰা ১০ বাজি ২ মিনিটলৈ৷ ইয়াৰোপৰি ব্ৰহ্ম যোগ আছিল ১৭ ছেপ্টেম্বৰৰ পুৱা ৪বাজি ১২ মিনিটৰ পৰা ১৮ ছেপ্টেম্বৰৰ পুৱা ৪বাজি ২৭ মিনিট পৰ্যন্ত৷

বিশ্বকৰ্মা পূজাৰ সাফল্য লাভৰ উপায়
সমস্ত ক্ষেত্ৰত সাফল্য লাভ কৰিবলৈ বিশ্বকৰ্মা পূজাৰ দিনা তুলসী গছৰ বীজ তুলি এখন হালধীয়া কাপোৰত বান্ধি থব৷ তাৰপাছতেই সেই তুলসী বীজ নিজৰ বাওঁ হাতৰ বাহুত বান্ধি থ’ব পাৰে৷ এই উপায় অৱলম্বন কৰিলে সমস্ত বাধা দূৰ হ’ব৷ সাফল্য লাভ কৰিব৷

বিশ্বকৰ্মা পূজা এই উপায়েৰে কৰিলে হাতলৈ আহিব ধন
আৰ্থিক অনাটনৰ মুখামুখি হ’লে বিশ্বকৰ্মা পূজাৰ দিনা এই উপায় অৱলম্বন কৰিব পাৰে৷ ইয়াৰ বাবে পুজাৰ দিনা মিষ্টিৰ ভোগ নিবেদন কৰক৷ তাৰপাছতেই সেই মিষ্টি দান কৰক৷ এই উপায়েৰে আৰ্থিক সমস্যা সমাপ্ত হ’ব৷ ইয়াৰোপৰি আৰ্থিক লাভৰ পথ প্ৰশস্ত হ’ব৷

বিশ্বকৰ্মা পুজাত এই মন্ত্ৰ জপ কৰক
বিশ্বকৰ্মা পুজাৰ দিনা এই মন্ত্ৰ জপ কৰিলে ধন-সম্পদ লাভ কৰিব৷ ইয়াৰোপৰি ব্যৱসায়ত থকা সমস্ত বাধা দূৰ হ’ব৷ ব্যৱসায়ত লাভ পৰিমাণ বাঢ়িব৷ বিশ্বকৰ্মা পুজাত এইকেইটা মন্ত্ৰ জপ কৰিব পাৰে৷

ওম আধাৰ শক্তপে নমঃ
ওম কূময়ি নমঃ
ওম অনন্তম নমঃ
পৃথিব্যৈ নমঃ

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!
জীৱনশৈলী

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

October 10, 2026
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ
ভাৰত

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

October 10, 2026
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!
জীৱনশৈলী

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

October 10, 2026
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ
উত্তৰ-পূব

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

October 10, 2026
Next Post
কৰ্মচঞ্চল আদিত্য এল১! গন্তব্য স্থান পোৱাৰ আগতেই তথ্য সংগ্ৰহ কৰাত লাগিছে ইছৰোৰ সৌৰযান আদিত্য এল-১

কৰ্মচঞ্চল আদিত্য এল১! গন্তব্য স্থান পোৱাৰ আগতেই তথ্য সংগ্ৰহ কৰাত লাগিছে ইছৰোৰ সৌৰযান আদিত্য এল-১

৪লাখ ১৫ হাজাৰ টকাৰ পুৰস্কাৰ উভতাই দিলে মহম্মদ ছিৰাজে, কিন্তু কিয়?

৪লাখ ১৫ হাজাৰ টকাৰ পুৰস্কাৰ উভতাই দিলে মহম্মদ ছিৰাজে, কিন্তু কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.