• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সনাতন ধৰ্মত বিবাহৰ পাছত কিয় মহিলাই সেন্দুৰ পৰিধান কৰে? সেন্দুৰ পৰিধান নকৰিলে কি সমস্যা?

সনাতন ধৰ্মত বিবাহৰ পাছত কিয় মহিলাই সেন্দুৰ পৰিধান কৰে? সেন্দুৰ পৰিধান নকৰিলে কি সমস্যা?

3 years ago
গ্ৰেচুইটিৰ ডাঙৰ পৰিৱৰ্তন, নতুন নিয়ম অনুসৰি কোনে, কিমান আৰু কেতিয়া পাব সুবিধা?

গ্ৰেচুইটিৰ ডাঙৰ পৰিৱৰ্তন, নতুন নিয়ম অনুসৰি কোনে, কিমান আৰু কেতিয়া পাব সুবিধা?

3 minutes ago
মে’ মাহত ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, পাব নতুন সুযোগ!

মে’ মাহত ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, পাব নতুন সুযোগ!

26 minutes ago
সন্তান প্ৰসৱৰ পিছত মহিলাসকল সাৱধান! হ’ব পাৰে এই ৫ বিধ ৰোগ

সন্তান প্ৰসৱৰ পিছত মহিলাসকল সাৱধান! হ’ব পাৰে এই ৫ বিধ ৰোগ

46 minutes ago
টোপনিত হঠাৎ শৰীৰটো জোকাৰি উঠে নেকি? ভাগৰ বুলি নকৰিব আওকাণ

টোপনিত হঠাৎ শৰীৰটো জোকাৰি উঠে নেকি? ভাগৰ বুলি নকৰিব আওকাণ

1 hour ago
স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

2 hours ago
পুৰুষৰ ভৰিৰ গঠনেই কৈ দিয়ে ভাগ্যত ধনসম্পদ আছেনে! কি কৈছে সমুদ্ৰশাস্ত্ৰই?

পুৰুষৰ ভৰিৰ গঠনেই কৈ দিয়ে ভাগ্যত ধনসম্পদ আছেনে! কি কৈছে সমুদ্ৰশাস্ত্ৰই?

3 hours ago
বিশ্বজুৰি গৱেষণাত চমক ভাৰতীয় পুৰুষৰ! ভাৰতৰ এই এলেকাৰ পুৰুষৰ শুক্ৰাণুৰ মান বিশ্বৰ ভিতৰত এতিয়াও শ্ৰেষ্ঠ হৈয়েই আছে

বিশ্বজুৰি গৱেষণাত চমক ভাৰতীয় পুৰুষৰ! ভাৰতৰ এই এলেকাৰ পুৰুষৰ শুক্ৰাণুৰ মান বিশ্বৰ ভিতৰত এতিয়াও শ্ৰেষ্ঠ হৈয়েই আছে

4 hours ago
বুধৰ গোচৰত ১৯ মেৰ পৰা ভাগ্য খুলিব ৪ৰাশিৰ, আপুনিও আছেনে তালিকাত?

বুধৰ গোচৰত ১৯ মেৰ পৰা ভাগ্য খুলিব ৪ৰাশিৰ, আপুনিও আছেনে তালিকাত?

5 hours ago
ইনশ্বাল্লাহ জয় TMC ৰেই হ’ব! অভিনেতা তথা TMCৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ মন্তব্যক লৈ কিয় চলিছে চৰ্চা?

ইনশ্বাল্লাহ জয় TMC ৰেই হ’ব! অভিনেতা তথা TMCৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ মন্তব্যক লৈ কিয় চলিছে চৰ্চা?

5 hours ago
SBI ৰ ৩বছৰৰ FDত 2,00,000 জমা কৰিলে আপুনি কিমান সুদ পাব? মেচিউৰিটিত হাতলৈ কিমান টকা আহিব?

SBI ৰ ৩বছৰৰ FDত 2,00,000 জমা কৰিলে আপুনি কিমান সুদ পাব? মেচিউৰিটিত হাতলৈ কিমান টকা আহিব?

5 hours ago
হানিমুনত বিদেশ যোৱাৰ পৰিকল্পনা? এই ৫দেশলৈ যাবলৈ নালাগে ভিছা

হানিমুনত বিদেশ যোৱাৰ পৰিকল্পনা? এই ৫দেশলৈ যাবলৈ নালাগে ভিছা

6 hours ago
বিদেশৰ পৰা মুঠ কিমান সোণ টেক্স নিদিয়াকৈ আনিব পাৰি? নিয়ম জানিলে বিপদত নপৰে আপুনি

বিদেশৰ পৰা মুঠ কিমান সোণ টেক্স নিদিয়াকৈ আনিব পাৰি? নিয়ম জানিলে বিপদত নপৰে আপুনি

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সনাতন ধৰ্মত বিবাহৰ পাছত কিয় মহিলাই সেন্দুৰ পৰিধান কৰে? সেন্দুৰ পৰিধান নকৰিলে কি সমস্যা?

editor by editor
September 21, 2023
in জীৱনশৈলী, লেখা
0
সনাতন ধৰ্মত বিবাহৰ পাছত কিয় মহিলাই সেন্দুৰ পৰিধান কৰে? সেন্দুৰ পৰিধান নকৰিলে কি সমস্যা?
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰতীয় সমাজ তথা সনাতন ধৰ্মত মহিলাই সেন্দুৰ লোৱাৰ পৰম্পৰা প্ৰায় ৫ হাজাৰ বছৰ পুৰণি৷ স্বয়ং পাৰ্বতীয়েও স্বামী মহাদেৱক অশুভ শক্তিৰ পৰা বচাই ৰাখিবলৈ সেন্দুৰ পৰিধান কৰিছিল৷ ৰামায়নত ৰামৰ দীৰ্ঘায়ু কামনাৰে সীতাই শিৰত সেন্দুৰ লৈছিল৷ ৰাধাইয়ো কৃষ্ণৰ বাবে সেন্দুৰ পৰিধান কৰিছিল৷ ৰাধা কৃষ্ণৰ প্ৰেয়সী আছিল যদিও ৰাধাই শ্ৰী কৃষ্ণৰ প্ৰতিয়েই নিজৰে সমৰ্পিত কৰিছিল৷

লক্ষ্মীৰ প্ৰিয় সেন্দুৰ
প্ৰচলিত বিশ্বাস অনুসৰি লক্ষ্মীয়ে পৃথিৱীৰ ৫ ঠাইত অৱস্থান কৰে৷ তাৰ মাজতেই এটা স্থান হৈছে মহিলাৰ মূৰত৷ সেয়ে সনাতন ধৰ্মত মূৰত সেন্দুৰ পিন্ধাৰ পৰম্পৰা আছে বুলি বহুতৰে বিশ্বাস৷ যি পৰিয়ালত বিবাহিত মহিলাই শিৰত সেন্দুৰ লয় তেনে পৰিয়ালত লক্ষ্মীৰ কৃপাত কেতিয়াও ধনৰ অভাৱ নহয়৷ লক্ষ্মীৰ কৃপাত তেনে সংসাৰ সদায়ে পৰিপূৰ্ণ হয়৷

সেন্দুৰৰ মাহাত্ম্য
দাম্পত্য জীৱনত সুখ আৰু স্বামীৰ মঙ্গল কামনা কৰিয়েই মহিলাই শিৰত সেন্দুৰ লয়৷ বিবাহৰ পাছত মহিলাৰ কঁপালত সেন্দুৰ লোৱাটো পবিত্ৰ বুলি ধৰা হয়৷ বিবাহিত জীৱনৰ নতুন পথ আৰম্ভ কৰোতে সেয়ে হিন্দু ধৰ্মত সেন্দুৰৰ পৰম্পৰা যুগে যুগে চলি আহিছে৷ মহিলাসকলৰ বাবে সেন্দুৰ স্বামীৰ উপস্থিতিৰো চিহ্ন৷ সেন্দুৰেই প্ৰমাণ কৰে দাম্পত্য জীৱনত বান্ধ খাই থকাৰ৷ কোনো কাৰণত বিবাহৰ অন্যান্য ৰীতি নীতি পালন কৰিব নোৱাৰিলে কেৱল সেন্দুৰ দানেৰেই হিন্দু ধৰ্মত বিবাহ সম্পন্ন হয়৷ প্ৰাচীন কালৰে পৰা সনাতনী সমাজৰ মহিলাসকল সেন্দুৰত অভ্যস্ত হৈ পৰাৰ বাবেও বহুতে সেন্দুৰ পৰিধান কৰে৷

সেন্দুৰ পৰিধানৰ ইতিহাস
প্ৰাচীন হৰপ্পা সভ্যতাৰ আমোলতো বিবাহিত মহিলাসকলে সেন্দুৰ পৰিধান কৰিছিল৷ শিৰত সেন্দুৰ দেখিলে তেতিয়া অইন পুৰুষে সেই নাৰীৰ প্ৰতি আকৃষ্ঠ নহ’বলৈকে এনেদৰে সেন্দুৰ পৰিধানৰ পৰম্পৰা তেতিয়া গঢ়ি উঠিছিল৷ সমাজ সলনি হৈছে৷ এতিয়া বিবাহিত মহিলাই প্ৰায়সকলেই সেন্দুৰ ল’বলৈ অস্বীকাৰ কৰে৷ সেন্দুৰ এতিয়া নাৰীৰ পছন্দ অপছন্দৰ এক নাম বুলি বিজ্ঞসকলে দাবী কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰেচুইটিৰ ডাঙৰ পৰিৱৰ্তন, নতুন নিয়ম অনুসৰি কোনে, কিমান আৰু কেতিয়া পাব সুবিধা?
বাণিজ্য

গ্ৰেচুইটিৰ ডাঙৰ পৰিৱৰ্তন, নতুন নিয়ম অনুসৰি কোনে, কিমান আৰু কেতিয়া পাব সুবিধা?

April 24, 2026
মে’ মাহত ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, পাব নতুন সুযোগ!
জীৱনশৈলী

মে’ মাহত ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, পাব নতুন সুযোগ!

April 24, 2026
সন্তান প্ৰসৱৰ পিছত মহিলাসকল সাৱধান! হ’ব পাৰে এই ৫ বিধ ৰোগ
জীৱনশৈলী

সন্তান প্ৰসৱৰ পিছত মহিলাসকল সাৱধান! হ’ব পাৰে এই ৫ বিধ ৰোগ

April 24, 2026
টোপনিত হঠাৎ শৰীৰটো জোকাৰি উঠে নেকি? ভাগৰ বুলি নকৰিব আওকাণ
জীৱনশৈলী

টোপনিত হঠাৎ শৰীৰটো জোকাৰি উঠে নেকি? ভাগৰ বুলি নকৰিব আওকাণ

April 24, 2026
Next Post
সময়ে বিচাৰিলে সকলো কৰিব লাগে! এইবাৰ কুলিৰ অৱতাৰত ৰাহুল, ৰঙা চোলা পিন্ধি কিয় কুলিৰ ভেশ লৈছে ৰাহুল গান্ধীয়ে?

সময়ে বিচাৰিলে সকলো কৰিব লাগে! এইবাৰ কুলিৰ অৱতাৰত ৰাহুল, ৰঙা চোলা পিন্ধি কিয় কুলিৰ ভেশ লৈছে ৰাহুল গান্ধীয়ে?

দুৰ্গাৰ অতি প্ৰিয় এই ৪ৰাশি, সকলো দুখ-কষ্টৰ পৰা দুৰ্গাই ৰক্ষা কৰিব এই ৪ৰাশিক

দুৰ্গাৰ অতি প্ৰিয় এই ৪ৰাশি, সকলো দুখ-কষ্টৰ পৰা দুৰ্গাই ৰক্ষা কৰিব এই ৪ৰাশিক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.