• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সিংহ ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই, অক্টোবৰত ধন সম্পত্তি বাঢ়িব ৩ৰাশিৰ

সিংহ ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই, অক্টোবৰত ধন সম্পত্তি বাঢ়িব ৩ৰাশিৰ

3 years ago
পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

4 minutes ago
১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

1 hour ago
WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

2 hours ago
ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

3 hours ago
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

3 hours ago
প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

4 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

12 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

13 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

13 hours ago
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

14 hours ago
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

15 hours ago
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সিংহ ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই, অক্টোবৰত ধন সম্পত্তি বাঢ়িব ৩ৰাশিৰ

editor by editor
September 24, 2023
in বিবিধ, ভাৰত
0
সিংহ ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই, অক্টোবৰত ধন সম্পত্তি বাঢ়িব ৩ৰাশিৰ
0
SHARES
32k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এটা নিৰ্দিষ্ট সময়ৰ পাছে পাছে ৰাশি পৰিবৰ্তন কৰে শুক্ৰ৷ জ্যোতিষ শাস্ত্ৰত শুক্ৰক দৈত্যসকলৰ গুৰু বুলি কোৱা হয়৷ এই গ্ৰহৰ আকৌ প্ৰেম, ভালপোৱা, সুখ-সৌভাগ্য, আকৰ্ষণৰ কাৰক বুলি কোৱা হয়৷ শুক্ৰই ৰাশি পৰিবৰ্তন কৰিলে এই সমস্ত ক্ষেত্ৰসমূহ প্ৰভাৱিত হয়৷ আগন্তুক মাহতেই ৰাশি পৰিবৰ্তন কৰিব শুক্ৰই৷ ২ অক্টোবৰৰ নিশা ১২ বাজি ৪৩ মিনিটত সূৰ্যৰ আধিপত্যযুক্ত সিংহ ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই৷ ৩ নৱেম্বৰ পৰ্যন্ত এই সিংহ ৰাশিত থকাৰ পাছত কন্যাত প্ৰৱেশ কৰিব শুক্ৰই৷ উল্লেখ্য যে সূৰ্য আৰু শুক্ৰৰ মাজৰ সম্পৰ্ক শত্ৰুৰ দৰে৷ কিন্তু তাৰ মাজতো শুক্ৰ ৰাশিৰ পৰিবৰ্তনৰ ফলত তিনি ৰাশিৰ ভাগ্য চমকি উঠিব৷

মেষ ৰাশি
এই ৰাশিৰ পঞ্চম স্থানত শুক্ৰই প্ৰৱেশ কৰিব৷ এই পৰিস্থিতিত অক্টোবৰ মাহটো মেষ ৰাশিৰ জাতকৰ বাবে বিশেষ হ’ব৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব এই ৰাশিৰ জাতকে৷ আয়ৰ নতুন উৎস হাতলৈ আহিব৷ ব্যয়ৰ পৰিমাণ বাঢ়িব৷ প্ৰেমত শুভ৷ অফিচত আপোনাৰ ওপৰত কামৰ প্ৰেছাৰ বাঢ়িব৷ ব্যৱসায়ীসকলৰ ভাগ্যোদয় হ’ব৷ কামৰ কাৰণে দূৰ যাত্ৰা কৰাৰ যোগ আছে৷

বৃষ ৰাশি
শুক্ৰৰ গোচৰে বৃষ ৰাশিৰ জাতকৰ জীৱনত ইতিবাচক প্ৰভাৱ বিস্তাৰ কৰিব৷ নতুন ঘৰ ক্ৰয়ৰ সম্ভাৱনা৷ গাড়ী ক্ৰয়ৰ পৰিকল্পনা থাকিলে অক্টোবৰতেই সফল হ’ব৷ আয়ৰ নতুন উৎস হাতলৈ আহিব৷ ব্যৱসায়ীসকলৰ লাভ যোগ৷ এই মাহত বৃষ ৰাশিৰ জাতকৰ নিজৰ ক্ষমতা আৰু সামৰ্থ্য অনুযায়ী সুযোগৰ সদব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিলে সফলতা লাভ কৰিব৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷ দাম্পত্য জীৱনত সুখ আহিব৷ এই ৰাশিৰ ধন-ধ্যান বৃদ্ধি হ’ব৷ সমাজত মান সন্মান বৃদ্ধি পাব৷

সিংহ ৰাশি
এই ৰাশিতেই শুক্ৰই প্ৰৱেশ কৰিব৷ এই সময়ত সিংহ ৰাশিৰ জাতক বিশেষভাৱে লাভবান হ’ব৷ পৈতৃক সম্পত্তিৰ মাধ্যমেৰে অৰ্থ উপাৰ্জনৰ সুযোগ পাব৷ অৰ্থ লাভৰ যোগ৷ ইয়াৰ ফলত ধন-সম্পত্তি বৃদ্ধি পাব৷ সিংহ ৰাশিৰ জাতকৰ বিদেশ যাত্ৰাৰ যোগ৷ চাকৰিজীৱীয়ে প্ৰশংসা লাভ কৰিব৷ ভাল কাম কৰিলে পদোন্নতিৰ যোগ৷ বিদেশত চাকৰি লাভৰ যোগ৷ ব্যৱসায়ত ধন লাভ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?
প্ৰযুক্তি

পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

June 27, 2026
১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা
জীৱনশৈলী

১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

June 27, 2026
WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!
অপৰাধ

WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

June 27, 2026
প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ
জীৱনশৈলী

প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

June 27, 2026
Next Post
নাৰী মানেই কোমল প্ৰকৃতিৰ! শক্তি সাহস এইসমূহত পুৰুষৰ একচেটীয়া অধিকাৰ, এই ধাৰণা সলাবলৈকে সিংহক বাহন হিচাপে লৈছিল নেকি দেৱী দুৰ্গাই?

নাৰী মানেই কোমল প্ৰকৃতিৰ! শক্তি সাহস এইসমূহত পুৰুষৰ একচেটীয়া অধিকাৰ, এই ধাৰণা সলাবলৈকে সিংহক বাহন হিচাপে লৈছিল নেকি দেৱী দুৰ্গাই?

আমি কোনো ৰাজ্যতেই বিজয় সাব্যস্ত কৰিব নোৱাৰিম, আমাৰ হাতত উপায়ো নাই বুলি মন্তব্য কৰা ৰাহুল গান্ধীয়ে আত্মবিশ্বাসেৰে কৈছে আমি ৪ ৰাজ্য দখল কৰিম! কেনেকৈ আহিল এই আত্মবিশ্বাস?

আমি কোনো ৰাজ্যতেই বিজয় সাব্যস্ত কৰিব নোৱাৰিম, আমাৰ হাতত উপায়ো নাই বুলি মন্তব্য কৰা ৰাহুল গান্ধীয়ে আত্মবিশ্বাসেৰে কৈছে আমি ৪ ৰাজ্য দখল কৰিম! কেনেকৈ আহিল এই আত্মবিশ্বাস?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.