• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জীয়াই থকাটোৱেই বৃহৎ প্ৰত্যাহ্বান! ধ্বংসস্তুপৰ মাজৰ পৰা ওলাই দেশলৈ আনিলে ৰূপৰ পদক, কান্দোনত ভাঙি পৰা মণিপুৰৰ ৰোছিবিনাই কি ক’লে দেশবাসীক?

জীয়াই থকাটোৱেই বৃহৎ প্ৰত্যাহ্বান! ধ্বংসস্তুপৰ মাজৰ পৰা ওলাই দেশলৈ আনিলে ৰূপৰ পদক, কান্দোনত ভাঙি পৰা মণিপুৰৰ ৰোছিবিনাই কি ক’লে দেশবাসীক?

3 years ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

20 minutes ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

1 hour ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

2 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

3 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

3 hours ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

4 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

5 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

6 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

8 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

সপোনে মেলিব ডেউকা, আজি কোন ৰাশিৰ কেনে যাব দিনটো?

8 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

মৌলিক দৰমহা ৫০ হাজাৰ টকা? 8th Pay Commissionত দেৰি হ’লে কিমান বকেয়া পাব পাৰে জানক

17 hours ago
ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

জীয়াই থকাটোৱেই বৃহৎ প্ৰত্যাহ্বান! ধ্বংসস্তুপৰ মাজৰ পৰা ওলাই দেশলৈ আনিলে ৰূপৰ পদক, কান্দোনত ভাঙি পৰা মণিপুৰৰ ৰোছিবিনাই কি ক’লে দেশবাসীক?

editor by editor
September 29, 2023
in উত্তৰ-পূব, ক্ৰীড়া, বিশ্ব, ভাৰত
0
জীয়াই থকাটোৱেই বৃহৎ প্ৰত্যাহ্বান! ধ্বংসস্তুপৰ মাজৰ পৰা ওলাই দেশলৈ আনিলে ৰূপৰ পদক, কান্দোনত ভাঙি পৰা মণিপুৰৰ ৰোছিবিনাই কি ক’লে দেশবাসীক?
0
SHARES
414
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এই বিজয় সহজ নহয়, ধ্বংসস্তুপৰ মাজৰ পৰা ফিনিক্স পক্ষী হৈ উৰিছে ৰোছিবিনা দেবী। বিগত কেইবামাহ ধৰি মণিপুৰত হিংসাৰ দাৱানল। আজিও অচল হৈ আছে মণিপুৰৰ জনজীৱন। নাই, ইণ্টাৰনেট, বন্ধ বিদ্যালয়, অন্যান্য কাম কাজ বাদেই জীৱনটো জীয়াই থকাই মণিপুৰবাসীৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান। গৃহহীন হাজাৰ হাজাৰ লোক। অস্থায়ী কেম্পত আৰু কিমানদিন থাকিব লাগিব তাৰো কোনো নিশ্চয়তা নাই। চকুৰ সন্মুখত হেৰাই গৈছে আত্মীয় স্বজন, অথচ হাতত একো উপায়ো নাই। নিজৰ জীৱনটো কাৰনো প্ৰিয় নহয়। জাতি বুলিলেই মানুহ উত্তেজিত হোৱাটো হয়তো যুগে যুগে জীনত কঢ়িয়াই অনা চৰিত্ৰ আমাৰ। সেয়ে মণিপুৰক শান্ত কৰোৱাৰ উপায় এতিয়া কাৰো হাততেই নাই। বুজিব লাগিব সেই প্ৰদেশৰ জনতাই আৰু তেওঁলোকক বুজোৱাৰ দায়িত্ব এতিয়া মণিপুৰত শাসনৰ গাদীত বহি থকাসকলৰ। এই অশান্তজৰ্জৰ মণিপুৰৰ পৰাই ওলাই আহিছে ৰোছিবিনা। মেৰিকম, মীৰাবাঈ চানুৰ দৰেই বুকুত সপোন বান্ধি ওলাই আহিছে ৰোছিবিনাও। ধ্বংসস্তুপৰ মাজত দৃঢ়তাৰে দেখা সপোন জানো ভঙাৰ ক্ষমতা কাৰোবাৰ থাকিব পাৰে! ৰোছিবিনাই এছিয়ান গেমছত বৃহস্পতিবাৰে ভাৰতলৈ কঢ়িয়াই আনিলে ৰূপৰ পদক।

মণিপুৰৰ জীয়াৰী ৰোছিবিনা দেবী। মহিলাৰ ৬০ কিঃগ্ৰাঃ শাখাত ৰূপৰ পদক আঁজুৰি আনিবলৈ সক্ষম হৈছে ৰোছিবিনাই। চীনৰ প্ৰতিদ্বন্দী ও ছিয়াওৰ হাতত পৰাস্ত হৈ দ্বিতীয় স্থানত থাকে ৰোছিবীনা। ৰূপৰ পদক জিকি কান্দোনত ভাঙি পৰিছে ৰোছিবিনা। চীনৰ প্ৰতিদ্বন্দীক হৰুওৱা সহজ নাছিল ৰোছিবিনাৰ বাবে। তথাপিও আৰম্ভণিৰে পৰাই এই যুঁজ আছিল শ্বাসৰুদ্ধকৰ। সোন জিকাৰ হেঁপাহ বুকুত বান্ধি যুদ্ধত নমা ৰোছিবিনাই দ্বিতীয় ৰাউণ্টও ছিয়াওক হৰোৱাব নোৱাৰাৰ বাবেই এই যুঁজ ইয়াতেই অন্ত পৰি ৰূপৰ পদকতেই সন্তুষ্ট থাকিব লগা হয় ৰোছিবিনা। দেশলৈ ৰূপৰ পদক কঢ়িয়াই আনি কান্দোনত ভাঙি পৰে ৰোছিবিনা। মণিপুৰৰ ক্ৰীড়াবিদগৰাকীৰ মতে সোন জিকাটো তেওঁৰ বাবে জৰুৰী আছিল। তেওঁৰ ৰাজ্যৰ পৰিস্থিতি খুবেই বেয়া তাৰপৰা বৰ কষ্টেৰে এইখিনি দূৰত্ব অতিক্ৰম কৰিছো ৰোছিবিনাই। মণিপুৰৰ হিংসাজৰ্জৰ পৰিস্থিতিৰ বাবে মে মাহৰ পৰাই ঘৰৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ আছে ৰোছিবিনাৰ। আনকি অনুশীলনত প্রভাৱ পৰিব বুলি ঘৰৰ মানুহৰ সৈতে কথা পতাও নিষেধ আছিল ৰোছিবিনাৰ। পদক জিকি অৱশেষত পৰিয়ালৰ সৈতে ফোনযোগে বাৰ্তালাপত মিলিত হৈছে ৰোছিবিনা। ঘৰলৈ ফোন কৰিয়েই কান্দোনত ভাঙি পৰিছে ৰোছি। ৰোছিৰ লক্ষ্য আছিল সোন। ইমান দিনৰ কঠোৰ পৰিশ্ৰম ত্যাগৰ বিনিময়ত এটা সোনৰ পদক জৰুৰী আছিল ৰোছিৰ বাবে। ৰূপৰ পদক লাভ কৰি ৰোছিয়ে কান্দোনৰ মাজতেই ক’লে, ‘সোন জিকিব নোৱাৰি মোৰ দুখ লাগিছে। আৰু পৰিশ্ৰম কৰিব। মোৰ দেশৰ বাবে মোৰ ৰাজ্যৰ বাবে মই সোণ আনিমেই। আগন্তুক সময়ৰ বাবে এয়াই মই নিজক দিয়া প্ৰতিশ্ৰুতি।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ
বিনোদন

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

October 4, 2026
স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?
ভাৰত

স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

October 4, 2026
এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ
বিনোদন

এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

October 3, 2026
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ
বিশ্ব

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

October 3, 2026
Next Post
চন্দ্ৰগ্ৰহণৰ পাছতেই ৰাহু-কেতু আৰু শনিৰ বক্ৰী দশাই ভাগ্য সলাব! সৌভাগ্যৰ গ্ৰাফ ওপৰলৈ যাব ৫ ৰাশিৰ জাতকৰ

চন্দ্ৰগ্ৰহণৰ পাছতেই ৰাহু-কেতু আৰু শনিৰ বক্ৰী দশাই ভাগ্য সলাব! সৌভাগ্যৰ গ্ৰাফ ওপৰলৈ যাব ৫ ৰাশিৰ জাতকৰ

‘ভাৰতৰ মুছলমানে পাকিস্তানী দলকেই ছাপৰ্ট কৰিব…’ পাক প্ৰাক্তন ক্ৰিকেটাৰৰ মন্তব্যই উদঙাই দিলে বহু কথা

‘ভাৰতৰ মুছলমানে পাকিস্তানী দলকেই ছাপৰ্ট কৰিব...’ পাক প্ৰাক্তন ক্ৰিকেটাৰৰ মন্তব্যই উদঙাই দিলে বহু কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.