• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চন্দ্ৰগ্ৰহণৰ পাছতেই ৰাহু-কেতু আৰু শনিৰ বক্ৰী দশাই ভাগ্য সলাব! সৌভাগ্যৰ গ্ৰাফ ওপৰলৈ যাব ৫ ৰাশিৰ জাতকৰ

চন্দ্ৰগ্ৰহণৰ পাছতেই ৰাহু-কেতু আৰু শনিৰ বক্ৰী দশাই ভাগ্য সলাব! সৌভাগ্যৰ গ্ৰাফ ওপৰলৈ যাব ৫ ৰাশিৰ জাতকৰ

3 years ago
উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

17 minutes ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

১৩ ছেপ্তেম্বৰত সলনি হ’ব বুধৰ গতি, ৩ ৰাশিত হ’ব ধনৰ বৰষুণ!

40 minutes ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ সাৱধান ৩ ৰাশি! আপোনাৰ বাবে কেনেকুৱা হ’ব দেওবাৰৰ দিনটো জানক

1 hour ago
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

2 hours ago
ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

2 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

3 hours ago
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

4 hours ago
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

4 hours ago
‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

7 hours ago
কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

7 hours ago
অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

8 hours ago
ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

চন্দ্ৰগ্ৰহণৰ পাছতেই ৰাহু-কেতু আৰু শনিৰ বক্ৰী দশাই ভাগ্য সলাব! সৌভাগ্যৰ গ্ৰাফ ওপৰলৈ যাব ৫ ৰাশিৰ জাতকৰ

editor by editor
September 29, 2023
in বিবিধ, ভাৰত
0
চন্দ্ৰগ্ৰহণৰ পাছতেই ৰাহু-কেতু আৰু শনিৰ বক্ৰী দশাই ভাগ্য সলাব! সৌভাগ্যৰ গ্ৰাফ ওপৰলৈ যাব ৫ ৰাশিৰ জাতকৰ
0
SHARES
15.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দুদিন পাছতেই আৰম্ভ হ’ব অক্টোবৰ মাহ। জ্যোতিষ অনুসৰি আগন্তুক মাহটো বিশেষ৷ অক্টোবৰ মাহত ১৫ দিনৰ ব্যৱধানতেই পৰিছে দুটাকৈ গ্ৰহণ৷ এটা চন্দ্ৰগ্ৰহণ আনটো সূৰ্যগ্ৰহণ৷ ইয়াৰোপৰি এই মাহতেই ৰাশি পৰিবৰ্তন কৰিব ৰাহু, কন্য আৰু কেতুৱে৷ আগন্তুক ৩০ অক্টোবৰত বক্ৰী গতিত থাকি তুলাৰ পৰা কন্যা ৰাশিত প্ৰৱেশ কৰিব ৰাহু আৰু কেতুৱে৷ ইয়াৰপূৰ্বে ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ কৰিব শনিয়ে৷ অক্টোবৰত তিনি গ্ৰহৰ স্থান পৰিবৰ্তনৰ ফলত চন্দ্ৰগ্ৰহণৰ পূৰ্বেই ভাগ্যোদয় হ’ব পাঁচ ৰাশিৰ জাতকৰ৷ এই সময়ত প্ৰচুৰ উপাৰ্জন বাঢ়িব ৫ ৰাশিৰ জাতকৰ৷ কোন কোন ৰাশিৰ ভাগ্যোদয় হ’ব?

মেষ ৰাশি
চন্দ্ৰগ্ৰহণৰ পাছতেই ভাগ্যৰ দুৱাৰ মুকলি হ’ব মেষ ৰাশিৰ জাতকৰ৷ এই সময়ত প্ৰচুৰ ধন হাতলৈ আহিব৷ উপাৰ্জনৰ নতুন উৎস লাভ কৰিব মেষ ৰাশিৰ জাতকে৷ পৰিয়ালৰ সৈতে আনন্দৰ পৰিবেশে বিৰাজ কৰিব৷ ৰাশি পৰিবৰ্তন কৰিব ৰাহুৱে৷ ৰাহুৰ স্থান পৰিবৰ্তনত অশুভ গুৰু চণ্ডাল দোষৰ পৰা মুক্তি লাভ কৰিব৷ ইয়াৰ ফলতেই সমৃদ্ধি বাঢ়িব আপোনাৰ৷ মূৰত নতুন আইডিয়াই ক্ৰিয়া কৰিব৷ নিজৰ ব্যৱসায়ক আগুৱাই নিবলৈ সুযোগ পাব মেষ ৰাশিৰ জাতকে৷

মিথুন ৰাশি
অক্টোবৰৰ শনি, ৰাহু আৰু কেতুৱে স্থান পৰিবৰ্তন কৰাৰ ফলত জীৱনত কেইবাটাও শুভ পৰিবৰ্তন আহিব৷ বহু দিন ধৰি কৰি থকা কামত সফলতা লাভ কৰিব৷ প্ৰতিযোগিতামূলক পৰীক্ষাত বহিলে সুফল পাব৷ আগতে বিনিয়োগ কৰি থোৱা ব্যৱসায়ত সুফল পাব৷ পৰিয়ালৰ সৈতে ফুৰিবলৈ যোৱাৰ যোগ৷ বজৰংবলীৰ পূজা কৰক৷

কৰ্কট ৰাশি
চন্দ্ৰগ্ৰহণৰ পাছত ব্যৱসায়ত সফলতা পাব কৰ্কট ৰাশিৰ জাতকে৷ জীৱনত বেছ কিছু শুভ প্ৰভাৱ লাভ কৰিব আপুনি৷ ৰৈ যোৱা কাম সমাপন হ’ব৷ নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক৷ সুযোগ হাতৰ পৰা আঁতৰি যাব পাৰে সেয়ে বুদ্ধিৰে কাম কৰিলে সফলতা পাব৷ ঘৰৰ ডাঙৰ সকলৰ পৰামৰ্শ ল’লে আপোনাৰ উপকাৰ হ’ব৷

সিংহ ৰাশি
ৰাহু, কেতু আৰু শনিৰ স্থান পৰিবৰ্তনৰ ফলত জীৱনত বহু সাল সলনি হ’ব সিংহ ৰাশিৰ জাতকৰ৷ ব্যৱসায় সম্প্ৰসাৰিত হ’ব৷ অফিচত প্ৰমোছন পাব৷ পৰিয়ালত সুখ শান্তিৰ পৰিবেশ থাকিব৷ আনক সহায় কৰি মানসিক শান্তি পাব৷ কেৰিয়াৰ সংক্ৰান্তীয় কোনো কামত ভাল খবৰ লাভ কৰিব৷ যি কামতেই হাতত নিদিয়ক কিয় সফলতা লাভ কৰিব৷

তুলা ৰাশি
চন্দ্ৰগ্ৰহণৰ পাছৰ পৰাই ভাগ্যৰ উন্নতি হ’ব তুলা ৰাশিৰ জাতকৰ৷ এই সময়ত আপোনাৰ দাম্পত্য জীৱনত প্ৰেম বাঢ়িব৷ সন্তানৰ পঢ়া-লেখাত গুৰুত্ব দিয়ক৷ বন্ধুৰ সৈতে সু সময় কটাব তুলা ৰাশিৰ জাতকে৷ গ্ৰহৰ শুভ প্ৰভাৱত লটাৰী জিকিব পাৰিব৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ
অসম

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

September 12, 2026
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!
জীৱনশৈলী

১৩ ছেপ্তেম্বৰত সলনি হ’ব বুধৰ গতি, ৩ ৰাশিত হ’ব ধনৰ বৰষুণ!

September 12, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

কাইলৈ সাৱধান ৩ ৰাশি! আপোনাৰ বাবে কেনেকুৱা হ’ব দেওবাৰৰ দিনটো জানক

September 12, 2026
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?
বিনোদন

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

September 12, 2026
Next Post
‘ভাৰতৰ মুছলমানে পাকিস্তানী দলকেই ছাপৰ্ট কৰিব…’ পাক প্ৰাক্তন ক্ৰিকেটাৰৰ মন্তব্যই উদঙাই দিলে বহু কথা

‘ভাৰতৰ মুছলমানে পাকিস্তানী দলকেই ছাপৰ্ট কৰিব...’ পাক প্ৰাক্তন ক্ৰিকেটাৰৰ মন্তব্যই উদঙাই দিলে বহু কথা

‘দেশৰ সকলোতকৈ ডাঙৰ প্ৰতাৰক হৈছে ইছকন’, মন্তব্যৰ বাবেই মেনকা গান্ধীৰ বিৰুদ্ধে ১০০ কোটিৰ মানহানি গোচৰ

‘দেশৰ সকলোতকৈ ডাঙৰ প্ৰতাৰক হৈছে ইছকন’, মন্তব্যৰ বাবেই মেনকা গান্ধীৰ বিৰুদ্ধে ১০০ কোটিৰ মানহানি গোচৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.