• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মনে মনেই চলাইছে সকলো প্ৰস্তুতি! চন্দ্ৰৰ কুমেৰুত আধিপত্য বিস্তাৰ কৰি মঙলত আকৌ অভিযান চলাবলৈ সাজু ISROৰ দল

মনে মনেই চলাইছে সকলো প্ৰস্তুতি! চন্দ্ৰৰ কুমেৰুত আধিপত্য বিস্তাৰ কৰি মঙলত আকৌ অভিযান চলাবলৈ সাজু ISROৰ দল

2 years ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

1 hour ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

3 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

3 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

4 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

5 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

6 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

7 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

7 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

8 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

1 day ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

1 day ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

মনে মনেই চলাইছে সকলো প্ৰস্তুতি! চন্দ্ৰৰ কুমেৰুত আধিপত্য বিস্তাৰ কৰি মঙলত আকৌ অভিযান চলাবলৈ সাজু ISROৰ দল

editor by editor
October 5, 2023
in প্ৰযুক্তি, বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত
0
মনে মনেই চলাইছে সকলো প্ৰস্তুতি! চন্দ্ৰৰ কুমেৰুত আধিপত্য বিস্তাৰ কৰি মঙলত আকৌ অভিযান চলাবলৈ সাজু ISROৰ দল
0
SHARES
388
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নতুন বছৰতেই পৃথিৱীবাসীক আকৌ এবাৰ চমক দিবলৈ সাজু ইছৰোৰ দল৷ এইবাৰ ইছৰোই মঙল গ্ৰহলৈ পঠিয়াব যান৷ মঙলত দ্বিতীয়বাৰৰ বাবে যান পঠিয়াবলৈ সাঁজু হৈছে ইছৰোৰ৷ এই যানৰ নাম দিয়া হৈছে মঙলযান-২৷ কেইবাটাও উদ্দেশ্য হাতত লৈ ৰঙাগ্ৰহলৈ যান পঠিয়াবলৈ সাজু হৈছে ইছৰো৷

২০১৩ চনত প্রথমখন মহাকাশযান পঠিয়াইছিল ইছৰোই৷ সেই বৰ্ষতেই ইছৰোৱে আৰম্ভ কৰিছিল মঙল অৰবিটৰ মিছন৷ ২০১৪ চনত ৰঙা গ্ৰহৰ কক্ষপথত সফলভাৱে প্ৰৱেশ কৰিছিল মহাকাশযানখনে৷ মঙলগ্ৰহৰ কক্ষপথত সফলভাৱে মহাকাশযানখনক লৈ যোৱাটোৱেই ইছৰোৰ অন্যতম উদ্দেশ্য আছিল৷ সেই অভিযানৰ ৯ বছৰ সম্পূৰ্ণ হৈছে৷ ইছৰোৰ গৱেষণাৰ পৰিধিও বৃদ্ধি পাইছে৷ এইবাৰ ইছৰোৰ বিজ্ঞানীৰো আত্মবিশ্বাস পূৰ্বতকৈ বৃদ্ধি হৈছে৷ দ্বিতীয়বাৰৰ বাবে মঙলৰ কক্ষপথত মহাকাশযান পঠিয়াবলৈ সাঁজু হৈছে ভাৰতীয় মহাকাশ সংস্থাই৷ বিজ্ঞানীৰ আশা যে এই মিছনে ৰঙা গ্ৰহ মঙলৰ কোনেও আনিব নোৱাৰা তথ্য পঠিয়াব৷ এক সূত্ৰৰ খবৰ অনুসৰি মহাকাশযানখনৰ ভিতৰত থাকিব ৪টা পেলোড৷ এই পেলোডসমূহ হৈছে, ‘মাৰ্ক অৰবিট ডাছ এক্সপেৰিমেণ্ট(MODEX), এটা ৰেডিঅ’ অকালটেছন এক্সপেৰিমেণ্ট (RO), এটা এনাৰ্জেটিক আয়ন স্পেক্টমিটাৰ (EIS),এটা ‘লাংমুইৰ প্ৰোব আৰু এটা ইলেক্ট্ৰিক ফিল্ড এক্সপেৰিমেণ্ট (LPEX) যন্ত্র৷

এই বিশেষ ৪টা পেলোডৰ সহায়তেই মঙল গ্ৰহৰ ভিতৰ আৰু বাহিৰৰ পৰিবেশ, গ্ৰহটোৰ ভিতৰৰ পৃষ্ঠত থকা ধুলি আদিৰ ওপৰত গৱেষণা কৰিব৷ মঙলৰ গঠন আৰু বাসোপযোগ্যতা সম্পৰ্কীয় তথ্য আহৰণৰ চেষ্টা কৰিব ভাৰতীয় যানখনে৷ বৰ্তমান পৰ্যন্ত মঙলযান-২ সম্পৰ্কে বিশদ তথ্য দাঙি ধৰা নাই ইছৰোই৷ মঙলযান-২ মিছনৰ মোডেক্স পেলোডসমূহে মঙলৰ মাটিৰ পৰা এক নিৰ্দিষ্ট উচ্চতাৰ থাকি ধুলিৰ উৎপত্তি, ঘনত্ব আৰু গতিবিধি বুজিবলৈ চেষ্টা কৰিব৷ RO যন্ত্ৰবিধে মঙলৰ বায়ুমণ্ডল অধ্যয়ন কৰিব অৰ্থাৎ বায়ুমণ্ডলৰ চৰিত্ৰ বিশ্লেষণ কৰিব এই যন্ত্ৰই৷ EIS নামৰ যন্ত্ৰবিধে সৌৰকণা বিকিৰণ, সৌৰবায়ুকণা চিহ্নিত কৰিব৷ LPEX নামৰ যন্ত্ৰবিধে গ্ৰহটোৰ ইলেক্ট্ৰনৰ ঘনত্ব, ইলেক্ট্ৰনৰ তাপমাত্ৰা, বৈদুতিন তৰংগ অধ্যয়ন কৰিব৷

মঙলৰ বায়ুমণ্ডলৰ প্লাজমাৰ পৰিবেশ পৰ্যবেক্ষণৰ বাবেও বিশেষ পেলোড তৈয়াৰ কৰিছে ইছৰোই৷ সম্প্ৰতি ইছৰোৰ চন্দ্ৰযান-৩ মিছন অভিযান সফল হৈছে৷ চন্দ্ৰৰ দক্ষিণ মেৰুৰ কাষত ইছৰোৰ মহাকাশযানৰ বিক্ৰমে লেণ্ডিং কৰিছিল৷ ইয়াৰ পূৰ্বে চন্দ্ৰৰ দক্ষিণ মেৰুত কোনো দেশেই লেণ্ডিং কৰিব পৰা নাছিল৷ তাৰপিছতেই ইছৰোই পঠিয়াইছে সৌৰযান আদিত্য এল-১৷ আৰু শেহতীয়াভাৱে মঙললৈ যান পঠিয়াবলৈ সাজু হৈছে ইছৰোৰ দলে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
Next Post
মা দুৰ্গাৰ অতি প্ৰিয় এই ৪ ৰাশি, কোনকেইটা ৰাশিৰ জীৱনত ধনৰ আগমন ঘটিব?

মা দুৰ্গাৰ অতি প্ৰিয় এই ৪ ৰাশি, কোনকেইটা ৰাশিৰ জীৱনত ধনৰ আগমন ঘটিব?

পিতৃপক্ষত ক’লা তিলৰ মহত্ব জানেনে? অৰ্থ উপাৰ্জন আৰু সাফল্যৰ বাবে পূৰ্বপুৰুষক কি কি আগবঢ়াব?

পিতৃপক্ষত ক’লা তিলৰ মহত্ব জানেনে? অৰ্থ উপাৰ্জন আৰু সাফল্যৰ বাবে পূৰ্বপুৰুষক কি কি আগবঢ়াব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.