• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘হিজাবহীন’ ভাৱে ওলাই যোৱাটোৱেই কাল হ’ল! ক’মাত কিশোৰী, ইৰাণৰ আৰক্ষীলৈ কিয় উঠিছে আঙুলি?

‘হিজাবহীন’ ভাৱে ওলাই যোৱাটোৱেই কাল হ’ল! ক’মাত কিশোৰী, ইৰাণৰ আৰক্ষীলৈ কিয় উঠিছে আঙুলি?

3 years ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

2 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

2 hours ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

3 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

4 hours ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

4 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

4 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

5 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

6 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

7 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

8 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

8 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

‘হিজাবহীন’ ভাৱে ওলাই যোৱাটোৱেই কাল হ’ল! ক’মাত কিশোৰী, ইৰাণৰ আৰক্ষীলৈ কিয় উঠিছে আঙুলি?

editor by editor
October 7, 2023
in বিবিধ, বিশ্ব
0
‘হিজাবহীন’ ভাৱে ওলাই যোৱাটোৱেই কাল হ’ল! ক’মাত কিশোৰী, ইৰাণৰ আৰক্ষীলৈ কিয় উঠিছে আঙুলি?
0
SHARES
177
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নাৰী স্বাধীনতাৰ হকে মাত মাতি শান্তিৰ নোবেল লাভ কৰিবলৈ সক্ষম হৈছে ইৰাণী যুৱতী নাৰ্গিছ মহম্মদীয়ে। নাৰ্গিছ এতিয়াও কাৰাবন্দী। ইৰাণৰ মহিলাৰ স্বাধীনতাৰ হৈ যুঁজাৰ বাবে তেওঁক ৩১ বছৰৰ কাৰাদণ্ড বিহিছে ইৰাণ প্ৰশাসনে। ইৰাণত নাৰীৰ ব্যক্তিস্বাধীনতা সঁচাকৈয়ে নাই নেকি? এটা উদাহৰণেই আপোনাক এই কথা বুজাই দিব। হিজাৱবিহীন হোৱাৰ অপৰাধত আৰু এগৰাকী কিশোৰীক মাৰধৰৰ অভিযোগ ইৰাণ আৰক্ষীৰ বিৰুদ্ধে। অভিযোহ অনুসৰি ১ অক্টোবৰত ইৰাণৰ তেহৰাণৰ এটা মেট্ৰ’ ষ্টেচনত হিজাব ভালধৰণে পৰিধান নকৰাৰ বাবে লোহাৰ ৰ’ডেৰে মূৰত আঘাত কৰা হৈছে যুৱতীগৰাকীৰ। এই আঘাতৰ পাছতেই যুৱতীগৰাকী বৰ্তমানলৈকে ক’মাতেই আছে। কিন্তু এই অভিযোগ বাৰে বাৰে নস্যৎ কৰি আহিছে ইৰাণ আৰক্ষীয়ে।

এই ঘটনাক লৈ জাঙুৰ খাই উঠিছে এতিয়া ইৰাণৰ মানৱঅধিকাৰ কৰ্মীও। বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত হিজাৱ পৰিধান নকৰাৰ বাবেই এগৰাকী ২২ বছৰীয়া যুৱতীক আৰক্ষীয়ে মৰিয়াই মৰিয়াই হত্যা কৰিছিল। সেই একেই ঘটনাৰেই যেন পুনৰাবৃত্তি ঘটিছে। বিগত বৰ্ষত আৰক্ষীয়ে কৰা এই বৰ্বৰ কাণ্ডক লৈ দেশখনৰ নানান প্ৰান্তত অব্যাহত আছে হিজাৱ বিৰোধী আন্দোলনো। ইৰাণৰ সংখ্যালঘু সম্প্ৰদায়ভুক্ত লোকৰ দাবী যে ১ অক্টোবৰ দেওবাৰে তেহৰাণ মেট্ৰ’ ষ্টেচনৰ পৰা ট্ৰেইনত উঠাৰ সময়তে ১৬ বছৰীয়া আৰমিতা গেৰাভাণ্ডেৰ ওপৰত আৰক্ষীয়ে আক্ৰমণ চলায়। এই আক্ৰমণত ট্ৰেনত উঠাৰ সময়তেই অচেতন হৈ পৰে যুৱতীগৰাকী। ইৰাণৰ সংবাদমাধ্যমে প্ৰকাশ কৰা অনুসৰি আৰমিতা ইৰাণৰ পশ্চিমাঞ্চলৰ বাসিন্দা।

ফজৰ হাস্পতালত অচেতন আৰমিতাক ভৰ্তি কৰোৱা হয়। অভিযোগমতে কিশোৰীৰ মাতৃ শ্বাহিন আহমাদিককো কিন্তু আৰক্ষীয়ে এৰি নিদিলে। কন্যাক হাস্পতালত ভৰ্তী কৰায় হাস্পতাল চৌহদত থকা মাতৃকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰমিতাৰ ঘৰৰ পৰা কেইবাটাও ফোন বাজেয়াপ্ত কৰিছে আৰক্ষীয়ে। আৰমিতাৰ সৈতে সম্পৰ্কীত সকলো ব্যক্তিৰ সৈতেই সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে। আৰমিতাৰ হৈ মাত মতা সাংবাদিককো আটক কৰিছে ইৰাণ আৰক্ষীয়ে।

উল্লেখ্য যে প্ৰায়সংখ্যক সূত্ৰৰ দাবী যে হিজাৱ পৰিধান নকৰাৰ বাবেই মেট্ৰ’ ষ্টেচনত কিশোৰীক ধাক্কা মৰা হৈছিল। ধাক্কা মৰাতেই শান্ত নাথাকি মূৰত লোহাৰ ৰ’ডেৰে মাৰি দিয়া হৈছিল যুৱতীগৰাকীৰ। মঙলবাৰে নিশা এক্স হেণ্ডেলত অচেতন পাৰমিতাৰ এখন ছবি ভাইৰেল হৈ পৰিছে। এই ছবি কিমান সঁচা সেই সম্পৰ্কে এতিয়াও কোনো স্পষ্ট তথ্য লাভ কৰিব পৰা নাই। ছবিত দেখা অনুসৰি, মূৰত বেণ্ডেজ বন্ধা এগৰাকী কিশোৰী হাস্পতালৰ বিছনাত আছে। শ্বাস-প্ৰশ্বাসৰ বাবে বিশেষ পাইপ বা নলী লগাই থোৱা আছে। ইৰাণৰ সংবাদ সংস্থাই পোনতে এই ছবি শ্বেয়াৰ কৰিছিল যদিও সেই ছবিৰ বাবেই তেওঁলোকৰ ভিতৰৰ কেইবাগৰাকী সাংবাদিকক গ্ৰেপ্তাৰ কৰা হৈছে।

ইৰাণ প্ৰশাসনে দাবী কৰামতে আৰমিতাৰ এক দূৰ্ঘটনাহে হৈছিল। আৰমিতাৰ মাতৃয়েও তেওঁৰ ভাষ্যত এয়া এক দূৰ্ঘটনা বুলিয়েই জনাইছে। আৰমিতাৰ শাৰীৰিক অৱস্থাক লৈ ইৰাণৰ তৰফৰ পৰা এটা বিশেষ ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে। সেই ভিডিঅ’টোক কিন্তু বিবিচিয়ে সম্পাদিত এক ভিডিঅ’ বুলি দাবী কৰিছে। বিশেষ ভিডিঅ’ত থকা মাতৃৰ ভাষ্য অনুসৰি, ‘মোৰ কন্যাৰ ৰক্তচাপ কমি গৈছে। কিন্তু কি হৈছে মই ক’ব পৰা নাই।’ আনহাতে যিখন মেট্ৰ’ত ঘটনাটো সংঘটিত হৈছে সেই মেট্ৰ’ কৰ্তৃপক্ষই মাৰধৰৰ কথাটো অস্বীকাৰ কৰিছে। এই সকলোবোৰৰ মাজতেই মেট্ৰ ষ্টেচনৰ দুগৰাকী কিশোৰীৰ সৈতে ট্ৰেইনত উঠা দেখা গৈছে হিজাবহীন আৰমিতাক। ট্ৰেইনত উঠাৰ সময়ত সম্পূৰ্ণ সুস্থই দেখা গৈছে আৰমিতাক। তাৰ কিছু সময় পাছত আৰমিতাক অচেতন দেখা গৈছে। অচেতন আৰমিতাক ধৰি ধৰি প্লেটফৰ্মলৈ নমাই অনা দেখা গৈছে আৰমিতাক। সেই ফুটেজত কিন্তু কেনেকৈ অচেতন হ’ল আৰমিতা সেই ছবি নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!
জীৱনশৈলী

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

October 3, 2026
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

October 3, 2026
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?
অসম

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

October 3, 2026
কাইলৈ আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

October 3, 2026
Next Post
ICC World Cupত মেচত নমাৰ পূৰ্বে ৰোহিতৰ ওপৰত সকলো এৰি দিলে দ্ৰাবিড়ে! কিয় কোচ ৰাহুলে অধিনায়কক লৈ কৰিলে এই মন্তব্য?

ICC World Cupত মেচত নমাৰ পূৰ্বে ৰোহিতৰ ওপৰত সকলো এৰি দিলে দ্ৰাবিড়ে! কিয় কোচ ৰাহুলে অধিনায়কক লৈ কৰিলে এই মন্তব্য?

ভাৰতীয় বাবেই গান্ধীজীয়ে পোৱা নাছিল নেকি শান্তিৰ নোবেল? আজীৱন শান্তিৰ বাৰ্তা বিলাইয়ো মহাত্মা গান্ধীয়ে এইকেইটা কাৰণতহে লাভ কৰা নাছিল শান্তিৰ নোবেল

ভাৰতীয় বাবেই গান্ধীজীয়ে পোৱা নাছিল নেকি শান্তিৰ নোবেল? আজীৱন শান্তিৰ বাৰ্তা বিলাইয়ো মহাত্মা গান্ধীয়ে এইকেইটা কাৰণতহে লাভ কৰা নাছিল শান্তিৰ নোবেল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.