• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আমাৰ বিচ্ছেদ হৈছে, এক্স হেণ্ডেলত বিশেষ বাৰ্তা শ্বেয়াৰ কৰিছে শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাই! ১৪ বছৰীয়া বিবাহিত জীৱনত সঁচাকৈয়ে যতি পৰিলে নেকি?

আমাৰ বিচ্ছেদ হৈছে, এক্স হেণ্ডেলত বিশেষ বাৰ্তা শ্বেয়াৰ কৰিছে শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাই! ১৪ বছৰীয়া বিবাহিত জীৱনত সঁচাকৈয়ে যতি পৰিলে নেকি?

3 years ago
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

5 minutes ago
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

30 minutes ago
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

1 hour ago
প্ৰেমিকক নাপাই মোবাইল টাৱাৰ উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

প্ৰেমিকক নাপাই মোবাইল টাৱাৰ উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

2 hours ago
মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

3 hours ago
ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

4 hours ago
পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

5 hours ago
১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

7 hours ago
এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

7 hours ago
৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…

৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…

9 hours ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

প্ৰস্ৰাৱৰ দুৰ্গন্ধ, বমি আৰু অস্থিৰতা, এয়া বৃক্কৰ সমস্যা নেকি?

10 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

পুৰুষৰ কি বস্তু ভাল পায় নাৰীয়ে? ৯৯% লোকে নাজানে এই কথা!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আমাৰ বিচ্ছেদ হৈছে, এক্স হেণ্ডেলত বিশেষ বাৰ্তা শ্বেয়াৰ কৰিছে শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাই! ১৪ বছৰীয়া বিবাহিত জীৱনত সঁচাকৈয়ে যতি পৰিলে নেকি?

editor by editor
October 20, 2023
in জীৱনশৈলী, বিনোদন, ভাৰত
0
আমাৰ বিচ্ছেদ হৈছে, এক্স হেণ্ডেলত বিশেষ বাৰ্তা শ্বেয়াৰ কৰিছে শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাই! ১৪ বছৰীয়া বিবাহিত জীৱনত সঁচাকৈয়ে যতি পৰিলে নেকি?
0
SHARES
9.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অৱশেষত বিচ্ছেদ! ২০২১ চনৰ পৰাই আৰম্ভ হৈছিল ভাঙোন। ২০২১ চনটো অত্যন্ত জটিল আছিল অভিনেত্ৰী শিল্পা চেট্টী আৰু স্বামী ৰাজ কুন্দ্ৰাৰ বাবে। পৰ্ণগ্ৰাফি কাণ্ডত ৰাজ কুন্দ্ৰা গ্ৰেপ্তাৰ হোৱাৰ পাছত জামিনত মুক্তি লাভ কৰে। মুক্তিৰ পাছৰে পৰাই জনসমাজত মুখ লুকুৱাই ফুৰিছে ৰাজ কুন্দ্ৰাই। কিন্তু সম্প্ৰতি এখন ছবিত মুখ্য চৰিত্ৰৰ ভূমিকাত অভিনয় কৰাৰ কথা নিজেই জনাইছে ৰাজ কুন্দ্ৰাই। সেই ছবিৰ প্ৰচাৰত গৈ ৰাজ কুন্দ্ৰাই মাস্কো খুলিছে। নৱেম্বৰত ৰাজ কুন্দ্ৰা অভিনিত ছবিখনে মুক্তিলাভ কৰিব। কিন্তু তাৰ পূৰ্বেই এক্স হেণ্ডেলত ৰাজ কুন্দ্ৰাই দিয়া এক বাৰ্তাই সকলোকে আচৰিতো কৰি তুলিছে।

ৰাজ কুন্দ্ৰাই ছবি মুক্তিৰ পূৰ্বেই লিখিছে শিল্পা আৰু তেওঁৰ বিচ্ছেদ হৈছে। ৰাজে লিখিছে, ‘আমাৰ বিচ্ছেদ হৈছে। এই কঠিন সময়ত আমাৰ কাষত থকাৰ বাবে সকলোকে অনুৰোধ জনাইছো।’ সামাজিক মাধ্যমত ৰাজৰ এই বাৰ্তাৰ পাছতেই সামাজিক মাধ্যমত উত্থাপিত হৈছে প্ৰশ্ন, কাৰ সৈতে বিচ্ছেদ হোৱাৰ কথা কৈছে শিল্পাৰ স্বামীয়ে। জল্পনা তৈয়াৰ হৈছে, শিল্পা আৰু ৰাজৰ ১৪ বছৰৰ দাম্পত্য জীৱনৰ ইতি পৰিব? যদিও এই বিষয়ে ৰাজে কোনো কথাই স্পষ্টকৈ জনোৱা নাই। ৰাজৰ এই বাৰ্তাক গুৰুত্ব নাই শিল্পাৰ অনুৰাগীয়েও।

সংশ্লিষ্ট মহলৰ একাংশৰ দাবী যে, আসন্ন ছবি প্ৰচাৰৰ বাবেই এই বাৰ্তা দিছে ৰাজ কুন্দ্ৰাই। ৰাজৰ আসন্ন ছবিখনৰ নাম ‘ইউটি ৬৯’। ছবিখনত ৰাজে এজন কাৰাবন্দী ব্যৱসায়ীৰ চৰিত্ৰত অভিনয় কৰিছে। বহুতৰে ধাৰণা যে এই ছবি প্ৰচাৰৰ বাবেই তেওঁ বিচ্ছেদৰ কথা জনাইছে। উল্লেখ্য যে ২০২১ চনত পৰ্ণগ্ৰাফীৰ গোচৰত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰাজ কুন্দ্ৰাক। সেই সময়ত আৰ্থাৰ ৰোড কাৰাগাৰত প্ৰায় দুমাহ কটাইছিল ৰাজ কুন্দ্ৰাই। সেই কাহিনীকেই ছবিখনৰ জৰিয়তে তুলি ধৰিছে ৰাজ কুন্দ্ৰাই। সেই বিষয়টোক লৈয়েই সামাজিক মাধ্যমত এই পোষ্ট কৰিছে বুলি বহুসংখ্যক লোকেই চৰ্চা চলোৱাও পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ
বিশ্ব

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

June 10, 2026
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন
ক্ৰীড়া

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

June 10, 2026
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে
ভাৰত

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

June 10, 2026
প্ৰেমিকক নাপাই মোবাইল টাৱাৰ উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা
ভাৰত

প্ৰেমিকক নাপাই মোবাইল টাৱাৰ উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

June 10, 2026
Next Post
দুৰ্গাপূজাত ৩০ বছৰৰ পাছত বিৰল যোগ, মা দুৰ্গাৰ আশীৰ্বাদত জীৱনলৈ সুখ আহিব ৫ৰাশিৰ ব্যক্তিৰ

দুৰ্গাপূজাত ৩০ বছৰৰ পাছত বিৰল যোগ, মা দুৰ্গাৰ আশীৰ্বাদত জীৱনলৈ সুখ আহিব ৫ৰাশিৰ ব্যক্তিৰ

সপ্তমীতেই মহাকাশ অভিমুখে যাত্ৰা! গগণযানক লৈ ইছৰোৰ বৃহৎ ঘোষণা

সপ্তমীতেই মহাকাশ অভিমুখে যাত্ৰা! গগণযানক লৈ ইছৰোৰ বৃহৎ ঘোষণা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.