• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অভিনয় এৰি এইবাৰ কংগ্ৰেছ দলত যোগ দিলে অভিনেতা কাৰ্তিক আৰিয়ানে? ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই আৰম্ভ চৰ্চা

অভিনয় এৰি এইবাৰ কংগ্ৰেছ দলত যোগ দিলে অভিনেতা কাৰ্তিক আৰিয়ানে? ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই আৰম্ভ চৰ্চা

3 years ago
লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

17 minutes ago
ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

38 minutes ago
ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

1 hour ago
মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?

মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?

2 hours ago
হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ

হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ

2 hours ago
সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?

সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?

3 hours ago
মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল

মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল

3 hours ago
সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?

সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?

4 hours ago
পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ

পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ

4 hours ago
থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

5 hours ago
মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?

মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?

6 hours ago
ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

অভিনয় এৰি এইবাৰ কংগ্ৰেছ দলত যোগ দিলে অভিনেতা কাৰ্তিক আৰিয়ানে? ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই আৰম্ভ চৰ্চা

editor by editor
October 31, 2023
in চিনেমা, বিনোদন, ভাৰত, ৰাজনীতি
0
অভিনয় এৰি এইবাৰ কংগ্ৰেছ দলত যোগ দিলে অভিনেতা কাৰ্তিক আৰিয়ানে? ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই আৰম্ভ চৰ্চা
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সকলো এৰি কংগ্ৰেছ দললৈ বলীউডৰ জনপ্ৰিয় অভিনেতা কাৰ্তিক আৰিয়ান! অক্ষয় কুমাৰ, কংগনা ৰানাওটে বিজেপি দলৰ সমৰ্থনত মাত মাতি চিনেমা ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়তেই এইবাৰ আন এজন বলীউড অভিনেতাই কংগ্ৰেছ দলত যোগদান কৰাৰ কথাই চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত।

বলীউডৰ নতুন প্ৰজন্মৰ জনপ্ৰিয় অভিনেতাসকলৰ ভিতৰত কাৰ্তিক আৰিয়ান অন্যতম। ‘প্যাৰ কা পঞ্চনামা’ ছবিৰ মাধ্যমেৰে দৰ্শকৰ হৃদয়ত ঠাই লোৱা কাৰ্তিক আকৌ এবাৰ চৰ্চালৈ আহিছে। এইবাৰৰ চৰ্চা ছবিৰ বাবে নহয়। কাৰ্তিকৰ কথা চৰ্চালৈ আহিছে ৰাজনৈতিক দিশক লৈহে। কাৰ্তিকে ‘প্যাৰ কা পঞ্চনামা’ৰ ওপৰিও বলীউডৰ কেইবাখনো ছবিত অভিনয় কৰিছে। কোনোবাখন ছুপাৰহীট হৈছে, কোনোবাখন ফ্লপো হৈছে। কাৰ্তিকে অভিনয় কৰা ছবিৰ ভিতৰত আছে, লাভ আজকল, ফ্ৰেডি, লুকাছুপি, ভুল ভুলাইয়া-২, শেহজাদা. সত্যপ্ৰেম কি কথাকে ধৰি কেইবাখনো ছবিত অভিনয় কৰিছে।

https://x.com/RavinderKapur2/status/1718932638411702684?s=20

চিনেমাপ্ৰেমীৰ মাজত জনপ্ৰিয় হৈ পৰিলেও কেৰিয়াৰৰ নিৰিখত এইবাৰ ভাল সময় পাৰ হোৱা নাই কাৰ্তিকৰ। বছৰৰ আৰম্ভনিতেই বক্স অফিচত মুখ থেকেচা খাইছে কাৰ্তিক অভিনীত ‘শেহজাদা’ই। এই বছৰত মুক্তিপ্ৰাপ্ত কাৰ্তিক অভিনীত আনখন ছবিয়ে হেৰুৱা সন্মান ঘূৰাই দিছে কাৰ্তিকক। কেৰিয়াৰ ভাল চলি নথকাৰ বাবেই এইবাৰ পেছা সলনি কৰি ৰাজনীতিলৈ আহিবলৈ মন মেলিছে নেকি কাৰ্তিকে? সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে কাৰ্তিকৰ এটা ভিডিঅ’। তাতেই দেখা গৈছে, কাৰ্তিক আৰিয়ানে কংগ্ৰেছৰ সৈ প্ৰচাৰত নামিছে।

আগন্তুক ৭নৱেম্বৰত মধ্যপ্ৰদেশ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰত নামি কোনো ধৰণৰ ত্ৰুটি ৰখা নাই কংগ্ৰেছে। ময়দানত নামি ডিজিটেলীও প্ৰচাৰ আৰম্ভ কৰিছে কংগ্ৰেছে। কংগ্ৰেছৰ হৈ প্ৰচাৰ চলোৱা এটা ভিডিঅ ভাইৰেল হৈছে কাৰ্তিক আৰিয়ানৰো। কিন্তু এই ভিডিঅ’ৰ সত্যাসত্য কিমান? বলীউডৰ শেহজাদাই সঁচাকৈয়ে কংগ্ৰেছৰ হৈ প্ৰচাৰত নামিছে নেকি? এটা জনপ্ৰিয় বিজ্ঞাপনৰ ভিডিঅ’ত কংগ্ৰেছৰ লগ’ লগাই সামাজিক মাধ্যমত ভাইৰেল কৰিছে একাংশই।

https://x.com/TheAaryanKartik/status/1719060294797070471?s=20

আইচিচি বিশ্বকাপৰ বাবে এটা অটিটি প্লেটফৰ্মৰ হৈ বিজ্ঞাপনত অভিনয় কৰিছিল কাৰ্তিক আৰিয়ানে। সেই ভিডিঅ’ৰেই এটা অংশ কাটি তাত নিজৰ বিজ্ঞাপন লগাই প্ৰচাৰ কৰিছে সামাজিকমাধ্যমত। ভিডিঅ’ ৰি-পোষ্ট কৰিছে কংগ্ৰেছৰ সমৰ্থনকাৰীয়েও। ভিডিঅ’ শ্বেয়াৰ কৰি কংগ্ৰেছ সমৰ্থকগৰাকীয়ে লিখিছে, ‘অৱশেষত বলীউড কংগ্ৰেছৰ ওচৰত। মধ্যপ্ৰদেশ নিৰ্বাচনত কংগ্ৰেছৰ মুখ বলীউডৰ হাৰ্টথ্ৰৱ কাৰ্তিক আৰিয়ান।’ যদিও এই ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত মুখ খুলিবলৈ বাধ্য হৈছে কাৰ্তিক আৰিয়ানেও। অটিটি প্লেটফৰ্মৰ হৈ কৰা প্ৰকৃত বিজ্ঞাপন শ্বেয়াৰ কৰিছে কাৰ্তিকে। সেই ভিডিঅ’ শ্বেয়াৰ কৰি কেপশ্ব্যনত কাৰ্তিকে লিখিছে, ‘এয়াহে প্ৰকৃত বিজ্ঞাপন। বাকীসকলোবোৰ ভুৱা।’ নেটিজেনৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰা এই ভিডিঅ’ সামাজিকমাধ্যমৰ পৰা ডিলিট কৰিবলৈকো আহ্বান জনাইছে অভিনেতা কাৰ্তিক আৰিয়ানে। আগন্তুক ৭ আৰু ১৭ নৱেম্বৰত দুই দফীয়া নিৰ্বাচন অনুষ্ঠিত হ’ব মধ্যপ্ৰদেশত। এই নিৰ্বাচনৰ প্ৰচাৰতেই কংগ্ৰেছ সমৰ্থকে এই ভিডিঅ’ শ্বেয়াৰ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamBollywoodCongress
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?
অপৰাধ

ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

May 5, 2026
ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?
অসম

ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

May 5, 2026
সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?
জীৱনশৈলী

সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?

May 5, 2026
মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল
জীৱনশৈলী

মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল

May 5, 2026
Next Post
ৰাজস্থানৰ কোটিপতি বিধায়কৰ সংখ্যা ১৫৭ জন, কিমানগৰাকী বিধায়কৰ বিৰুদ্ধে ফৌজাদাৰী গোচৰ আছে জানেনে?

ৰাজস্থানৰ কোটিপতি বিধায়কৰ সংখ্যা ১৫৭ জন, কিমানগৰাকী বিধায়কৰ বিৰুদ্ধে ফৌজাদাৰী গোচৰ আছে জানেনে?

১০৩ টকাকৈ আকৌ বাঢ়িল চিলিণ্ডাৰৰ দাম! কোন চহৰত কিমান দামত ক্ৰয় কৰিব পাৰিব বাণিজ্যিক চিলিণ্ডাৰ?

১০৩ টকাকৈ আকৌ বাঢ়িল চিলিণ্ডাৰৰ দাম! কোন চহৰত কিমান দামত ক্ৰয় কৰিব পাৰিব বাণিজ্যিক চিলিণ্ডাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.