• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
একেলগেই স্থান সলনি কৰিছে ৰাহু আৰু কেতুৱে! ৯৬ঘণ্টাৰ পাছৰে পৰা ভাগ্য উদয় ৩ৰাশিৰ জাতকৰ

একেলগেই স্থান সলনি কৰিছে ৰাহু আৰু কেতুৱে! ৯৬ঘণ্টাৰ পাছৰে পৰা ভাগ্য উদয় ৩ৰাশিৰ জাতকৰ

3 years ago
ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

38 minutes ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

1 hour ago
ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

3 hours ago
সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

3 hours ago
ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

4 hours ago
পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

5 hours ago
২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

6 hours ago
জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

7 hours ago
বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

8 hours ago
বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?

বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?

9 hours ago
8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ বৃহৎ পৰিৱৰ্তন, আহিছে নতুন আপডেট

21 hours ago
চুম্বনৰ সময়ত বুকুত কষ্ট পাইছিল ৰেখাই! বলীউডৰ বহু কহিনীয়ে আপোনাক কৰিব আচৰিত

চুম্বনৰ সময়ত বুকুত কষ্ট পাইছিল ৰেখাই! বলীউডৰ বহু কহিনীয়ে আপোনাক কৰিব আচৰিত

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

একেলগেই স্থান সলনি কৰিছে ৰাহু আৰু কেতুৱে! ৯৬ঘণ্টাৰ পাছৰে পৰা ভাগ্য উদয় ৩ৰাশিৰ জাতকৰ

editor by editor
November 1, 2023
in জীৱনশৈলী
0
একেলগেই স্থান সলনি কৰিছে ৰাহু আৰু কেতুৱে! ৯৬ঘণ্টাৰ পাছৰে পৰা ভাগ্য উদয় ৩ৰাশিৰ জাতকৰ
0
SHARES
32.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বৈদিক জ্যোতিষ ৰাহু আৰু কেতুক ছায়া গ্ৰহ বুলি কোৱা হয়। এই দুই গ্ৰহক অশুভ আৰু নিৰ্মম গ্ৰহ বুলি কোৱা হয়। কেতিয়াবা কেতিয়াবা ৰাহু আৰু কেতুৰ প্ৰভাৱত জাতকসকলে শুভ ফল লাভ কৰিব। ৰাহু আৰু কেতু সকলো সময়ত বক্ৰীপথত গমন কৰিলে প্ৰতি ডেৰ বছৰে অৰ্থাৎ ১৮মাহৰ মূৰত নিজৰ স্থান পৰিবৰ্তন কৰে। ৩০ অক্টোবৰত নিজৰ অৱস্থান সলনি কৰিব ৰাহু আৰু কেতুৱে। মেষ ৰাশি ত্যাগ কৰি মীন ৰাশিত প্ৰৱেশ কৰিছে ৰাহু আৰু কেতুৱে। তুলা ৰাশি এৰি কন্যা ৰাশিত গোচৰ কৰিব কেতুৱে। এই পৰিস্থিতিত ৰাহু কেতুৰ গোচৰৰ শুভ আৰু অশুভ প্রভাৱ পৰিব সকলো ৰাশিৰ জাতকৰ ওপৰত। ৰাহু আৰু কেতুৰ গোচৰৰ শুভ ফল কোন কোন ৰাশিৰ জাতকৰ ওপৰত পৰিছে?

মেষ ৰাশি
ৰাহু আৰু কেতুৰ গোচৰৰ শুভ ফল পৰিব মেষ ৰাশিৰ জাতকৰ ওপৰত। বৰ্তমান মেষ ৰাশিত অৱস্থান কৰিছে ৰাহুৱে। ৩০ অক্টোবৰত মেষ ৰাশি এৰি মীন ৰাশিত গোচৰ কৰিছে এই গ্ৰহই। ইয়াৰ ফলত ৰাহুৰ অশুভ প্ৰভাৱৰ পৰা মুক্তি লাভ কৰিছে মেষ ৰাশিৰ জাতকে। স্বাস্থ্যৰ উন্নতি। পুৰণা সকলো সমস্যা দূৰ হ’ব। মেষ ৰাশিৰ জাতকৰ জীৱনত এই সময়ত আৰাম আৰু বিলাসিতা বাঢ়িব। সমাজত মান সন্মানো বৃদ্ধি পাব এই ৰাশিৰ জাতকৰ।

বৃষ ৰাশি
ৰাহু আৰু কেতুৰ ৰাশি পৰিবৰ্তনৰ শুভ ফল লাভ কৰিব বৃষ ৰাশিৰ জাতকে। এই সময়ত প্ৰতি পদতে সফলতা লাভ কৰিব এই ৰাশিৰ জাতকে। ৩০ অক্টোবৰৰ পৰা আগন্তু ডেৰ বছৰৰ মাজে মাজে বেছ কিছু অতিৰিক্ত অৰ্থ লাভ কৰিব আপুনি। ইয়াৰ ফলত আৰ্থিক পৰিস্থিতিৰ উন্নতি হ’ব বৃষ ৰাশিৰ জাতকৰ। বেংক বেলেন্স বাঢ়িব আৰু বিদেশৰ পৰাও অৰ্থলাভ কৰিব পাৰে এই ৰাশিৰ জাতকে। বিনিয়োগ আপোনাৰ বাবে লাভজনক হ’ব। উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব। কেৰিয়াৰত পদ আৰু সন্মান বাঢ়িব।

কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতকৰ বাবে শুভ হ’ব ৰাহু কেতুৰ ৰাশি পৰিবৰ্তন। এই সময়ত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। ইয়াৰ ফলত সকলো কাম সহজে সম্পন্ন কৰিব পাৰিব। উন্নতিৰ নতুন ৰাস্তা খুলিব কৰ্কট ৰাশিৰ জাতকৰ। হেৰুওৱা ধন উভতাই পাব। ৰাহু আৰু কেতুৰ প্ৰভাৱত আগন্তুক ডেৰ বছৰত কেৰিয়াৰ আৰু আৰ্থিক অৱস্থাৰ উন্নতি হ’ব কৰ্কট ৰাশিৰ জাতকৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কি ভিটামিনৰ অভাৱত দাঁতত পোকে গাঁত কৰে? যন্ত্ৰণাৰ পৰা কিদৰে উপশম পাব জানক
জীৱনশৈলী

কি ভিটামিনৰ অভাৱত দাঁতত পোকে গাঁত কৰে? যন্ত্ৰণাৰ পৰা কিদৰে উপশম পাব জানক

June 15, 2026
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!
জীৱনশৈলী

দুই ফুটা নহৰুৱে কৰিব চমৎকাৰ, সলনি কৰিব আপোনাৰ জীৱন!

June 15, 2026
মাইগ্ৰেণে অশান্তি কৰিছে নেকি? ঘৰুৱা পদ্ধতিৰে পাওক উপশম
জীৱনশৈলী

মাইগ্ৰেণে অশান্তি কৰিছে নেকি? ঘৰুৱা পদ্ধতিৰে পাওক উপশম

June 15, 2026
আপুনি খঙাল নে ৰোমান্টিক? আপোনাৰ নাকে উদঙাব আপোনাৰ চৰিত্ৰ!
জীৱনশৈলী

আপুনি খঙাল নে ৰোমান্টিক? আপোনাৰ নাকে উদঙাব আপোনাৰ চৰিত্ৰ!

June 15, 2026
Next Post
সন্মানৰ কথাও আছে! নিজৰ আসন ৰক্ষা কৰিবনে, ইজৰাইলৰ যুদ্ধ বন্ধ কৰিবলৈ নিৰ্দেশ দিব?

সন্মানৰ কথাও আছে! নিজৰ আসন ৰক্ষা কৰিবনে, ইজৰাইলৰ যুদ্ধ বন্ধ কৰিবলৈ নিৰ্দেশ দিব?

ডায়েট মেণ্টেন নকৰে ঐশ্বৰ্যই! বাৰ্থডে গাৰ্ল ঐশ্বৰ্যৰ এই ৫ অজানা তথ্য জানি থওক

ডায়েট মেণ্টেন নকৰে ঐশ্বৰ্যই! বাৰ্থডে গাৰ্ল ঐশ্বৰ্যৰ এই ৫ অজানা তথ্য জানি থওক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.