• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ৭বিধ সামগ্ৰী আপোনাৰ সপোনলৈ বাৰে বাৰে আহে? এই ৭সপোনতেই বুজিব আপুনি পূৰ্বজন্মত কি আছিল?

এই ৭বিধ সামগ্ৰী আপোনাৰ সপোনলৈ বাৰে বাৰে আহে? এই ৭সপোনতেই বুজিব আপুনি পূৰ্বজন্মত কি আছিল?

2 years ago
১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

51 minutes ago
বছৰত ৮০,০০০ টকা জমা কৰি পাব পাৰে ২২লাখ টকা! জানি থওক কি এই স্কিম?

বছৰত ৮০,০০০ টকা জমা কৰি পাব পাৰে ২২লাখ টকা! জানি থওক কি এই স্কিম?

58 minutes ago
১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪ মে’ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪ মে’ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

1 hour ago
কলনত কিমান সময় মল জমা থাকিলে কোষ্ঠকাঠিন্য হ’ব পাৰে? কেতিয়া বাঢ়ে কলনৰ কৰ্কটৰ আশংকা?

কলনত কিমান সময় মল জমা থাকিলে কোষ্ঠকাঠিন্য হ’ব পাৰে? কেতিয়া বাঢ়ে কলনৰ কৰ্কটৰ আশংকা?

2 hours ago
ভাৰতীয় ৰে’লবিভাগে বিশেষভাৱে সক্ষম লোকৰ বাবে আনিছে নতুন নিয়ম, কি কি লাভলাভ পাব তেওঁলোকে?

ভাৰতীয় ৰে’লবিভাগে বিশেষভাৱে সক্ষম লোকৰ বাবে আনিছে নতুন নিয়ম, কি কি লাভলাভ পাব তেওঁলোকে?

17 hours ago
ভাগ্যৰ চকা ঘূৰিব ৪০ বছৰৰ পাছতহে! এই ৩ মূল্যাংকৰ জাতক ৪০ৰ পাছতহে কোটিপতি হয়

ভাগ্যৰ চকা ঘূৰিব ৪০ বছৰৰ পাছতহে! এই ৩ মূল্যাংকৰ জাতক ৪০ৰ পাছতহে কোটিপতি হয়

17 hours ago
বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

18 hours ago
এটা দুটা নহয় ৩০টাকৈ শিশুৰ জীৱন ৰক্ষা কৰিলে এটা পথৰ কুকুৰে, শিশুকেইটিৰ জীৱন ৰক্ষাৰ বাবে প্ৰাণ দিয়া এটা বিশেষ কুকুৰক লৈ দেশজুৰি চৰ্চা, ক’ত এই ঘটনা?

এটা দুটা নহয় ৩০টাকৈ শিশুৰ জীৱন ৰক্ষা কৰিলে এটা পথৰ কুকুৰে, শিশুকেইটিৰ জীৱন ৰক্ষাৰ বাবে প্ৰাণ দিয়া এটা বিশেষ কুকুৰক লৈ দেশজুৰি চৰ্চা, ক’ত এই ঘটনা?

18 hours ago
ক্ৰান্তিবৃত্ত পৰিবৰ্তন কৰিব বুধে, বাঢ়িব সম্পদ, ব্যৱসায়তো আকাশলংঘী সাফল্য পাব এই ৪ৰাশিয়ে

ক্ৰান্তিবৃত্ত পৰিবৰ্তন কৰিব বুধে, বাঢ়িব সম্পদ, ব্যৱসায়তো আকাশলংঘী সাফল্য পাব এই ৪ৰাশিয়ে

19 hours ago
মোটা অংকৰ দৰমহা, আছিল নিশ্চিত কেৰিয়াৰ! চাকৰি এৰি কিয় বলীউডলৈ আহিল, বিকি, জন, তাপসীৰ দৰে এইসকল অভিনেতা?

মোটা অংকৰ দৰমহা, আছিল নিশ্চিত কেৰিয়াৰ! চাকৰি এৰি কিয় বলীউডলৈ আহিল, বিকি, জন, তাপসীৰ দৰে এইসকল অভিনেতা?

19 hours ago
বিনোদন জগতলৈ আকৌ দুঃসংবাদ! ৩০ বছৰ বয়সতে পৃথিৱীৰ পৰা বিদায় ল’লে জনপ্ৰিয় অভিনেত্ৰী দিব্যাংকাই

বিনোদন জগতলৈ আকৌ দুঃসংবাদ! ৩০ বছৰ বয়সতে পৃথিৱীৰ পৰা বিদায় ল’লে জনপ্ৰিয় অভিনেত্ৰী দিব্যাংকাই

19 hours ago
কেৰিয়াৰত লাভৰ যোগ, মে মাহৰ সকলোতকৈ ভাগ্যবান ৫ৰাশি কি কি?

কেৰিয়াৰত লাভৰ যোগ, মে মাহৰ সকলোতকৈ ভাগ্যবান ৫ৰাশি কি কি?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই ৭বিধ সামগ্ৰী আপোনাৰ সপোনলৈ বাৰে বাৰে আহে? এই ৭সপোনতেই বুজিব আপুনি পূৰ্বজন্মত কি আছিল?

editor by editor
November 27, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
এই ৭বিধ সামগ্ৰী আপোনাৰ সপোনলৈ বাৰে বাৰে আহে? এই ৭সপোনতেই বুজিব আপুনি পূৰ্বজন্মত কি আছিল?
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ টোপনিত আমি প্ৰায়েই সপোন দেখো। স্বপ্নশাস্ত্ৰত কোৱা হৈছে যে আমি যি সপোন দেখো সেইটোৰ সৈতে কোনো গাঢ় অৰ্থ নিহিত থাকে। কেনে সপোন দেখিলে কি কাৰণ হ’ব পাৰে তাৰো বাখ্যা স্বপ্নশাস্ত্ৰত আছে। আমাৰ মাজৰ বহুতেই সপোনত বিভিন্ন সামগ্ৰী দেখো। বহুতৰেই সপোনত এনে কিছু কথা আহে যি সঁচায়ে চমকপ্ৰদ। আনকি সপোনত বহুতে পূৰ্বজন্মৰ কথাও দেখে। জানি থওক, পূৰ্বজন্মৰ কথাই মনত পৰা বুলি আপুনি কেনেকৈ বুজিব?

সপোনত যদি আপুনি হুবহু নিজকে দেখে কিন্তু অচিন স্থানত দেখে তেন্তে বুজিব আপোনাৰ পূৰ্বজন্মৰ কথা মনত পৰিছে। আপোনাৰ শৰীৰত যদি দাগ থাকে, বা কোনো দুৰ্ঘটনাৰ কাৰণে শৰীৰত ক্ষতচিহ্ন ৰৈ যায় আৰু সপোনত আপুনি ক্ষতচিহ্ন দেখা পায় তেন্তে পূৰ্বজন্মৰ কথা আপোনাৰ সপোনলৈ আহিছে। এই ধৰণৰ দাগ আপোনাৰ পূৰ্বজন্মতো আছিল।

সপোনত যদি নিজকে অন্যৰূপত দেখা পায় বা অন্যধৰণৰ আচৰণ দেখে তেন্তে এয়াও আপুনি পূৰ্বজন্মত যি আছিল তাৰেই প্ৰতিফলন।

আপুনি যদি সপোনত নিজকে কিবা কাম কৰি থকা দেখে তেন্তে বুজিব পূৰ্বজন্মত আপুনি সেই কামেই কৰিছিল।

সপোনত যদি আপুনি কোনো স্থানলৈ বাৰে বাৰে যোৱা দেখে, সেই স্থান আপুনি চিনিও নাপায় তেন্তে বুজিব আপুনি পূৰ্বজন্মত সেই স্থানতেই বাস কৰিছিল বা সেই স্থানৰ সৈতে আপোনাৰ নিবিড় সম্পৰ্ক আছিল।

আপুনি যদি নিজৰ পৰিচিত লোকক সপোনত দেখে তেন্তে সেয়া সাধাৰণ সপোন। যদি আপুনি এনে লোকক সপোনত দেখে যাক আপুনি চিনি নাপায় তেন্তে সেয়া আপোনাৰ পূৰ্বজন্মৰ স্মৃতি। এই মানুহবোৰক আপুনি পূৰ্বজন্মত লগ পাইছিল।

পূৰ্বে আপুনি কেতিয়াও সেই স্থানলৈ যোৱা নাই কিন্তু আপুনি সপোনত সেই স্থানত বিচৰণ কৰি থাকে তেন্তে সেয়াও পূৰ্বজন্মৰ সপোন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?
জীৱনশৈলী

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

April 23, 2026
বছৰত ৮০,০০০ টকা জমা কৰি পাব পাৰে ২২লাখ টকা! জানি থওক কি এই স্কিম?
জীৱনশৈলী

বছৰত ৮০,০০০ টকা জমা কৰি পাব পাৰে ২২লাখ টকা! জানি থওক কি এই স্কিম?

April 23, 2026
১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪ মে’ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত
বিবিধ

১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪ মে’ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

April 23, 2026
কলনত কিমান সময় মল জমা থাকিলে কোষ্ঠকাঠিন্য হ’ব পাৰে? কেতিয়া বাঢ়ে কলনৰ কৰ্কটৰ আশংকা?
জীৱনশৈলী

কলনত কিমান সময় মল জমা থাকিলে কোষ্ঠকাঠিন্য হ’ব পাৰে? কেতিয়া বাঢ়ে কলনৰ কৰ্কটৰ আশংকা?

April 23, 2026
Next Post
২০১৩-১৮ বৰ্ষত কাৰ দখলত আছিল ৫ ৰাজ্য? ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনে কাৰ বাবে আনিব ভাল খবৰ?

২০১৩-১৮ বৰ্ষত কাৰ দখলত আছিল ৫ ৰাজ্য? ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনে কাৰ বাবে আনিব ভাল খবৰ?

নাথুৰাম গডছেৰ অন্তিম ভাষণত তেওঁ কি কৈছিল জানেনে? ৬০ বছৰৰ পাছত পোহৰলৈ আহিল সেই নিষিদ্ধ ভাষণ

নাথুৰাম গডছেৰ অন্তিম ভাষণত তেওঁ কি কৈছিল জানেনে? ৬০ বছৰৰ পাছত পোহৰলৈ আহিল সেই নিষিদ্ধ ভাষণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.