• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাথুৰাম গডছেৰ অন্তিম ভাষণত তেওঁ কি কৈছিল জানেনে? ৬০ বছৰৰ পাছত পোহৰলৈ আহিল সেই নিষিদ্ধ ভাষণ

নাথুৰাম গডছেৰ অন্তিম ভাষণত তেওঁ কি কৈছিল জানেনে? ৬০ বছৰৰ পাছত পোহৰলৈ আহিল সেই নিষিদ্ধ ভাষণ

2 years ago
বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক

বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক

60 minutes ago
জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!

জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!

2 hours ago
ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

2 hours ago
পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

15 hours ago
দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

15 hours ago
গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

16 hours ago
সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

16 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

16 hours ago
টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?

টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?

17 hours ago
Image credit- AI

মহে কামুৰি ভাল পায় বিয়েৰ সেৱন কৰা লোকক! গৱেষণাত পোহৰলৈ আহিছে ডাঙৰ সত্য

18 hours ago
মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

18 hours ago
চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ

চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নাথুৰাম গডছেৰ অন্তিম ভাষণত তেওঁ কি কৈছিল জানেনে? ৬০ বছৰৰ পাছত পোহৰলৈ আহিল সেই নিষিদ্ধ ভাষণ

editor by editor
November 27, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
নাথুৰাম গডছেৰ অন্তিম ভাষণত তেওঁ কি কৈছিল জানেনে? ৬০ বছৰৰ পাছত পোহৰলৈ আহিল সেই নিষিদ্ধ ভাষণ
0
SHARES
92k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ উচ্চতম ন্যায়ালয়ৰ অনুমতিৰ পাছতেই এই লেখা প্ৰকাশ হৈছে। ৪০ বছৰলৈকে ভাৰতত প্ৰকাশ হ’ব নিদিয়া নাথুৰাম গডছেৰ অন্তিম ভাষণত কি আছিল? অন্তিম ভাষণতেই স্পষ্টৰূপত নাথুৰাম গডছে কৈ গৈছে, কিয় তেওঁ মহাত্মা গান্ধীক হত্যা কৰিলে? ভাৰতত বিগত ৬০ বছৰ ধৰি নিষিদ্ধ হৈ থকা ভাষণত কি আছিল?

৩০ জানুৱাৰী ১৯৪৮ চনত নাথুৰাম গডছে মহাত্মা গান্ধীক গুলীয়াই হত্যা কৰিছিল। নাথুৰাম গডছে গান্ধীক হত্যা কৰি ঘটনাস্থলীৰ পৰা পলায়ন নকৰি আত্মসমৰ্পন কৰে। নাথুৰাম গডছেকে ধৰি ১৭ জন অভিযুক্তক গান্ধীজীৰ হত্যাৰ বিচাৰৰ নামত কাঠগৰাত তোলা হৈছিল। এই গোচৰৰ শুনানিৰ সময়ত ন্যায়াধীশ খোচলাই নাথুৰাম গডছেক তেওঁৰ বক্তব্য ৰাইজৰ সন্মুখত পঢ়ি শুনোৱাবলৈ অনুমতি বিচাৰিছিল। ন্যায়াধীশে তেওঁক তেওঁৰ বক্তব্য শুনোৱাবলৈ অনুমতি দিয়ে। কিন্তু এই অনুমতি কেৱল আদালতৰ চৌহদতেই সীমাবদ্ধ থাকিব। অইন কোনোৱে এই বক্তব্য শুনাৰ সুযোগ নাপাব সেই কথাও জনাই দিয়ে। আদালতে এই শুনানি দিয়াৰ কাৰণ আছিল সেই সময়ত শাসিত চৰকাৰে নাথুৰাম গডছেৰ বক্তব্য দেশত নিষিদ্ধ কৰিছিল।

কিন্তু তেওঁৰ ভাষণ সাধাৰণ জনতাইয়ো শুনিব লাগে। অপৰাধীয়ে অপৰাধ স্বীকাৰ কৰি তাৰ বাবে শাস্তিও পালে তেন্তে তেওঁৰ শেষৰ বক্তব্য ঢাকি ৰখাৰ কাৰণ কি? এই বিষয়টোক লৈ বিগত ৬০ বছৰ ধৰি আইনী যুঁজ চলাই নাথুৰাম গডছেৰ ভাতৃ তথা সহ অভিযুক্ত গোপাল গডছেই। অৱশেষত আইনী যুঁজত জয়ী হৈছে গোপাল গডছে। গোপাল গডছেৰ এই বিজয়ৰ পাছতেই তেওঁৰ অন্তিমটো ভাষণৰ প্ৰচাৰ হৈছে।

গডছে কৈছিল, ‘মই গান্ধীক কিয় হত্যা কৰিলো ইয়াৰ সপক্ষে মোৰ ১৫০টা যুক্তি আছে।

মোৰ প্ৰথম মত, গান্ধীজীৰ অহিংসাই হিন্দুসকলক কাপুৰুষ কৰি তুলিব। গণেশ শংকৰ বিদ্যাৰ্থীক কানপুৰত মুছলমানসকলে নিৰ্মমভাৱে হত্যা কৰোতে মহাত্মা গান্ধীয়ে গণেশ শংকৰ বিদ্যাৰ্থীৰ হৈ মাত নামাতিলে। অহিংসাৰ পথ অনুসৰণ কৰি তেওঁ হিন্দুৰ বলিদান দিলে। এনেকৈ গান্ধীজীৰ অহিংসাৰ নীতিয়ে হিন্দুসকলক দুৰ্বল কৰি তুলিব আৰু তেওঁলোকে কেতিয়াও তেওঁলোকৰ অধিকাৰ লাভ কৰিব নোৱাৰিব।

১৯১৯ চনত অমৃতসৰত জালিয়ানৱালাবাগৰ ঘটনাৰ পাছত দেশৰ জনতা ব্ৰিটিছৰ বিৰুদ্ধে খঙত ফাঁটিছিল। ভাৰতীয়ই এই গণহত্যাৰ বাবে জেনেৰেল ডায়াৰৰ বিৰুদ্ধে মোকৰ্দমা চলাবলৈ গান্ধীজীৰ ওচৰলৈ গৈছিল কিন্তু গান্ধীজীয়ে ভাৰতীয়ক এই অনুৰোধক সমৰ্থন নজনাই বৰং সহায় কৰিব নোৱাৰো বুলিয়েই জনাইছিল।

মহাত্মা গান্ধীয়ে খিলাফত আন্দোলনক সমৰ্থন কৰি ভাৰতীয় ৰাজনীতিক বিষাক্ত কৰি তুলিছিল। মহাত্মা গান্ধীয়ে নিজকে মুছলমানসকলৰ সমৰ্থক হিচাপে উপস্থাপন কৰিছিল। তেওঁ আনকি কেৰালাৰ মোপলা মুছলমানসকলৰ দ্বাৰা ১৫০০ তকৈও অধিক হিন্দুক হত্যা কৰি ২০০০ তকৈও অধিক হিন্দুক ইছলামলৈ ধৰ্মান্তৰিত কৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব নোৱাৰিলে।

কংগ্ৰেছৰ ত্ৰিপুৰা অধিৱেশনত নেতাজী সুভাষ চন্দ্ৰ বসুৰ সংখ্যাগৰিষ্ঠতাৰে কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হৈছিল, কিন্তু গান্ধীজীয়ে তেওঁৰ প্ৰিয় সীতাৰামায়ক সমৰ্থন কৰিছিল। গান্ধীজীয়ে সুভাষ চন্দ্ৰ বসুক বলপূৰ্বক পদত্যাগ কৰিবলৈ বাধ্য কৰিছিল।

১৯৩১ চনৰ ২৩ মাৰ্চত ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুক ফাঁচী দিয়া হৈছিল। সমগ্ৰ দেশে মহাত্মা গান্ধীৰ ওচৰত এই সাহসী যুৱককেইজনৰ ফাঁচী বিৰুদ্ধে ব্ৰিটিছৰ ওচৰত অনুৰোধ ৰাখিবলৈ আহ্বান জনাইছিল কিন্তু গান্ধীজীয়ে দেশবাসীৰ এই যুক্তিসঙ্গত দাবী নাকচ কৰি ভগত সিঙে হিংসাত্মক পৰিস্থিতি সৃষ্টি কৰিছিল বুলিহে কয়।

গান্ধীজীয়ে কাশ্মীৰৰ হিন্দু ৰজা হৰি সিঙক কৈছিল যে, কাশ্মীৰ এখন মুছলমান অধ্যুষিত অঞ্চল। সেয়েহে তাত শাসক এজন মুছলমান হ’ব লাগে। ৰজা হৰি সিঙে শাসন ত্যাগ কৰি কাশীলৈ যাব লাগে আৰু ইয়াৰ প্ৰায়শ্চিত্ত কৰিব লাগে। যদিও গান্ধীজীয়ে হায়দৰাবাদৰ নিজামৰ শাসনক সমৰ্থন কৰিছিল তেতিয়া হায়দৰাবাদ এটা হিন্দু অধ্যুষিত অঞ্চল আছিল। গান্ধীজীৰ নীতি ধৰ্মৰ সৈতে সলনি হৈছিল। তেওঁৰ মৃত্যুৰ পিছত, চৰ্দাৰ পেটেলে শক্তিশালী শক্তিৰ সহায়ত হায়দৰাবাদক ভাৰতৰ সৈতে একত্ৰিত কৰিবলৈ কাম কৰিছিল। গান্ধীজীৰ থাকিলে এইটো কৰা সম্ভৱ নহ’লহেঁতেন।

পাকিস্তানৰ ভয়ংকৰ ঘটনাৰ বলি হৈ প্ৰাণ ৰক্ষা কৰিবলৈ কোনোমতে ভাৰতলৈ অহা স্থানাচ্যুত হিন্দুসকলে দিল্লীৰ খালী মছজিদসমূহত অস্থায়ীভাৱে আশ্ৰয় লৈছিল। মুছলমানসকলে মছজিদত বাস কৰা হিন্দুসকলৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। কিন্তু তেতিয়াও গান্ধীজীয়ে নিৰব ভূমিকাই অৱলম্বন কৰে।

মহাত্মা গান্ধীয়ে দিল্লীৰ মন্দিৰত তেওঁৰ প্ৰাৰ্থনা সভাৰ সময়ত নামাজ আগবঢ়াইছিল, যাৰ বিৰোধিতা কৰিছিল মন্দিৰৰ পুৰোহিতকে ধৰি সকলো হিন্দুয়ে, কিন্তু গান্ধীজীয়ে এই বিৰোধীতাক উপেক্ষা কৰিছিল। যদি মন্দিৰত মহাত্মা গান্ধীয়ে নামাজ পঢ়িব পাৰে তেন্তে কোনো মছজিদলৈ গৈ কিয় তেওঁ গীতা পাঠ কৰিব নোৱাৰিলে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক
বিনোদন

বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক

May 17, 2026
জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!
জীৱনশৈলী

জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!

May 17, 2026
ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত
জীৱনশৈলী

ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

May 17, 2026
পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!
জীৱনশৈলী

পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

May 16, 2026
Next Post
সোণ

৯৯ টকাৰ পৰা ৬০ হাজাৰলৈ… চকু কপালত উঠা সোণৰ দামৰ পাৰ্থক্য

অনুষ্কা

মৃত্যুৰ পূৰ্বে ৰাহুললৈ কি মেছেজ দিছিল অনুষ্কাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.