• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অনুষ্কা

মৃত্যুৰ পূৰ্বে ৰাহুললৈ কি মেছেজ দিছিল অনুষ্কাই?

3 years ago
টকাৰ লোভত ললিত মোদীৰ সৈতে বিচ্ছেদ সুস্মিতাৰ! মুখ খুলিছে IPLৰ প্ৰতিষ্ঠাপক ললিত মোদী

টকাৰ লোভত ললিত মোদীৰ সৈতে বিচ্ছেদ সুস্মিতাৰ! মুখ খুলিছে IPLৰ প্ৰতিষ্ঠাপক ললিত মোদী

35 minutes ago
সম্পৰ্কত আহিব বিভেদ, যদি সংগীক জনাই এইবোৰ কথা!

সম্পৰ্কত আহিব বিভেদ, যদি সংগীক জনাই এইবোৰ কথা!

1 hour ago
ফেটি লিভাৰ কেতিয়া বিপদজনক হৈ পৰে? ইয়াৰ লক্ষণ, কাৰণ জানি লওক

গোপনে ফেটি লিভাৰত আক্ৰান্ত হৈছে নেকি? ভুলতো আওকাণ নকৰিব এইবোৰ লক্ষণ

2 hours ago
দেশত কিয় হ্ৰাস পাইছে শিশু জন্মৰ হাৰ? তথ্য জানি হ’ব আচৰিত

দেশত কিয় হ্ৰাস পাইছে শিশু জন্মৰ হাৰ? তথ্য জানি হ’ব আচৰিত

3 hours ago
ভুলতো কেঁচাই নাখাব এইবোৰ পাচলি, ক্ষতি কৰিব শৰীৰৰ!

ভুলতো কেঁচাই নাখাব এইবোৰ পাচলি, ক্ষতি কৰিব শৰীৰৰ!

4 hours ago
বৈভৱ সূৰ্যবংশীৰ সন্মুখত ভিন্ন কোম্পানীৰ শাৰী, এখন চুক্তিৰ বাবদ ১ কোটি টকা উপাৰ্জন

বৈভৱ সূৰ্যবংশীৰ সন্মুখত ভিন্ন কোম্পানীৰ শাৰী, এখন চুক্তিৰ বাবদ ১ কোটি টকা উপাৰ্জন

4 hours ago
বৃহস্পতিৰ কৃপাত মালামাল হ’ব ৫ ৰাশি, হাতলৈ আহিব ধন!

বৃহস্পতিৰ কৃপাত মালামাল হ’ব ৫ ৰাশি, হাতলৈ আহিব ধন!

5 hours ago
কাঁহীৰ পৰিৱৰ্তে কেৰাহীতে খাদ্য খোৱাৰ অভ্যাস? দুৰ্ভিক্ষই দেখা দিব আপোনাক!

কাঁহীৰ পৰিৱৰ্তে কেৰাহীতে খাদ্য খোৱাৰ অভ্যাস? দুৰ্ভিক্ষই দেখা দিব আপোনাক!

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

6 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

7 hours ago
৬৩০টা উইকেট, ৬১৭৬ ৰানৰ ৰেকৰ্ড, টিম ইণ্ডিয়াৰ নতুন স্পিন বোলিং কোচ ছাইৰাজ, ক’ত কিয় বিখ্যাত ছাইৰাজ?

৬৩০টা উইকেট, ৬১৭৬ ৰানৰ ৰেকৰ্ড, টিম ইণ্ডিয়াৰ নতুন স্পিন বোলিং কোচ ছাইৰাজ, ক’ত কিয় বিখ্যাত ছাইৰাজ?

16 hours ago
ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ

ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মৃত্যুৰ পূৰ্বে ৰাহুললৈ কি মেছেজ দিছিল অনুষ্কাই?

editor by editor
November 29, 2023
in অসম, গুৱাহাটী
0
অনুষ্কা
0
SHARES
165
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অনুষ্কা শইকীয়াৰ মৃত্যুৰ ঘটনাৰ নিতৌ ন ন তথ্য পোহৰলৈ আহিছে। মহানগৰীৰ হেঙেৰাবাৰীৰ ভাড়াঘৰত উদ্ধাৰ হৈছিল অনুষ্কা শইকীয়া নামৰ যুৱতীগৰাকীৰ মৃতদেহ। ইয়াৰ পাছতে আৰক্ষীৰ তদন্তত পৰ্দাৰ বাহিৰলৈ আহে নানা ৰহস্য। অনুষ্কাৰ প্ৰেমিক ৰাহুল শইকীয়াক দিছপুৰ আৰক্ষীয়ে সোধা-পোছা কৰাৰ পাছত ঘটনাই লয় নতুন মোৰ।
মৃত্যুৰ পূৰ্বে অনুষ্কাই প্ৰেমিক ৰাহুলক মেছেজ দিয়াৰ কথা পোহৰলৈ আহিছে। অনুষ্কাই ৰাহুলক আত্মহত্যা কৰাৰ ভাবুকি দিয়া বুলিও প্ৰকাশ পাইছে আৰক্ষীৰ তদন্তত। অনুষ্কাৰ সেই সকলো মেছেজ আওকাণ কৰিছিল প্ৰেমিক ৰাহুল শইকীয়াই। লক্ষ্যণীয়ভাবে অনুষ্কাৰ মাতৃয়ে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী জনাই আহিছে। তেওঁৰ জীয়ৰীয়ে কোনোপধ্যে আত্মহত্যাৰ দৰে পথ বাচি ল’ব নোৱাৰে বুলিও অনুষ্কাৰ মাতৃয়ে ন দি কয় সংবাদ মাধ্যমৰ আগত। কিন্তু অনুষ্কাই ৰাহুললৈ মৃত্যুৰ পূৰ্বে মেছেজ দিয়া তথ্য উদঘাটনৰ পাছত পুনৰ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে সমগ্ৰ ঘটনা।
দেওবাৰে হেঙেৰাবাৰীৰ নামঘৰ পথৰ এটা ঘৰত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল অনুষ্কাৰ মৃতদেহ। গুৱাহাটীৰ এবিচিৰ এখন বিউটি পাৰ্লাৰত কাম কৰি জীৱন নিৰ্বাহ কৰা অনুষ্কাৰ আত্মহত্যাক সহজভাৱে ল’ব পৰা নাই তেওঁৰ পৰিয়াল তথা ওচৰ চুবুৰীয়াই। অনুষ্কাৰ মাতৃৰ স্পষ্ট অভিযোগ ঘৰটোৰ মালিক ৰমেশ ভৰালী আৰু কাম কৰা মহিলা এগৰাকীয়ে হত্যা কৰিছে তেওঁৰ জীয়ৰীক। এবছৰ পূৰ্বে নামঘৰ পথৰ ৰমেশ ভৰালীৰ ঘৰত ভাড়াতীয়া হিচাপে আহিছিল অনুষ্কা শৰ্মা নামৰ ধেমাজিৰ যুৱতীগৰাকী। অনুষ্কাৰ সৈতে জুনু বৰা নামৰ এগৰাকী মহিলাও পৰিচাৰিকা হিচাপে আছিল ভৰালীৰ ঘৰত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা
অসম

কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

June 2, 2026
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…
অসম

চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

June 2, 2026
এক্সন মুডত অসম আৰক্ষী! নলবাৰী কাণ্ডৰ মূল অভিযুক্ত ৰ’জ আলী এনকাউণ্টাৰত নিহত
অসম

এক্সন মুডত অসম আৰক্ষী! নলবাৰী কাণ্ডৰ মূল অভিযুক্ত ৰ’জ আলী এনকাউণ্টাৰত নিহত

June 1, 2026
নলবাৰীৰ ৰাজপথত দুই মিঞাই প্ৰাণ কাঢ়িলে আছু নেতাৰ, শীঘ্ৰে ন্যায় নাপালে প্ৰতিবাদৰ হুংকাৰ আছুৰ
অসম

নলবাৰীৰ ৰাজপথত দুই মিঞাই প্ৰাণ কাঢ়িলে আছু নেতাৰ, শীঘ্ৰে ন্যায় নাপালে প্ৰতিবাদৰ হুংকাৰ আছুৰ

June 1, 2026
Next Post
AIUDF

লোকসভা নিৰ্বাচনত ইণ্ডিয়া মিত্ৰজোঁটক সমৰ্থন কৰিব AIUDF -এ!

কোহলী

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধেও টি-২০, এদিনীয়া নেখেলে কোহলীয়ে!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.