• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

কি বাহনেৰে ধৰালৈ আগমণ কৰিব দেৱী দুৰ্গাই? জানক কি ভাল কি বেয়া

35 minutes ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

১ লাখ টকাৰ তললৈ নামিব নেকি সোণৰ মূল্য? গহনা কিনাৰ পূৰ্বে জানি লওক

17 seconds ago
অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ, আহিব নেকি মুকলি আকাশৰ তললৈ?

অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ, আহিব নেকি মুকলি আকাশৰ তললৈ?

58 minutes ago
নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী

নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী

3 hours ago
শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!

শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!

3 hours ago
পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ

পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ

4 hours ago
বৈভৱ সূৰ্যবংশীৰ বাবেই ফ্লপ হৈ আছে নেকি সঞ্জু ছেমছন?

বৈভৱ সূৰ্যবংশীৰ বাবেই ফ্লপ হৈ আছে নেকি সঞ্জু ছেমছন?

4 hours ago
‘গৌৰৱ গগৈৰ অহংকাৰে কাল হ’ল’ ‘কংগ্ৰেছৰ কফিনত শেষৰটো গজাল মাৰিলে’

‘গৌৰৱ গগৈৰ অহংকাৰে কাল হ’ল’ ‘কংগ্ৰেছৰ কফিনত শেষৰটো গজাল মাৰিলে’

4 hours ago
পুৱা খালী পেটত গা ধোৱাটো উপকাৰী নে অপকাৰী?

পুৱা খালী পেটত গা ধোৱাটো উপকাৰী নে অপকাৰী?

5 hours ago
৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম

৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম

6 hours ago
পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ

পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ

7 hours ago
দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

8 hours ago
দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কি বাহনেৰে ধৰালৈ আগমণ কৰিব দেৱী দুৰ্গাই? জানক কি ভাল কি বেয়া

সমাগত দুৰ্গা পূজা, শাৰদী ৰাণীক আদৰিবলৈ সাজু সকলো...

editor by editor
October 9, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!
0
SHARES
53
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব শাৰদীয় নৱৰাত্ৰি । নৱৰাত্ৰিৰ সময়ত দুৰ্গা দেৱীৰ বিভিন্ন ৰূপৰ পূজা কৰা হয়। বিশ্বাস কৰা হয় যে এই ন দিনত দেৱী দুৰ্গা বিভিন্ন ৰূপত পৃথিৱীত বাস কৰে। এই ন দিনৰ ভিতৰত সঁচা হৃদয় আৰু সম্পূৰ্ণ ভক্তিৰে দেৱী দুৰ্গাক পূজা কৰা ভক্তসকলে সকলো কামনা পূৰণৰ নিশ্চয়তা লাভ কৰে। দেৱী দুৰ্গাক পূজা কৰিলে পৰিয়াললৈ সুখ আৰু সমৃদ্ধি লাভ কৰে। নৱৰাত্ৰিৰ আৰম্ভণি আৰু শেষত বিভিন্ন বাহনেৰে উপস্থিত হয় দেৱী দুৰ্গা। এইবাৰৰ নৱৰাত্ৰিত কি বাহন আহিব দেৱী দুৰ্গা জানো আহক।

এইবাৰ দেৱী দুৰ্গা ধৰালৈ আহিব ঘোঁৰাত আৰু গমণ কৰিব নাৱত। জ্যোতিষী পৰশমণিৰ মতে, ‘ঘোঁৰাত আহিলে ভূমিকম্প, কাজিয়া আদি হব পাৰে। কিন্তু যোৱাৰ সময়খিনি ভাল। এই সময়ত মা দুৰ্গাই নাৱত গ’লে শস্য বৃদ্ধি হ’ব পাৰে।’

ঘট স্থাপনৰ শুভ সময়

১১ অক্টোবৰ, ২০২৬ তাৰিখে ঘট স্থাপনৰ শুভ সময়, পুৱা ৬:১৯ বজাৰ পৰা ১০:১২ বজালৈ হ’ব। ইয়াৰ উপৰিও অভিজিত মুহুৰ্তা পুৱা ১১:৪৪ বজাৰ পৰা নিশা ১২:৩১ বজালৈ হ’ব।

শাৰদীয় নৱৰাত্ৰিৰ ২০২৬ কেলেণ্ডাৰ

  • ১১ অক্টোবৰ, ২০২৬ – নৱৰাত্ৰিৰ প্ৰথম দিন, মা শৈলপুত্ৰ পূজা আৰু ঘট স্থাপন
  • ১২ অক্টোবৰ, ২০২৬ – নৱৰাত্ৰিৰ দ্বিতীয় দিন, মা ব্ৰহ্মচাৰিনী পূজা
  • ১৩ অক্টোবৰ, ২০২৬ – নৱৰাত্ৰিৰ তৃতীয় দিন, মা চন্দ্ৰঘন্টা পূজা
  • ১৪ অক্টোবৰ, ২০২৬ – নৱৰাত্ৰিৰ চতুৰ্থ দিন, মা কুশমাণ্ডা পূজা
  • ১৫ অক্টোবৰ, ২০২৬ – নৱৰাত্ৰিৰ পঞ্চম দিন, মা স্কন্দমাতা পূজা
  • ১৬ অক্টোবৰ, ২০২৬ – নৱৰাত্ৰি, ষষ্ঠী পূজা আৰু দেৱী কাত্যায়নী পূজাৰ ষষ্ঠ দিন
  • ১৭ অক্টোবৰ, ২০২৬ – নৱৰাত্ৰিৰ সপ্তম দিন, সপ্তমী পূজা আৰু মা কলাৰাত্ৰি পূজা
  • ১৮ অক্টোবৰ, ২০২৬ – নৱৰাত্ৰিৰ অষ্টম দিন, অষ্টমী পূজা
  • ১৯ অক্টোবৰ, ২০২৬ – নৱৰাত্ৰিৰ নৱম দিন, নৱমী পূজা

নৱৰাত্ৰিৰ প্ৰথম দিনটোত পূজা বিধি

  • প্ৰথমে এটা পৰিষ্কাৰ মঞ্চত মাতৃ দেৱীৰ মূৰ্তি স্থাপন কৰক।
  • ইয়াৰ পিছত ৰীতি-নীতি অনুসৰি মা দেৱীক শোভা বঢ়াই ৰঙা গামোচা এখন আগবঢ়াই দিব।
  • দেৱীক ফুল আৰু সুগন্ধি আগবঢ়াওক। লগতে ফলমূল, মিঠাই, শুকান ফল, প্ৰসাধন সামগ্ৰীও আগবঢ়াব।
  • ইয়াৰ পিছত পানীৰে ভৰা পাত্ৰ এটা লগাই তাৰ ওপৰত নাৰিকল আৰু ৰঙা গামোচা এখন থৈ দিব।
  • কলহ স্থাপনৰ লগতে যৱও সিঁচিব লাগে।
  • তাৰ পিছত দীপ জ্বলাই মা দেৱীক পূজা কৰি দুৰ্গা সপ্তশতী পাঠ কৰা।
  • শেষত মাতৃ দেৱীৰ আৰতি কৰা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

১ লাখ টকাৰ তললৈ নামিব নেকি সোণৰ মূল্য? গহনা কিনাৰ পূৰ্বে জানি লওক

October 9, 2026
অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ, আহিব নেকি মুকলি আকাশৰ তললৈ?
অসম

অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ, আহিব নেকি মুকলি আকাশৰ তললৈ?

October 9, 2026
নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী
বিনোদন

নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী

October 9, 2026
শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!
জীৱনশৈলী

শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!

October 9, 2026
Next Post
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

১ লাখ টকাৰ তললৈ নামিব নেকি সোণৰ মূল্য? গহনা কিনাৰ পূৰ্বে জানি লওক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.