• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সোণ

৯৯ টকাৰ পৰা ৬০ হাজাৰলৈ… চকু কপালত উঠা সোণৰ দামৰ পাৰ্থক্য

3 years ago
ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

59 minutes ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

1 hour ago
নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

2 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

১ লাখ টকাৰ তললৈ নামিব নেকি সোণৰ মূল্য? গহনা কিনাৰ পূৰ্বে জানি লওক

3 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

কি বাহনেৰে ধৰালৈ আগমণ কৰিব দেৱী দুৰ্গাই? জানক কি ভাল কি বেয়া

3 hours ago
অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ, আহিব নেকি মুকলি আকাশৰ তললৈ?

অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ, আহিব নেকি মুকলি আকাশৰ তললৈ?

4 hours ago
নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী

নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী

6 hours ago
শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!

শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!

6 hours ago
পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ

পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ

6 hours ago
বৈভৱ সূৰ্যবংশীৰ বাবেই ফ্লপ হৈ আছে নেকি সঞ্জু ছেমছন?

বৈভৱ সূৰ্যবংশীৰ বাবেই ফ্লপ হৈ আছে নেকি সঞ্জু ছেমছন?

7 hours ago
‘গৌৰৱ গগৈৰ অহংকাৰে কাল হ’ল’ ‘কংগ্ৰেছৰ কফিনত শেষৰটো গজাল মাৰিলে’

‘গৌৰৱ গগৈৰ অহংকাৰে কাল হ’ল’ ‘কংগ্ৰেছৰ কফিনত শেষৰটো গজাল মাৰিলে’

7 hours ago
পুৱা খালী পেটত গা ধোৱাটো উপকাৰী নে অপকাৰী?

পুৱা খালী পেটত গা ধোৱাটো উপকাৰী নে অপকাৰী?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

৯৯ টকাৰ পৰা ৬০ হাজাৰলৈ… চকু কপালত উঠা সোণৰ দামৰ পাৰ্থক্য

editor by editor
November 28, 2023
in ভাৰত
0
সোণ
0
SHARES
748
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মূল্যবৃদ্ধিৰ হাতোৰাই কোঙা কৰিছে দেশৰ সাধাৰণ জনতাক। খাদ্যদ্ৰব্যৰ পৰা ইন্ধনলৈ সকলোতে মূল্যবৃদ্ধি। বিবাহৰ বতৰত আকাশলংঘী হৈছে সোণৰ মূল্য। ৭৩ বছৰৰ সোণৰ মূল্যৰ তাৰতম্যই এতিয়া যথেষ্ট চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত। এসময়ত মাত্ৰ ৯৯ টকাত উপলব্ধ আছিল সোণ। আৰু সেই সোণৰ দাম এতিয়া ৬০ হাজাৰ টকাৰো অধিক হৈছে।
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এক বিশেষ পোষ্ট। পোষ্টটোত দাঙি ধৰা হৈছে ১৯৫০ চনৰ পৰা ২০২৩ চনলৈকে দহ গ্ৰাম সোণৰ মূল্যৰ হিচাপ। পোষ্টটোত উল্লেখ কৰা অনুসৰি ১৯৫০ চনত দহ গ্ৰাম সোণৰ দাম আছিল ৯৯ টকা। ২০২৩ চনৰ আগষ্ট মাহত সেই দহ গ্ৰাম সোণৰ মূল্য হৈছে ৬০,৩০০ টকা। সোণৰ দামে শতকৰ ঘৰ চুইছিল ১৯৫৯ চনত। দহ গ্ৰাম সোণৰ দৰে হাজাৰৰ ঘৰ অতিক্ৰম কৰিছিল ১৯৮০ চনত। তেনেদৰে ক্ৰমান্বয়ে বৃদ্ধি হৈ হৈ এতিয়া আকাশলংঘী হৈছে সোণৰ মূল্য। ৭৩ বছৰৰ সোণৰ মূল্যৰ তালিকা দেখি এতিয়া দাঁতে ওঠে লাগিছে সৰ্বসাধাৰণৰ।

লক্ষ্যণীয়ভাবে ২০১৯ আৰু ২০২০ চনৰ সোণৰ দামৰ তাৰতম্যই চকু কপালত তুলিছে সকলোৰে। তালিকাখনত উল্লেখ কৰা অনুসৰি ২০১৯ চনত দহ গ্ৰাম সোণৰ মূল্য আছিল ৩৫ হাজাৰ টকা। ২০২০ চনত সেই সোণৰ মূল্য হৈছিলগৈ ৪৮ হাজাৰৰো অধিক। এগৰাকী ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে কমেণ্টত লিখিছে, ‘২০১৯ আৰু ২০২০ চনৰ পাৰ্থক্য চাওক’।
সামাজিক মাধ্যমত মুহূৰ্ততে ভাইৰেল হৈ পৰা পোষ্টটোত ভিন্নজনে কৰিছে ভিন্ন কমেণ্ট। এগৰাকী লোকে লিখিছে, ‘এই মূল্যৰ তালিকাখন চোৱাৰ পাছত অনুশোচনা হৈছে। ২০১৮-১৯ ত মই কিয় ক্ৰয় নকৰিলো।’ আন এগৰাকীয়ে কমেণ্টত লিখিছে, ‘১৯৫০ চনত মই থকা হ’লে আজি মালামাল হ’লোহেঁতেন’।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী
বিনোদন

নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী

October 9, 2026
পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ
অপৰাধ

পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ

October 9, 2026
বৈভৱ সূৰ্যবংশীৰ বাবেই ফ্লপ হৈ আছে নেকি সঞ্জু ছেমছন?
বিনোদন

বৈভৱ সূৰ্যবংশীৰ বাবেই ফ্লপ হৈ আছে নেকি সঞ্জু ছেমছন?

October 9, 2026
৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম
অপৰাধ

৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম

October 9, 2026
Next Post
অনুষ্কা

মৃত্যুৰ পূৰ্বে ৰাহুললৈ কি মেছেজ দিছিল অনুষ্কাই?

AIUDF

লোকসভা নিৰ্বাচনত ইণ্ডিয়া মিত্ৰজোঁটক সমৰ্থন কৰিব AIUDF -এ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.