• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এতিয়াৰে পৰা এটা অথবা দুটা নহয়, নুন্যতম ৮ টাকৈ হ’ব লাগিব সন্তান

এতিয়াৰে পৰা এটা অথবা দুটা নহয়, নুন্যতম ৮ টাকৈ হ’ব লাগিব সন্তান

3 years ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ৮ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ৮ জনৰ মৃত্যু

13 minutes ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

1 hour ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

2 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

2 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

3 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

3 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

4 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

5 hours ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

5 hours ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

6 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

8 hours ago
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

এতিয়াৰে পৰা এটা অথবা দুটা নহয়, নুন্যতম ৮ টাকৈ হ’ব লাগিব সন্তান

মহিলাসকললৈ বিশেষ আহ্বান ৰাষ্ট্ৰপতিৰ

editor by editor
December 4, 2023
in বিশ্ব, ৰাজনীতি
0
এতিয়াৰে পৰা এটা অথবা দুটা নহয়, নুন্যতম ৮ টাকৈ হ’ব লাগিব সন্তান
0
SHARES
92
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ‘আমি দুটা আমাৰ দুটা।’ ভাৰতত জনসংখ্য বিস্ফোৰণৰ প্ৰতি লক্ষ্য ৰাখি পৰিয়াল পৰিকল্পনাত বহু বছৰ ধৰি এই ধাৰণা প্ৰচলিত হৈ আহিছে। চৰকাৰে বাৰে বাৰে দেশবাসীক অনুৰোধ জনাই আহিছে যে দুটাতকৈ অধিক সন্তান জন্ম নিদিয়ে। কিয়নো জনসংখ্যা বিস্ফোৰণে দেশৰ বাবে কঢ়িয়াই আনিব পাৰে ভয়াৱহ সংকট। ভাৰতৰ সামন্তৰালকৈ বিশ্বৰ বহুকেইখন দেশে জনসংখ্যা নিয়ন্ত্ৰনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। কিন্তু ইয়াৰ মাজতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে লৈছে এক বিশেষ পদক্ষেপ। দেশখনত চৰকাৰে লৈছে এক বৃহত সিদ্ধান্ত। ৰাছিয়ান মহিলাসকললৈ ৰাষ্ট্ৰপতি পুটিনৰ বিশেষ নিৰ্দেশ। দেশখনত প্ৰতিগৰাকী মহিলাই জন্ম দিব লাগিব কমেও আঠটাকৈ সন্তান। লগতে পুটিনে কয় যে তেওঁ বৃহৎ সংখ্যক সন্তান জন্ম দিয়াটো প্ৰতিটো পৰিয়ালৰ বাবে স্বাভাৱিক অভ্যাস হিচাপে গঢ়ি তুলিব বিচাৰে।

বৰ্তমানেও অব্যাহত আছে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ। এই যুদ্ধত ইতিমধ্যে লাখ লাখ লোকে প্ৰাণ হেৰুৱাইছে। বহুতেই দেশ এৰি পলায়ন কৰিছে। ইয়াৰ বাবে এতিয়া দেশখনৰ জনসংখ্যা হ্ৰাস পোৱাৰ আশংকা প্ৰকট হৈছে । জনসংখ্যা হ্ৰাস পোৱাৰ লগে লগে ৰাছিয়াত সক্ৰিয় শ্ৰমিকৰ সংখ্যাও হ্ৰাস পাইছে। যিয়ে দেশখনৰ ঘৰুৱা উৎপাদনত প্ৰভাৱ পেলাইছে। অৰ্থনীতি লেহেমীয়া আৰু মন্থৰ হৈ পৰিছে। যুদ্ধক লৈ পশ্চিমীয়া পশ্চিমীয়া নিষেধাজ্ঞাই পুটিনৰ দেশৰ পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিছে। সেয়েহে এতিয়া উপায়হীন পুটিনে মহিলাসকলৈ বিশেষ পুৰস্কাৰৰো ঘোষণা কৰিছে। কেইবছৰমান পূৰ্বে চীন চৰকাৰে জনসাধাৰণৰ বাবে তিনি সন্তানৰ নীতি প্ৰৱৰ্তন কৰিছিল। সাধাৰণ মানুহক কমেও তিনিটা সন্তান জন্ম দিবলৈ চৰকাৰে কৰিছিল বিশেষ আহ্বান। দক্ষিণ কোৰিয়াইও একে পথেই অনুসৰণ কৰিছে। সেই দেশৰ চৰকাৰে আৰু অধিক সন্তান জন্মৰ বাবে বঁটা ঘোষণা কৰিছে। সাধাৰণ মানুহক সন্তান জন্ম দিবলৈ উৎসাহিত কৰা হয়। জাপান চৰকাৰেও দেশত জন্মৰ হাৰ বৃদ্ধি কৰাৰ চেষ্টা চলাইছে। যাৰ বাবে তেওঁলোকে নাগৰিকক অতিৰিক্ত ছুটী প্ৰদান কৰিছে। মুঠতে এতিয়া অধিক সন্তান জন্ম দি দেশৰ সংকট দুৰ কৰিব বিচাৰিছে ভ্লাডিমিৰ পুটিনে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: latest update of russia-ukraine warrussiaVladimir Putin
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!
ৰাজনীতি

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

October 13, 2026
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?
ৰাজনীতি

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

October 13, 2026
বিজেপি নেতাৰ গৃহত ডকাইতি
ৰাজনীতি

বিজেপি নেতাৰ গৃহত ডকাইতি

October 13, 2026
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী
ভাৰত

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

October 13, 2026
Next Post
কণ্টকময় পথ অতিক্ৰম কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী হোৱাৰ পথত প্ৰাক্তন IPS বিষয়া লালডুহোমা

কণ্টকময় পথ অতিক্ৰম কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী হোৱাৰ পথত প্ৰাক্তন IPS বিষয়া লালডুহোমা

ভয়ংকৰ ৰূপত আহি আছে ‘মাইচোৱাং’। দক্ষিণ ভাৰতত সাগৰীয় ধুমুহা মাইচোৱাঙৰ তাণ্ডৱ

ভয়ংকৰ ৰূপত আহি আছে 'মাইচোৱাং'। দক্ষিণ ভাৰতত সাগৰীয় ধুমুহা মাইচোৱাঙৰ তাণ্ডৱ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.