• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘সংঘৰ্ষৰ ইতিহাস চায়েই আমি বুজিছিলো…’ ৰামজন্মভূমিক লৈ কিয় এ ৰায়দান দিবলৈ বাধ্য হৈছিল ৰঞ্জন গগৈ? সবিশেষ জনালে মুখ্য ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়ে

‘সংঘৰ্ষৰ ইতিহাস চায়েই আমি বুজিছিলো…’ ৰামজন্মভূমিক লৈ কিয় এ ৰায়দান দিবলৈ বাধ্য হৈছিল ৰঞ্জন গগৈ? সবিশেষ জনালে মুখ্য ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়ে

3 years ago
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

15 seconds ago
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

28 minutes ago
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

59 minutes ago
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

1 hour ago
জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ

জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ

3 hours ago
বন্ধ হ’ব ১.৫ কোটি ৰেচন কাৰ্ড, শীঘ্ৰে হওক সাৱধান!

বন্ধ হ’ব ১.৫ কোটি ৰেচন কাৰ্ড, শীঘ্ৰে হওক সাৱধান!

3 hours ago
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

3 hours ago
বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস, ‘Time100 Next’ তালিকাত নাম অন্তৰ্ভুক্ত

বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস, ‘Time100 Next’ তালিকাত নাম অন্তৰ্ভুক্ত

4 hours ago
সাৱধান! বিদ্যালয়ৰ প্ৰস্ৰাৱগাৰত ছাত্ৰীৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ চেষ্টা লম্পটৰ

সাৱধান! বিদ্যালয়ৰ প্ৰস্ৰাৱগাৰত ছাত্ৰীৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ চেষ্টা লম্পটৰ

4 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ক’লে ৩ টা ভয়ংকৰ সত্য!

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ক’লে ৩ টা ভয়ংকৰ সত্য!

5 hours ago
ডিয়ৰনেছ ভাট্টা ৬৫%? আগষ্ট মাহৰ মুদ্ৰাস্ফীতিৰ তথ্যৰ পিছত কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা পাব বৃদ্ধি!

ডিয়ৰনেছ ভাট্টা ৬৫%? আগষ্ট মাহৰ মুদ্ৰাস্ফীতিৰ তথ্যৰ পিছত কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা পাব বৃদ্ধি!

5 hours ago
নৱৰাত্ৰিৰ ঘট স্থাপনৰ শুভ মুহূৰ্ত কেতিয়া? পূজাত ভুল কৰিলে বিপদ আপোনাৰ!

নৱৰাত্ৰিৰ ঘট স্থাপনৰ শুভ মুহূৰ্ত কেতিয়া? পূজাত ভুল কৰিলে বিপদ আপোনাৰ!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘সংঘৰ্ষৰ ইতিহাস চায়েই আমি বুজিছিলো…’ ৰামজন্মভূমিক লৈ কিয় এ ৰায়দান দিবলৈ বাধ্য হৈছিল ৰঞ্জন গগৈ? সবিশেষ জনালে মুখ্য ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়ে

editor by editor
January 2, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
‘সংঘৰ্ষৰ ইতিহাস চায়েই আমি বুজিছিলো…’ ৰামজন্মভূমিক লৈ কিয় এ ৰায়দান দিবলৈ বাধ্য হৈছিল ৰঞ্জন গগৈ? সবিশেষ জনালে মুখ্য ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়ে
0
SHARES
5.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অযোধ্যাৰ ৰাম জন্মভূমিৰ মাটিক লৈ থকা বিতৰ্ক সন্দৰ্ভত ছুপ্ৰিম কৰ্টৰ যুগান্তকাৰী ৰায় দানৰ চাৰি বছৰৰো বেছি সময় পাৰ হৈছে। ২২ জানুৱাৰীত সেই সেই বিতৰ্কিত ভূমিতেই ৰাম মন্দিৰৰ উদ্বোধন হ’ব। কিন্তু ৰাম মন্দিৰৰ ভূমিৰ ৰায়ক লৈ মানুহৰ আগ্ৰহ এতিয়াও কমা নাই। সাধাৰণতে কোনো গোচৰৰ ৰায় লিখে কোনো এজন বা একাধিক বিচাৰপতিয়ে। সেই ৰায়ক সমৰ্থন কৰে বেঞ্চত থকা অন্যসকলে। কিন্তু ৰাম মন্দিৰৰ ৰায়দানৰ ক্ষেত্ৰত সেয়া নহ’ল। কোনো একক বিচাৰকক এই ৰায়ৰ লেখক হিচাপে কৃতিত্ব দিয়া হোৱা নাই।

সংবাদ সংস্থা পিটিআইক দিয়া এক সাক্ষাৎকাৰত এই ৰায়ৰ আঁৰত লুকাই থকা কেইবাটাও কাহিনী জনাইছে মুখ্য ন্যায়াধীশ ডিআই চন্দ্ৰচূড়ে। ২০১৯চনৰ ৯ নৱেম্বৰত এই ৰায় দিছিল ছুপ্ৰিম কৰ্টে। সেই সময়ত অৱশ্যে মুখ্য ন্যায়াধীশ চন্দ্ৰচূড় নাছিল। তেতিয়াৰ মুখ্য ন্যায়াধীশ আছিল ৰঞ্জন গগৈ। ৰঞ্জন গগৈৰ নেতৃত্বাধীন পাঁচজনীয়া বিচাৰপীঠৰ অন্যতম এজন সদস্যহে আছিল ডিৱাই চন্দ্ৰচূড়। পিটিআইৰ সন্মুখত চন্দ্ৰচুড়ে এই সন্দৰ্ভত কয়, ‘ৰামজন্মভূমিৰ ৰায়দানৰ ক্ষেত্ৰত ৫জনীয়া বিশেষ বেঞ্চৰ কোনো এজন ন্যায়াধীশকেই এই ৰায়ৰ কৃতিত্ব বা দায় এজন মানুহৰ কান্ধত আমি জাঁপি দিব নোখোজো। এই ৰায়ৰ পূৰ্বে ৫জনীয়া বেঞ্চৰ সকলোৰে সৈতে ৰঞ্জন গগৈয়ে আলোচনা কৰিছিল। সেই সময়ত আমাৰ সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লোৱা হৈছিল। সেয়ে এই ৰায়ৰ বাবে অকল ৰঞ্জল গগৈক দোষী বুলি ভৱা বা কৃতিত্ব দিয়া উচিত নহয়। এজন ন্যায়াধীশ ইয়াৰ কৃতিত্ব বা দায় লাভ কৰিব নোৱাৰে।’

তেওঁ লগতে কয়, ‘প্ৰকৃততে এই মাটিৰ এক দীৰ্ঘ ইতিহাস আছে। বেঞ্চত থকা ন্যায়াধীশৰ ভিন্ন ভিন্ন দৃষ্টিভংগী থাকিলেও এই দীৰ্ঘদিনীয়া ইতিহাস বিচাৰ কৰিহে আমি সিদ্ধান্ত লৈছিলো। এই ৰায় একক ন্যায়াধীশৰ ৰায় নহয় এই ৰায় ৫জনীয়া বিশেষ বিচাৰপীঠৰ ৰায়, অৰ্থাৎ এক কথাত আদালতৰ ৰায়। আদালতত সদায়ে এক কণ্ঠেৰে এক ধাৰণাতেই কথা ক’ব লাগে। আমি সকলোৱে কেৱল চুড়ান্ত ৰায়ৰ ক্ষেত্ৰতেই নহয় ৰায়ত উল্লেখিত কাৰণসমূহতো ঐক্যমত দিছিলো। এই বিষয়ত আমি এটা পৰিষ্কাৰ বাৰ্তা দিব বিচাৰিছিলো।’

উল্লেখ্য যে ২০১৯ চনত উচ্চতম ন্যায়ালয়ে শতাব্দীপ্ৰাচীন ৰামজন্মভূমি বিতৰ্কৰ ৰায়ত জনাইছিল যে, হিন্দুসকলৰ বিশ্বাস যে ভগৱান ৰামে এই স্থানতেই জন্মগ্ৰহণ কৰিছিল। সেয়ে এই মাটিৰ তেঁৱেই মালিক। হিন্দুসকলৰ এই অপ্ৰতিদ্বন্দী বিশ্বাসক স্বীকাৰ কৰি, সেই বিশ্বাসৰ ভিত্তিতেই এই মাটিৰ মালিকীস্বত্ব ৰামৰ নামত দিয়া হৈছে। ইয়াৰোপৰি মুছলমান পক্ষকো এটা মছজিদ তৈয়াৰৰ বাবে অযোধ্যাৰ কোনো ভাল স্থানত ৫ একৰ মাটি দিয়া হ’ব। ৰায়ত লগতে কোৱা হৈছে যে ষোড়শ শতিকাৰ বাবৰি মছজিদ ধ্বংস কৰাটো হিন্দুসকলৰ ভুল কাম আছিল। ইয়াৰ প্ৰতিকাৰ কৰাটোও আৱশ্যক বুলিও জনাইছিল আদালতে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ
বিনোদন

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

October 1, 2026
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল
বিবিধ

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

October 1, 2026
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা
অসম

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

October 1, 2026
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…
উত্তৰ-পূব

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

October 1, 2026
Next Post
PAN কার্ড লিংক নকৰিলে একাউণ্ট বন্ধ কৰি দিব SBIয়ে? SBIয়ে দিছে বিশেষ সতৰ্ক বাৰ্তা, ক্লিক কৰি পঢ়ক সবিশেষ

PAN কার্ড লিংক নকৰিলে একাউণ্ট বন্ধ কৰি দিব SBIয়ে? SBIয়ে দিছে বিশেষ সতৰ্ক বাৰ্তা, ক্লিক কৰি পঢ়ক সবিশেষ

কেদাৰনাথৰ সৈতে আছে বিশেষ সংযোগ! ৰামৰ এই মূৰ্তিয়েই স্থাপিত হ’ব অযোধ্যাৰ মন্দিৰত

কেদাৰনাথৰ সৈতে আছে বিশেষ সংযোগ! ৰামৰ এই মূৰ্তিয়েই স্থাপিত হ’ব অযোধ্যাৰ মন্দিৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.