- অসমৰ বিদ্যালয়ত ভয়ংকৰ ঘটনা
- বিদ্যালয়ৰ প্ৰস্ৰাৱগাৰত গোপন মোবাইল কেমেৰা
- ছাত্ৰীৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ চেষ্টা লম্পট আস্কাৰ আলীৰ
- বিদ্যালয়খনৰ নিৰ্মিয়মান নতুন অট্টালিকাৰ পকা মিস্ত্ৰী আস্কাৰ আলী
- ঘটনাক লৈ উত্তাল মায়ঙৰ কমাৰপুৰ অঞ্চল
- কমাৰপুৰ স্বৰ্ণপীঠ হাইস্কুলত এই ভয়ংকৰ ঘটনা
- পকা মিস্ত্ৰী আস্কাৰ আলীৰ কাণ্ডৰ পাছতেই উত্তপ্ত পৰিস্থিতি
- স্থানীয় ৰাইজে উত্তম মধ্যম সোধাই আৰক্ষীক গতাই দিয়ে আস্কাৰক
- ইতিমধ্যে চন্দ্ৰপুৰ আৰক্ষীয়ে আটক কৰিছে লম্পট আস্কাৰ আলীক
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















