• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আল্টা-ট্ৰাকৰ মুখামুখি সংঘৰ্ষঃ  টিলিঙা মন্দিৰ নাপালেগৈ, আদবাটতে ১৫গৰাকী যাত্ৰীৰ প্ৰাণ গ’ল…

আল্টা-ট্ৰাকৰ মুখামুখি সংঘৰ্ষঃ টিলিঙা মন্দিৰ নাপালেগৈ, আদবাটতে ১৫গৰাকী যাত্ৰীৰ প্ৰাণ গ’ল…

3 years ago
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

3 hours ago
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

4 hours ago
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

5 hours ago
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

5 hours ago
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

6 hours ago
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

7 hours ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

8 hours ago
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

8 hours ago
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

10 hours ago
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

11 hours ago
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

11 hours ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আল্টা-ট্ৰাকৰ মুখামুখি সংঘৰ্ষঃ টিলিঙা মন্দিৰ নাপালেগৈ, আদবাটতে ১৫গৰাকী যাত্ৰীৰ প্ৰাণ গ’ল…

প্ৰায় ১০০কিলোমিটাৰ বেগেৰে আহি অহা ট্ৰাকখনত খুন্দা মৰাৰ ফলত খণ্ড বিখণ্ড হৈ যায় বাছখন

editor by editor
January 3, 2024
in অসম
0
আল্টা-ট্ৰাকৰ মুখামুখি সংঘৰ্ষঃ  টিলিঙা মন্দিৰ নাপালেগৈ, আদবাটতে ১৫গৰাকী যাত্ৰীৰ প্ৰাণ গ’ল…
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ  পুৱাই টিলিঙা মন্দিৰলৈ বুলি বনভোজলৈ ওলাইছিল। গোলাঘাট আঠখেলীয়া ভৰলুৱা গাঁৱৰ পৰা আনন্দ-স্ফূৰ্তিৰে ওলাই যোৱা সকলোৰে বাবে আদবাটতে নামি আহিল কাল অমানিশা। তীব্ৰ বেগেৰে অহা এখন ট্ৰাকৰ সৈতে বনভোজলৈ গৈ থকা বাছখনত খুন্দা মাৰে As01 pc 0648 নম্বৰৰ এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। যাৰ ফলত থিতাতে নিহত হয় ১৫গৰাকীৰো অধিক লোক। ইয়াৰে ৩গৰাকী শিশু বুলি জানিব পৰা গৈছে।

প্ৰায় ১০০কিলোমিটাৰ বেগেৰে আহি অহা ট্ৰাকখনত খুন্দা মৰাৰ ফলত খণ্ড বিখণ্ড হৈ যায় বাছখন। তিনিচুকীয়াৰ টিলিঙা মন্দিৰত সেৱা কৰি ঢলা-শদিয়াত বনভোজ খোৱাৰ কথা আছিল ৪৫জনীয়া দলটোৰ। ঘন কুঁৱলী আৰু অতিপাত গতিৰ বাবে এই ভয়ংকৰ ঘটনাতো সংঘটিত হবলৈ পালে বুলি আৰক্ষীয়ে শংকা প্ৰকাশ কৰিছে।

উল্লেখ কৰা প্ৰয়োজন যে, নিহত যাত্ৰী অনিমা শইকীয়া, নৱজিৎ শইকীয়া, পিংকী শইকীয়া, ৰিংকি বৰা, শুভংকৰ শইকীয়া, দিপালী শইকীয়া বুলি জানিব পৰা হৈছে। এই ঘটনাত থিতাতে প্ৰাণ হেৰুৱায় বাছখনৰ চালক নুৰ আলমেও।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ
অসম

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

August 17, 2026
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’
অসম

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

August 14, 2026
long distance relationshipত ৰিয়ান পৰাগ!
বিনোদন

long distance relationshipত ৰিয়ান পৰাগ!

August 13, 2026
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ
অসম

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

August 12, 2026
Next Post
প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশঃ নিহতৰ পৰিয়াললৈ ২লাখ টকাৰ আৰ্থিক সাহায্য…

প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশঃ নিহতৰ পৰিয়াললৈ ২লাখ টকাৰ আৰ্থিক সাহায্য...

১৫গৰাকীৰ প্ৰাণ গ’ল, বাকী সকলো আহতঃ কিন্তু মাতৃৰ বুকুত শুই থকা এজনী কণমাণিৰ একোৱেই নহ’ল…

১৫গৰাকীৰ প্ৰাণ গ'ল, বাকী সকলো আহতঃ কিন্তু মাতৃৰ বুকুত শুই থকা এজনী কণমাণিৰ একোৱেই নহ'ল...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.