• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভূপেন বৰাৰ নাকত বিজেপি কৰ্মীৰ প্ৰচণ্ড ঘোঁচা! ভূপেন বৰাই ক’লে, ‘আমি এই আক্ৰমণৰ হিচাপ আমি লম’

ভূপেন বৰাৰ নাকত বিজেপি কৰ্মীৰ প্ৰচণ্ড ঘোঁচা! ভূপেন বৰাই ক’লে, ‘আমি এই আক্ৰমণৰ হিচাপ আমি লম’

2 years ago
কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

34 seconds ago
ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

43 minutes ago
মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

1 hour ago
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

2 hours ago
২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

3 hours ago
প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

3 hours ago
কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

3 hours ago
৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?

৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?

4 hours ago
মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে

মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে

4 hours ago
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

5 hours ago
কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

5 hours ago
‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’,  ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’, ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ভূপেন বৰাৰ নাকত বিজেপি কৰ্মীৰ প্ৰচণ্ড ঘোঁচা! ভূপেন বৰাই ক’লে, ‘আমি এই আক্ৰমণৰ হিচাপ আমি লম’

editor by editor
January 21, 2024
in অসম, জীৱনশৈলী, বিবিধ, ৰাজনীতি
0
ভূপেন বৰাৰ নাকত বিজেপি কৰ্মীৰ প্ৰচণ্ড ঘোঁচা! ভূপেন বৰাই ক’লে, ‘আমি এই আক্ৰমণৰ হিচাপ আমি লম’
0
SHARES
595
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত জামুগুৰিহাটত কংগ্ৰেছ কৰ্মীক আক্ৰমণ। বিজেপিৰ গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰা বুলি অভিযোগ আনিছে কংগ্ৰেছে। পানপুৰ চেঙেলীমৰাৰ হৃদয় দাস নামৰ যুৱকক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰো অভিযোগ আনিছে কংগ্ৰেছে। কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক বচাবলৈ যাওঁতে ৫০জনতকৈ অধিক বিজেপিৰ গুণ্ডা বাহিনীয়ে প্ৰহাৰ কৰিছে হৃদয় দাসক বুলি কংগ্ৰেছৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে।

বৰ্তমান তেজপুৰৰ কনকলতা অসামৰিক হাস্পতালত ভৰ্তী কৰোৱা হৈছে কংগ্ৰেছ কৰ্মী হৃদয় দাসক। অতি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ বাবে ততাতৈয়াকৈ হাস্পতালত ভৰ্তী কৰোৱা হৈছে হৃদয় দাসক। এই ঘটনাৰ পাছতেই এপিচিচিৰ সভাপতি ভূপেন বৰাই কয়, ‘ইন্দিৰা গান্ধীয়ে দেশৰ বাবে জীৱন দিলে। ৰাজীৱ গান্ধীয়ে জীৱন দিলে। বিজেপিৰ গুণ্ডাই আজি মোকো আক্ৰমণ কৰিছে। আজি মোৰ তেজো এই অসমভূমিত পৰিছে। এই তেজ কেৱল মোৰ নহয়, এই তেজ অসমৰ প্ৰতিজন কংগ্ৰেছ কৰ্মীৰ তেজ। মোৰ কাপোৰত লাগি থকা তেজৰ হিচাপ আমি লম। অসমৰ পৰা আমি বিজেপিক উৎখাত কৰিব নোৱাৰালৈকে শান্ত নহও।

ইয়াৰোপৰি ঘটনা সন্দৰ্ভত ৰাহুল গান্ধীয়ে তেওঁৰ ভাষণত কয়, ‘ভাৰতৰ ভিতৰত সকলোতকৈ দুৰ্নীতিগ্ৰস্থ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দেশৰ যিকোনো কোণতেই তেওঁক দুৰ্নীতিগ্ৰস্থ বুলি জানে। সৰু সৰু লৰা ছোৱালীৰ পৰা বৃদ্ধলৈকে সকলোৱে তেওঁক সেইবুলি জানে। আমি যাত্ৰা কৰি থাকোতে ২০-২৫টা মান বিজেপিৰ গুণ্ডাই লাঠি লৈ আহিছিল। মই ওলাই আহোঁতে তেওঁলোক পলাই গ’ল। তেওঁলোকে ভাৱিছে মই বিজেপিৰ কৰ্মী, আৰ এছ এছ কৰ্মীক ভয় কৰিম। আমাৰ প্লে কাৰ্ড ফালক, বা আক্ৰমণ কৰিবলৈ আহক আমি কাকো ভয় নকৰো। আমি ন্যায়ৰ বাবে সংগ্ৰাম কৰিছো, আমাক ভয় দেখুৱাই লাভ নাই।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?
জীৱনশৈলী

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

March 23, 2026
ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?
জীৱনশৈলী

ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

March 23, 2026
মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত
জীৱনশৈলী

মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

March 23, 2026
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ
জীৱনশৈলী

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

March 23, 2026
Next Post
‘জয় শ্ৰী ৰাম’ শুনিয়েই মেজাজ হেৰুৱাইছে, দায়িত্ব পালে দেশ কেনেকৈ চলাব? ৰাহুললৈ প্ৰশ্ন বিজেপি IT চেলৰ প্ৰধান অমিত মালব্যৰ

'জয় শ্ৰী ৰাম’ শুনিয়েই মেজাজ হেৰুৱাইছে, দায়িত্ব পালে দেশ কেনেকৈ চলাব? ৰাহুললৈ প্ৰশ্ন বিজেপি IT চেলৰ প্ৰধান অমিত মালব্যৰ

অসমে মোক মানুহক নিঃস্বাৰ্থভাৱে ভালপাবলৈ শিকাইছে, অসমীয়াই কাহানিও মৰমৰ প্ৰতিদান নিবিচাৰে, অসমক বুকুত সামৰি মই যাব ওলাইছোঃ আনন্দ মিশ্ৰ

অসমে মোক মানুহক নিঃস্বাৰ্থভাৱে ভালপাবলৈ শিকাইছে, অসমীয়াই কাহানিও মৰমৰ প্ৰতিদান নিবিচাৰে, অসমক বুকুত সামৰি মই যাব ওলাইছোঃ আনন্দ মিশ্ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.