• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘জয় শ্ৰী ৰাম’ শুনিয়েই মেজাজ হেৰুৱাইছে, দায়িত্ব পালে দেশ কেনেকৈ চলাব? ৰাহুললৈ প্ৰশ্ন বিজেপি IT চেলৰ প্ৰধান অমিত মালব্যৰ

‘জয় শ্ৰী ৰাম’ শুনিয়েই মেজাজ হেৰুৱাইছে, দায়িত্ব পালে দেশ কেনেকৈ চলাব? ৰাহুললৈ প্ৰশ্ন বিজেপি IT চেলৰ প্ৰধান অমিত মালব্যৰ

2 years ago
মাহত সৰ্বোচ্চ লাভ কৰিব পাৰে প্ৰায় ১.৭৬ লাখ পেঞ্চন, অষ্টম দৰমহা কমিছনত কিমান বাঢ়িব পেঞ্চন?

মাহত সৰ্বোচ্চ লাভ কৰিব পাৰে প্ৰায় ১.৭৬ লাখ পেঞ্চন, অষ্টম দৰমহা কমিছনত কিমান বাঢ়িব পেঞ্চন?

1 hour ago
শিৱৰাত্ৰিত মঙ্গল, বুধ, চন্দ্ৰৰ বিশেষ গোচৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ

শিৱৰাত্ৰিত মঙ্গল, বুধ, চন্দ্ৰৰ বিশেষ গোচৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ

2 hours ago
স্থান সলনি কৰিব কেতুৱে, ব্যাপক অৰ্থলাভ কৰিব এই ৪ৰাশিৰ জাতকে, লিষ্টত আছেনে আপুনি?

স্থান সলনি কৰিব কেতুৱে, ব্যাপক অৰ্থলাভ কৰিব এই ৪ৰাশিৰ জাতকে, লিষ্টত আছেনে আপুনি?

3 hours ago
ইচ্ছাৰ বিৰুদ্ধে সন্তানধাৰণ কৰিবলৈ বাধ্য কৰাব নোৱাৰিব! ৩০ সপ্তাহৰ অন্তঃসত্ত্বাক গৰ্ভপাত কৰোৱাৰ অনুমতি ছুপ্ৰিম কৰ্টৰ

ইচ্ছাৰ বিৰুদ্ধে সন্তানধাৰণ কৰিবলৈ বাধ্য কৰাব নোৱাৰিব! ৩০ সপ্তাহৰ অন্তঃসত্ত্বাক গৰ্ভপাত কৰোৱাৰ অনুমতি ছুপ্ৰিম কৰ্টৰ

4 hours ago
আজিয়েই সেইদিন! শতভিষাত প্ৰৱেশ বুধৰ, ৩ৰাশিয়ে সুফল পাব, দূৰ হ’ব সকলো অভাৱ

আজিয়েই সেইদিন! শতভিষাত প্ৰৱেশ বুধৰ, ৩ৰাশিয়ে সুফল পাব, দূৰ হ’ব সকলো অভাৱ

5 hours ago
প্লেটলেট কাউণ্ট ঠিকে ৰাখিবলৈ কেৱল ঔষধেই যথেষ্ট নহয়, আৰু কি কি নিয়ম মানি চলাটো প্ৰয়োজন?

প্লেটলেট কাউণ্ট ঠিকে ৰাখিবলৈ কেৱল ঔষধেই যথেষ্ট নহয়, আৰু কি কি নিয়ম মানি চলাটো প্ৰয়োজন?

6 hours ago
আগন্তুক সপ্তাহত সূৰ্যৰ গোচৰ, শুক্ৰাদিত্য ৰাজযোগ, চকুত লগা উন্নতি এই ৫ৰাশিৰ

আগন্তুক সপ্তাহত সূৰ্যৰ গোচৰ, শুক্ৰাদিত্য ৰাজযোগ, চকুত লগা উন্নতি এই ৫ৰাশিৰ

7 hours ago
৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

1 day ago
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

1 day ago
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

1 day ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

2 days ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘জয় শ্ৰী ৰাম’ শুনিয়েই মেজাজ হেৰুৱাইছে, দায়িত্ব পালে দেশ কেনেকৈ চলাব? ৰাহুললৈ প্ৰশ্ন বিজেপি IT চেলৰ প্ৰধান অমিত মালব্যৰ

editor by editor
January 21, 2024
in অসম, বিবিধ, ভাৰত, ৰাজনীতি
0
‘জয় শ্ৰী ৰাম’ শুনিয়েই মেজাজ হেৰুৱাইছে, দায়িত্ব পালে দেশ কেনেকৈ চলাব? ৰাহুললৈ প্ৰশ্ন বিজেপি IT চেলৰ প্ৰধান অমিত মালব্যৰ
0
SHARES
295
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰতীয় জনতা পাৰ্টীৰ নেতা তথা IT চেলৰ প্ৰধান অমিত মালব্য ভাৰত জোড়ো ন্যায় যাত্ৰাৰ এটা ভিডিঅ’ পোষ্ট কৰিছে। দেওবাৰে সেই ভিডিঅ’ত দেখা গৈছে যে ৰাহুল গান্ধীৰ সন্মুখত একাংশ বিজেপি কৰ্মীয়ে পতাকা লৈ জয় শ্ৰী ৰাম ধ্বনি দিছে। বাছৰ ভিতৰৰ পৰাই সেই শ্লোগান শুনি বাছৰ পৰা নামিবলৈ চেষ্টা কৰে কংগ্ৰেছ নেতা ৰাহুলে। অমিত মালব্যই সেই ছবি পোষ্ট কৰি ৰাহুলৰ বিৰুদ্ধে অভিযোগ আনিছে, ‘ৰাহুলে জয় শ্ৰী ৰাম ধ্বনি আৰু মোদী মোদী শ্লোগান শুনিব নোৱাৰি মেজাজ হেৰুৱাই পেলাইছে। খঙটো ফ্লায়িং কিছ দি ঢাকিবলৈ চেষ্টা কৰিলেও সকলোবোৰ ওলাই পৰিছে। ৰাহুলে এইখিনিতেই মেজাজ হেৰুৱালে ভৱিষ্যতে কেনেকৈ দেশক প্ৰতিনিধিত্ব কৰিব?’

https://x.com/amitmalviya/status/1749041429727383720?s=20

‘হিন্দু বিৰোধী কংগ্ৰেছে যেনেকৈ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ আমন্ত্ৰণ প্ৰত্যাখান কৰিছে, সেই বিষয়টোক দেশৰ মানুহে সহজভাৱে ল’ব পৰা নাই। জনগণৰ প্ৰতিক্ৰিয়া কেনেকৈ লুকুৱাব ৰাহুলে?’ এই প্ৰশ্ন ৰাহুললৈ এৰিছে অমিত মালব্যই। দেওবাৰে ৰাহুল গান্ধীৰ নেতৃত্বাধীন ভাৰত জোড়ো ন্যায় যাত্ৰা অসমৰ জামুগুৰিহাটত হৈছিল। তাতেই প্ৰথমে জয়ৰাম ৰমেশৰ বাহনত আক্ৰমণ কৰে বুলি অভিযোগ আনিছে কংগ্ৰেছে। BJP ৰ গুণ্ডাই এই আক্ৰমণ চলাইছে বুলি পোনপটীয়াকৈ উল্লেখ কৰিছে কংগ্ৰেছে। জামুগুৰি হাটৰ পাছতেই একাধিক স্থানত ৰাহুলৰ ৰেলীৰ ওপৰত আক্ৰমণ চলিছে।

https://fb.watch/pIWZvpNbk0/

এক্স হেণ্ডেলত এটা ভিডিঅ’ প’ষ্ট কৰি জয়ৰাম ৰমেশে লিখিছে, ‘শোনিতপুৰৰ জামুগুৰিহাটত এদল বিশৃংখল BJPৰ গুণ্ডাই আমাৰ বাহনৰ ওপৰত আক্ৰমণ চলাইছে। ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পোষ্টাৰ বেনাৰ ফালি পেলাইছে। বাহনৰ উইণ্ডছিল্ডত এইসমূহ লগোৱা আছিল। বাহনলৈ একাংশ উদণ্ডই পানীও ছটিয়াইছে। ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বিৰুদ্ধে একাধিক শ্লোগান দিয়া হৈছে। আমি ধৈৰ্য্য আৰু সংযমেৰে এই পৰিস্থিতি সামৰিছো। গুণ্ডাসকলে পথৰ সন্মুখত ৰৈ আছিল। সেই সমগ্ৰ ঘটনাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতেই আঙুলি তুলিছে জয়ৰাম ৰমেশে। তেওঁ লগতে লিখিছে, ‘এয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতেই হৈছে। আমাৰ যাত্ৰা তেওঁ ৰখাব নোৱাৰে। আমাৰ সৈনিক আগুৱাই যাবই।’

কংগ্ৰেছ কমিটিৰ কমিউনিকেশ্ব্যন ক’অৰ্ডিনেটৰ মহিমা সিঙে এই সন্দৰ্ভত লিখিছে, ‘আৰক্ষীক খবৰ দিয়া হৈছে। ছুপাৰিণ্টেন্ডেন্ট ঘটনাস্থলত উপস্থিত হৈছে। আমাৰ যাত্ৰা কভাৰ কৰি থকা কেমেৰামেনৰ সকলো সামগ্ৰী কাঢ়ি লোৱা হৈছে। সামাজিক মাধ্যমৰ চলোৱাৰ বাবে ৰখা আমাৰ টীমৰ সদস্যৰ ওপৰতো আক্ৰমণ চলিছে। বিজেপিৰ গুণ্ডাই আমাক বাৰে বাৰে বাধা দিবলৈ চেষ্টা কৰিছে। ভ্লগাৰৰ কেমেৰা আৰু অন্যান্য সামগ্ৰীসমূহ ঘূৰাই নিদিও বুলিও আমাক পোনপটীয়াকৈ ধমক দিছে গুণ্ডাকেইটাই।’

https://fb.watch/pIW_MpZpTd/

এই অথন্তৰৰ সময়তে ৰাহুল গান্ধীৰ বাহনৰ সন্মুখত ৰৈ একাংশই জয় শ্ৰী ৰাম ধ্বনিও দিছে। কিন্তু ৰাহুলে সকলোবোৰকে হাঁহিমুখে ফ্লায়িং কিছহে দিছে। সোমবাৰে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোত ৰাহুল বটদ্ৰৱাত উপস্থিত হোৱাৰ কথা। শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত ৰাহুল উপস্থিত থাকিব সেই বিষয়টোক লৈ মুখ্যমন্ত্ৰীয়ে বিৰোধীতা কৰাৰ লগতে ৰাহুলক অনুৰোধো জনাইছিল যে, সেই দিনটোত ৰাহুলে যাতে কোনো ৰেলী নকৰে। কিন্তু ৰাহুলে মুখ্যমন্ত্ৰীৰ কথা আওকান কৰি বটদ্ৰৱাত ৰেলী কৰাৰ প্ৰস্তুতি চলোৱাৰ প্ৰাকমুহূৰ্তত এটাৰ পাছত আনটো অথন্তৰে দেখা দিছে ৰাহুলৰ ন্যায় যাত্ৰাত। ইফালে ৰাহুলৰ আগমনৰ কথা জানি বটদ্ৰৱা থান মেলেজমেণ্ট কমিটিৰ সভাপতি যোগেন্দ্ৰ নাৰায়ণ মহন্তই কয়, ‘ৰাহুল আহিব জানি আমি অতিকৈ সুখী হৈছো। ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ বাবে সোমবাৰে ১০হাজাৰতকৈয়ো বেছি মানুহ আমাৰ ইয়ালৈ আহিব। ফলত ৰাহুলক সেই সময়ত ভিতৰত প্ৰৱেশৰ অনুমতি আমি দিব নোৱাৰিম। দুপৰীয়া ৩টাৰ পাছত আহক আমি ভালকৈ আতিথ্য দিব পাৰিম।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্থান সলনি কৰিব কেতুৱে, ব্যাপক অৰ্থলাভ কৰিব এই ৪ৰাশিৰ জাতকে, লিষ্টত আছেনে আপুনি?
জীৱনশৈলী

স্থান সলনি কৰিব কেতুৱে, ব্যাপক অৰ্থলাভ কৰিব এই ৪ৰাশিৰ জাতকে, লিষ্টত আছেনে আপুনি?

February 7, 2026
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

February 6, 2026
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?
জীৱনশৈলী

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

February 6, 2026
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

February 5, 2026
Next Post
অসমে মোক মানুহক নিঃস্বাৰ্থভাৱে ভালপাবলৈ শিকাইছে, অসমীয়াই কাহানিও মৰমৰ প্ৰতিদান নিবিচাৰে, অসমক বুকুত সামৰি মই যাব ওলাইছোঃ আনন্দ মিশ্ৰ

অসমে মোক মানুহক নিঃস্বাৰ্থভাৱে ভালপাবলৈ শিকাইছে, অসমীয়াই কাহানিও মৰমৰ প্ৰতিদান নিবিচাৰে, অসমক বুকুত সামৰি মই যাব ওলাইছোঃ আনন্দ মিশ্ৰ

কিয় ৰাম মন্দিৰৰ উদ্বোধনৰ বাবে ২২ জানুৱাৰী দিনটো বাচি লোৱা হ’ল? জানক সবিশেষ কাৰণ

কিয় ৰাম মন্দিৰৰ উদ্বোধনৰ বাবে ২২ জানুৱাৰী দিনটো বাচি লোৱা হ’ল? জানক সবিশেষ কাৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.