• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই সপ্তাহত দুটাকৈ ৰাজযোগ, ৰজাৰ দৰে দিন কটাব ৫ৰাশিৰ জাতকে

এই সপ্তাহত দুটাকৈ ৰাজযোগ, ৰজাৰ দৰে দিন কটাব ৫ৰাশিৰ জাতকে

2 years ago
জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?

জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?

6 minutes ago
ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

26 minutes ago
ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান

ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান

1 hour ago
বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

2 hours ago
গৰমৰ দিনত হাত ভৰি কিয় ফুলে? কেতিয়া সাৱধান হ’ব লাগে জনালে চিকিৎসকে

গৰমৰ দিনত হাত ভৰি কিয় ফুলে? কেতিয়া সাৱধান হ’ব লাগে জনালে চিকিৎসকে

2 hours ago
পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ

পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ

3 hours ago
আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

4 hours ago
কৰ্মস্থলীত অশান্তি, অতিমাত্ৰা চিন্তা আৰু মানসিক চাপ, আঁৰত আছে এইবোৰ কাৰণ?

কৰ্মস্থলীত অশান্তি, অতিমাত্ৰা চিন্তা আৰু মানসিক চাপ, আঁৰত আছে এইবোৰ কাৰণ?

4 hours ago
বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!

বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!

5 hours ago
পাকিস্তানত সংকট! তেলৰ পিছত এতিয়া ৰুটিৰ বাবে কৰিছে হাহাকাৰ

পাকিস্তানত সংকট! তেলৰ পিছত এতিয়া ৰুটিৰ বাবে কৰিছে হাহাকাৰ

6 hours ago
ইব’লা ভাইৰাছৰ ভেকচিন উপলব্ধ, কিন্তু কিয় ই হৈ পৰিছে মাৰাত্মক?

ইব’লা ভাইৰাছৰ ভেকচিন উপলব্ধ, কিন্তু কিয় ই হৈ পৰিছে মাৰাত্মক?

7 hours ago
আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?

আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

এই সপ্তাহত দুটাকৈ ৰাজযোগ, ৰজাৰ দৰে দিন কটাব ৫ৰাশিৰ জাতকে

editor by editor
January 29, 2024
in বিবিধ, ভাৰত
0
এই সপ্তাহত দুটাকৈ ৰাজযোগ, ৰজাৰ দৰে দিন কটাব ৫ৰাশিৰ জাতকে
0
SHARES
44.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জানুৱাৰী মাহৰ শেষ আৰু ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতেই এই সপ্তাহত কেইটামান ৰাশিৰ জাতকৰ জীৱনলৈ সুখ আহিব। কাৰণ এই সপ্তাহত একেলগে দুটাকৈ ৰাজযোগ থাকিব। এই দুই ৰাজযোগ হৈছে বুধাদিত্য ৰাজযোগ আৰু গজকেশৰী ৰাজযোগ। এই সপ্তাহত চন্দ্ৰই গোচৰ কৰিব তুলা ৰাশিত। ইয়াৰ ফলত গঠিত হ’ব গজকেশৰী ৰাজযোগ। মকৰ ৰাশিত বুধ আৰু সূৰ্যৰ যুঁটিত গঠিত হ’ব বুধাদিত্য ৰাজযোগ। ইয়াৰোপৰি মঙল আৰু শুক্ৰৰ মিলনত গঠিত হ’ব লক্ষ্মী যোগ। টেৰো কাৰ্ডৰ গণনাই দাবী কৰা অনুসৰি এই সপ্তাহত তৈয়াৰ হোৱা শুভ যোগৰ প্ৰভাৱ কেইটামান ৰাশিৰ জাতকৰ ওপৰত পৰিব। টেৰো গণনাত পোৱা অনুসৰি এইবাৰ কোন কোন ৰাশিৰ জাতকৰ ভাগ্যোদয় হ’ব জানি থওক সবিশেষ।

মিথুন ৰাশি
টেৰো কাৰ্ডৰ গণনা অনুসৰি এই সপ্তাহত কেইটামান ৰাশিৰ জাতকৰ দিন ভাল হ’ব, তাৰ ভিতৰত প্রথমেই আছে মিথুন ৰাশিৰ জাতকসকল। নানান দিশৰ পৰা চলিত সপ্তাহত লাভৱান হ’ব মিথুন ৰাশিৰ জাতকসকল। নতুন কোনো কামত সফলতা লাভ কৰিব। এই সপ্তাহত আপোনাৰ সাফল্য লাভৰ সম্ভাৱনা বহু বেছি। পৰিয়াল আৰু জীৱনসংগীৰ পৰা প্ৰয়োজনীয় সহায় লাভ কৰিব মিথুন ৰাশিৰ জাতকসকলে।

সিংহ ৰাশি
টেৰো কাৰ্ডৰ গণনাই দাবী কৰিছে যে, চলিত সপ্তাহত ব্যৱসায়ত বৃহৎ লাভ কৰিব সিংহ ৰাশিৰ জাতকে। নতুন কোনো কাম এই সপ্তাহত আপুনি আৰম্ভ কৰিব পাৰে। আৰ্থিক লাভৰো যোগ আছে। প্ৰয়োজনত অলপ তললৈকো নামি আহিব লাভ আপোনাৰেই হ’ব। নিজৰ লক্ষ্য অৰ্জন কৰাৰ বাবে অলপ চিৰিয়াছো হওক।

কন্যা ৰাশি
টেৰো কাৰ্ডৰ ভৱিষ্যৎ গণনাত পোৱা অনুসৰি কন্যা ৰাশিৰ জাতকৰ বাবে এই সপ্তাহ বেছ লাভজনক। আৰ্থিকভাৱেও নানান দিশৰ পৰা লাভৱান হ’ব কন্যা ৰাশিৰ জাতকসকল। স্বাস্থ্যক লৈ কিছু সতৰ্ক হওক। শৰীৰ বৰ এটা ঠিক নথকাৰ বাবে কামত কিছু বাধা আহিব পাৰে। কোনো কামৰ পৰিকল্পনা থাকিলে কৰি পেলাওক।

মীন ৰাশি
টেৰো গণনা অনুসৰি ২৯ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰী পৰ্যন্ত এই সপ্তাহত জীৱনত প্ৰচুৰ উন্নতি হ’ব মীন ৰাশিৰ জাতকৰ। এই সপ্তাহত আপোনাৰ প্ৰতিভাৰ বিকাশ ঘটিব। সৃজনশীল কামত সাফল্য আৰু খ্যাতি লাভ কৰিব। নিজৰ কামক লৈ সন্তুষ্ট থাকিব। ৰিলেক্স কৰিয়েই সপ্তাহটো পাৰ কৰিব পাৰিব এই ৰাশিৰ জাতকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক
জীৱনশৈলী

ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

May 25, 2026
ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান
জীৱনশৈলী

ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান

May 25, 2026
বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

May 25, 2026
গৰমৰ দিনত হাত ভৰি কিয় ফুলে? কেতিয়া সাৱধান হ’ব লাগে জনালে চিকিৎসকে
জীৱনশৈলী

গৰমৰ দিনত হাত ভৰি কিয় ফুলে? কেতিয়া সাৱধান হ’ব লাগে জনালে চিকিৎসকে

May 25, 2026
Next Post
ৰাম-সীতাক অপমানৰ অভিযোগত কাৰাবাস খাটিছিল! সেই মুনাওৱাৰ ফাৰুকিয়ে এতিয়া বিগ বছ-১৭ৰ বিজেতা

ৰাম-সীতাক অপমানৰ অভিযোগত কাৰাবাস খাটিছিল! সেই মুনাওৱাৰ ফাৰুকিয়ে এতিয়া বিগ বছ-১৭ৰ বিজেতা

সেই ঘটনাৰ পাছতেই নিচা কৰা কমাইছো! এনে কি ঘটনা ঘটিছিল নাৱাজুদ্দিনৰ জীৱনত?

সেই ঘটনাৰ পাছতেই নিচা কৰা কমাইছো! এনে কি ঘটনা ঘটিছিল নাৱাজুদ্দিনৰ জীৱনত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.