• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘বিৰোধীয়ে আকৌ নক’ব এয়া বেকাৰ খৰচ!’ উচ্চতম ন্যায়ালয়ৰ সম্প্ৰসাৰণৰ বাবে প্ৰধানমন্ত্ৰীয়ে দিলে ৮০০ কোটি ধন

‘বিৰোধীয়ে আকৌ নক’ব এয়া বেকাৰ খৰচ!’ উচ্চতম ন্যায়ালয়ৰ সম্প্ৰসাৰণৰ বাবে প্ৰধানমন্ত্ৰীয়ে দিলে ৮০০ কোটি ধন

2 years ago
সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

5 hours ago
নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

5 hours ago
পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই

পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই

6 hours ago
ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

6 hours ago
নোধোৱাকৈয়ে এটা অন্তৰ্বাস বহুদিন পৰিধান কৰে? কি কি মাৰাত্মক ক্ষতি হয় পুৰুষৰ শৰীৰৰ?

নোধোৱাকৈয়ে এটা অন্তৰ্বাস বহুদিন পৰিধান কৰে? কি কি মাৰাত্মক ক্ষতি হয় পুৰুষৰ শৰীৰৰ?

7 hours ago
মেট গালাৰ ৰেড কাৰ্পেটত আম কিয় লৈ গৈছিল ঈশা আম্বানীয়ে? এই আমটো প্ৰকৃত আম নে? কি কৈছে ঈশা আম্বানীয়ে?

মেট গালাৰ ৰেড কাৰ্পেটত আম কিয় লৈ গৈছিল ঈশা আম্বানীয়ে? এই আমটো প্ৰকৃত আম নে? কি কৈছে ঈশা আম্বানীয়ে?

7 hours ago
ষ্টেলিনৰ হাত এৰি বিজয়ৰ দলক সমৰ্থন কৰাৰ ঘোষণা কংগ্ৰেছৰ! ভৱিষ্যতৰ নিৰ্বাচনতো TVKৰ সৈতে জোঁট বন্ধাৰ প্ৰতিশ্ৰুতি

ষ্টেলিনৰ হাত এৰি বিজয়ৰ দলক সমৰ্থন কৰাৰ ঘোষণা কংগ্ৰেছৰ! ভৱিষ্যতৰ নিৰ্বাচনতো TVKৰ সৈতে জোঁট বন্ধাৰ প্ৰতিশ্ৰুতি

8 hours ago
দিশ সলনি কৰিব বুধে, কুবেৰৰ ধন এইবাৰ হাতলৈ আহিব ৪ৰাশিৰ

দিশ সলনি কৰিব বুধে, কুবেৰৰ ধন এইবাৰ হাতলৈ আহিব ৪ৰাশিৰ

9 hours ago
২৫ বছৰৰ বাবে ৫০লাখৰ গৃহঋণ ল’বলৈ আপোনাৰ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

২৫ বছৰৰ বাবে ৫০লাখৰ গৃহঋণ ল’বলৈ আপোনাৰ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

9 hours ago
শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে

শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে

10 hours ago
জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?

জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?

10 hours ago
দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘বিৰোধীয়ে আকৌ নক’ব এয়া বেকাৰ খৰচ!’ উচ্চতম ন্যায়ালয়ৰ সম্প্ৰসাৰণৰ বাবে প্ৰধানমন্ত্ৰীয়ে দিলে ৮০০ কোটি ধন

editor by editor
January 29, 2024
in ভাৰত, ৰাজনীতি, লেখা, শিক্ষা
0
‘বিৰোধীয়ে আকৌ নক’ব এয়া বেকাৰ খৰচ!’ উচ্চতম ন্যায়ালয়ৰ সম্প্ৰসাৰণৰ বাবে প্ৰধানমন্ত্ৰীয়ে দিলে ৮০০ কোটি ধন
0
SHARES
373
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দেশে নতুন সংসদভৱন পালে। এইবাৰ নতুন ৰূপ দিয়া হ’ব উচ্চতম ন্যায়ালয়কো। দেশৰ শীৰ্ষ আদালতৰ সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উচ্চতম ন্যায়ালয়ৰ হীৰক জয়ন্তীৰ অনুষ্ঠানত যোগ দি এই ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ কয়, ৮০০ কোটি টকা উচ্চতম ন্যায়ালয়ৰ সম্প্ৰসাৰণৰ বাবে খৰচ কৰা হ’ব। দেওবাৰে ছুপ্ৰিম কৰ্টৰ ৭৫তম বাৰ্ষিকীৰ অনুষ্ঠানত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ‘আমাৰ চৰকাৰে দেশৰ আদালতসমূহৰ পৰিকাঠামো উন্নয়ন আৰু সংস্কাৰৰ লক্ষ্য আগত ৰাখিয়েই এই কাম কৰিবলৈ আগবাঢ়িছো। উচ্চতম ন্যায়ালয়ৰ অধিবক্তা আৰু গোচৰ দিবলৈ অহা নাগৰিকসকল কি কি সমস্যাৰ সন্মুখীন হয় সেই সম্পৰ্কে আমাৰ চৰকাৰ অৱগত। বিগত সপ্তাহত আমি ৮০০ কোটি টকা ছুপ্ৰিম কৰ্টৰ সম্প্ৰসাৰণ আৰু পৰিসেৱা উন্নীতকৰণৰ বাবে মুকলি কৰি দিছো।’

আৰ্থিক অনুদান আগবঢ়াই প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধীক সমালোচনা কৰি কয়, ‘আশা কৰো বিৰোধীয়ে এই খৰচক অপব্যয় বুলি যাতে পিটিছন দাখিল নকৰে। এয়া বেকাৰ খৰচ বুলি যাতে বিৰোধীয়ে নকয়। কেন্দ্ৰীয় ভিষ্টা প্ৰকল্পৰ সময়তো বিৰোধীয়ে এনেকৈয়ে কৈছিল।’ প্ৰধানমন্ত্ৰীয়ে লগতে কয়, ‘আমাৰ চৰকাৰে যেনেকৈ জীৱনযাত্ৰা সহজ কৰি তুলিছে, যোগাযোগৰ ব্যৱস্থাও উন্নত কৰিছে। যাতায়াতৰ পথ সুগম কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে। সেয়ে এইবাৰ আমি উচ্চতম ন্যায়ালয়ৰ বিচাৰব্যৱস্থাও সহজ কৰাৰ বাবে লক্ষ্য স্থিৰ কৰি কাম কৰিছো।’

এই অনুষ্ঠানৰ পৰাই প্রধানমন্ত্ৰী মোদীয়ে উচ্চতম ন্যায়ালয়ৰ এটা নতুন ৱেবচাইটো উদ্বোধন কৰিছে। মুখ্য ন্যয়াধীশ ডিৱাই চন্দ্ৰচূৰৰ ব্যাপক প্ৰশংসাও কৰিছে প্রধানমন্ত্ৰী মোদীয়ে। ইয়াৰোপৰি আদালতক ডিজিটেলাইজ কৰাৰ বাবেও চন্দ্ৰচূড়ৰ প্ৰশংসা কৰিছে মোদীয়ে।

উচ্চতম ন্যায়ালয়ৰ সম্প্ৰসাৰণ
১৯৫০ চনৰ ২৮ জানুৱাৰীৰ পৰা উচ্চতম ন্যায়ালয়ৰ যাত্ৰা আৰম্ভ হৈছিল। সেই সময়ত উচ্চতম ন্যায়ালয়ৰ বাবে কোনো পৃথক ভৱনো নাছিল। সংসদ ভৱনৰ পৰাই আদালতৰ কামকাজ চলিছিল। ১৯৫০ চনত সংবিধান ৰচনাৰ পাছতেই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসহ ৭ জন অধিবক্তাক লৈ বিচাৰব্যৱস্থা গঠন কৰা হয়। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা বৃদ্ধিৰ দায়িত্বও তেতিয়া সংসদৰ ওপৰতে। ১৯৫০ চনৰ পৰা ২০১৯ চনৰ মাজলৈকে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা ৭গুণ বঢ়াই ৩৪ জন কৰা হ’ল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?
অসম

সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

May 6, 2026
নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে
জীৱনশৈলী

নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

May 6, 2026
পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই
জীৱনশৈলী

পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই

May 6, 2026
ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

May 6, 2026
Next Post
কোন সমষ্টি কাৰ? সমষ্টি সলনিৰ বাবে প্ৰাৰ্থীও হ’ব সলনি! আজিয়েই জানি থওক কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাৰ সবিশেষ তথ্য

কোন সমষ্টি কাৰ? সমষ্টি সলনিৰ বাবে প্ৰাৰ্থীও হ’ব সলনি! আজিয়েই জানি থওক কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাৰ সবিশেষ তথ্য

এই কাৰণেই পাপ কৰিবলৈ বাধ্য হয় মানুহ! গীতাত শ্ৰীকৃষ্ণই দি গৈছে পাপমুক্ত হোৱাৰ এইকেইটা উপায়

এই কাৰণেই পাপ কৰিবলৈ বাধ্য হয় মানুহ! গীতাত শ্ৰীকৃষ্ণই দি গৈছে পাপমুক্ত হোৱাৰ এইকেইটা উপায়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.