• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মকৰলৈ আহিছে মঙ্গল, বেয়া সময় আৰম্ভ! এটাৰ পাছত আনটো বাধাৰ সন্মুখীন হ’ব ৫ ৰাশিৰ জাতক

মকৰলৈ আহিছে মঙ্গল, বেয়া সময় আৰম্ভ! এটাৰ পাছত আনটো বাধাৰ সন্মুখীন হ’ব ৫ ৰাশিৰ জাতক

2 years ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

41 minutes ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

1 hour ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

2 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

3 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

3 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

4 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

4 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

5 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

5 hours ago
এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

6 hours ago
সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

18 hours ago
“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মকৰলৈ আহিছে মঙ্গল, বেয়া সময় আৰম্ভ! এটাৰ পাছত আনটো বাধাৰ সন্মুখীন হ’ব ৫ ৰাশিৰ জাতক

editor by editor
February 7, 2024
in বিবিধ, ভাৰত, লেখা
0
মকৰলৈ আহিছে মঙ্গল, বেয়া সময় আৰম্ভ! এটাৰ পাছত আনটো বাধাৰ সন্মুখীন হ’ব ৫ ৰাশিৰ জাতক
0
SHARES
35.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ঠিক দুদিন পূৰ্বেই মকৰ ৰাশিত গোচৰ কৰিছে মঙ্গলে। ২০২৪ৰ ৫ফেব্ৰুৱাৰীত প্ৰথমবাৰ নিজৰ অৱস্থান সলনি কৰিছে ৰঙা গ্ৰহে। আগন্তুক ১৫ মাৰ্চ পৰ্যন্ত মঙ্গলে মকৰ ৰাশিতেই অৱস্থান কৰিব। সেই স্থানত পূৰ্বৰে পৰাই সূৰ্য আৰু মঙ্গল আছে। ইয়াৰ ফলত ৰঙা গ্ৰহৰ পৰা অতিৰিক্ত শক্তি বিকিৰণ হ’ব। মকৰ ৰাশিৰ এই গোচৰৰ ফলত ৫ৰাশিৰ জাতকৰ ওপৰত প্ৰভাৱ পৰিব। আগন্তুক ১৫ মাৰ্চ পৰ্যন্ত নানান চেলেঞ্জ আহিব এই ৫ৰাশিৰ জাতকৰ জীৱনলৈ।

মিথুন ৰাশি
আৰ্থিক বিষয়ত এই সময়ত সাৱধানে থাকক মিথুন ৰাশিৰ জাতকসকল। মঙ্গলৰ স্থান পৰিবৰ্তন মুঠেও আপোনাৰ বাবে শুভ নহয়। নতুন কোনো স্থানত অৰ্থ বিনিয়োগ কৰাৰ সময়ত ভাৱি চিন্তি সিদ্ধান্ত লওক। ডাঙৰ কোনো আৰ্থিক ক্ষতি হ’ব পাৰে। দামী সামগ্ৰীও আপুনি ক্ৰয় কৰিব পাৰে। আপুনি নিজে যিখিনি কাম জানে কৰ্মক্ষেত্ৰত সেইখিনিয়েই কৰক। নতুন কোনো কাম বেছিকৈ কৰিবলৈ গ’লে বিপদতহে পৰিব।

কৰ্কট ৰাশি
মকৰ ৰাশিত আহি মঙ্গলে নানান সমস্যা সৃষ্টি কৰিব কৰ্কট ৰাশিৰ জাতকৰ জীৱনত। সংসাৰত ভুল বুজাবুজিৰ কাৰণে অশান্তি বাঢ়িব। নিজৰ জীৱনসংগীৰ স্বাস্থ্যৰ দিশত নজৰ ৰাখক। উদ্বেগ বাঢ়িব। চিকিৎসাৰ বাবদ অৰ্থ ব্যয় হ’ব। পেছাগত জীৱনতো এই সময়ত নানান সমস্যাই দেখা দিব পাৰে।

সিংহ ৰাশি
ৰঙা গ্ৰহ মঙ্গলৰ গোচৰত অশুভ প্রভাৱ পৰিব সিংহ ৰাশিৰ জাতকৰ ওপৰত। এই সময়ত আপুনি দূৰ কোনো স্থানত ভ্ৰমণ কৰাৰ পৰিকল্পনা থাকিলে সাৱধান হওক। আগন্তুক ১৫মাৰ্চ পৰ্যন্ত টকা পইছাৰ টনাটনি হ’ব। পঢ়া শুনাৰ দিশেৰেও এই সময় শুভ নহয়। বিবাহিত ব্যক্তিৰ দাম্পত্য জীৱনত একাধিক সমস্যা আহিব। স্বাস্থ্য সংক্ৰান্তীয় সংকটে দেখা দিব। ক্লান্তি আৰু মানসিক উদ্বেগেও আপোনাক অশান্ত কৰি ৰাখিব।

কন্যা ৰাশি
মঙ্গল গ্ৰহৰ গোচৰৰ ফলত প্ৰেমত অশুভ দিন চলিব কন্যা ৰাশিৰ জাতকৰ। সংগীৰ সৈতে বিভিন্ন মনোমালিন্য আৰু অশান্তি হ’ব পাৰে। কেৰিয়াৰত বৃহৎ চেলেঞ্জৰ সন্মুখীন হ’ব কন্যা ৰাশিৰ জাতক। আৰ্থিক দিশেৰে এই সময় শুভ নহয়।

ধনু ৰাশি
মকৰ ৰাশিত মঙ্গলৰ গোচৰৰ ফলত পৰিয়ালত নানান অশান্তি আহিব ধনু ৰাশিৰ জাতকৰ। পৰিয়ালৰ সদস্যসকলৰ সৈতে বিভিন্ন দিশত ভুল বুজাবুজি হ’ব পাৰে। আৰ্থিক দিশতো সমস্যাই দেখা দিব। এই সময়ত কাৰোবাৰ সৈতে আৰ্থিক লেনদেন কৰিলে সতৰ্ক হওক। প্ৰতাৰণাৰ বলি হ’ব পাৰে। মাতৃৰ স্বাস্থ্য ভালে নাথাকিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!
বাণিজ্য

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

April 3, 2026
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!
জীৱনশৈলী

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

April 3, 2026
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!
জীৱনশৈলী

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

April 3, 2026
Next Post
বিদ্যাত বাধা আছে? সৰস্বতী পূজাত ছাত্ৰ-ছাত্ৰীসকলে কৰক এই কাম, বাগদেৱীয়ে আশীৰ্বাদ দিবই

বিদ্যাত বাধা আছে? সৰস্বতী পূজাত ছাত্ৰ-ছাত্ৰীসকলে কৰক এই কাম, বাগদেৱীয়ে আশীৰ্বাদ দিবই

মহাশিৱৰাত্ৰী কেতিয়া? জানি থওক এই দিনটোত কেনেকৈ মহাদেৱৰ উপাসনা কৰিব?

মহাশিৱৰাত্ৰী কেতিয়া? জানি থওক এই দিনটোত কেনেকৈ মহাদেৱৰ উপাসনা কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.