• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অভিনেত্ৰীৰ হাতত থুৱাই দিছিল আমিৰে, তালিকাত নাম আছে বহু কেইগৰাকীৰ

অভিনেত্ৰীৰ হাতত থুৱাই দিছিল আমিৰে, তালিকাত নাম আছে বহু কেইগৰাকীৰ

2 years ago
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

12 minutes ago
সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

28 minutes ago
নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

48 minutes ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

চাকৰিত যোগদান কৰিলে পাব ১৫ হাজাৰ টকা! এই আঁচনিৰ বিষয়ে জানেনে?

1 hour ago
দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব  কিহৰ অস্ত্ৰোপচাৰ?

দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব কিহৰ অস্ত্ৰোপচাৰ?

2 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

সপোনে দিব ভৱিষ্যতৰ সংকেত! জানক কোনটো শুভ আৰু কোনটো অশুভ

2 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

13 hours ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

13 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

13 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

14 hours ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

14 hours ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

অভিনেত্ৰীৰ হাতত থুৱাই দিছিল আমিৰে, তালিকাত নাম আছে বহু কেইগৰাকীৰ

editor by editor
March 14, 2024
in চিনেমা, জীৱনশৈলী
0
অভিনেত্ৰীৰ হাতত থুৱাই দিছিল আমিৰে, তালিকাত নাম আছে বহু কেইগৰাকীৰ
0
SHARES
81
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অভিনেত্ৰীৰ হাতত থুৱাই দিছিল আমিৰে, তালিকাত নাম আছে বহু কেইগৰাকীৰ

বলীউডৰ মিষ্টাৰ পাৰফেক্টনিষ্ট আমিৰ খানৰ আজৱ কাণ্ড। কাণ্ডৰ কথা শুনি হাঁহিত ফাটি পৰিছে ছলমান খান। কাৰণ আমিৰে কামেই কৰিছে একেবাৰে আজৱ।

চিনেমাত একেলগে কাম কৰা বহু কেইগৰাকী অভিনেত্ৰীৰ হাতত থুৱাই দিছিল আমিৰে। এই কথা আমিৰে নিজেই সদৰি কৰিছে এক ৰাষ্ট্ৰীয় চেনেল যোগে সম্প্ৰচাৰিত অনুষ্ঠানত।

ছলমান খান আৰু ইমৰান খানৰ উপস্থিতিত এই ভাষ্য কৰে মিষ্টাৰ পাৰফেক্টনিষ্টে। আমিৰে কয়- তেওঁ অভিনেত্ৰী সকলৰ হাত চোৱাৰ বুদ্ধিৰে তেনে নিকৃষ্ট কাম কৰিছিল। অৱশ্যে সেই সকলো এক ধেমালিৰ অংশহে আছিল।

অভিনেত্ৰী সকলৰ হাত চাই আমিৰে কথা কৈ থকাৰ মাজতে হঠাতে ইয়াতে তোমাৰ ঘৰ আছে, ইয়াতে তোমাৰ বাগান আৰু ইয়াতে তোমাৰ চুইমিংপুল বুলি হাতৰ সেই ঠাইতে থুৱাই দিছিল।

ধেমালি বুলি কৰা এনে কাম আমিৰে তাকো কোনো এলাপেচা অভিনেত্ৰীৰ সৈতে নহয়, মাধুৰী , জুহি আদিৰ সৈতে কৰিছিল এই থুৱাই দিয়া কাম।

ভাইজান ছলমানৰ আগত এই কথা সদৰি কৰাৰ লগে লগে মাধুৰি-জুহি হতে আমিৰৰ লগত কি কৰিছিল সেই বিষয়ে সোধাতো কোনো লুক ঢাক নকৰাকৈ সকলো কৈ দিয়ে আমিৰে।

মাধুৰি দিক্ষিতৰ সৈতে এনে কাম কৰোতে আমিৰৰ পিছে পিছে হকী ষ্টিক লৈ মাৰিবৰ বাবে দৌৰিছিল । জুহি চাওলাই খঙৰ কোবতে বহু দিনলৈ নমতাকৈ আছিল। অন্য সকলেও কৰিছিল তেনেধৰণে খঙৰ বহিঃ প্ৰকাশ।

লগতে আমিৰে ইয়াকো কয় যে, যি কেইগৰাকী অভিনেত্ৰীৰ সৈতে আমিৰে এনে থু পেলাই দিয়া ধেমালি কৰিছিল সেই প্ৰত্যেকগৰাকীয়েই একো একোগৰাকী জনপ্ৰিয় অভিনেত্ৰী হ’বলৈ সক্ষম হৈছে পাছলৈ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amir khanBollywoodbollywood actressIndian MoviePrankSalman Khan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!
জীৱনশৈলী

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

August 19, 2026
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!
জীৱনশৈলী

সপোনে দিব ভৱিষ্যতৰ সংকেত! জানক কোনটো শুভ আৰু কোনটো অশুভ

August 19, 2026
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

August 18, 2026
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?
জীৱনশৈলী

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

August 18, 2026
Next Post
দুই যাত্ৰীৰে সৈতে স্কুটী গৈ পালে ঘৰৰ চাদ, সকলোতে ভাইৰেল হৈ পৰিছে ভিডিঅ’

দুই যাত্ৰীৰে সৈতে স্কুটী গৈ পালে ঘৰৰ চাদ, সকলোতে ভাইৰেল হৈ পৰিছে ভিডিঅ'

খৰধৰ কৰক! তালিকাত থাকিব পাৰে আপোনাৰো কুকুৰটোৰ নাম, দেশত নিষিদ্ধ হ’ল ২৩ টা কৈ কুকুৰ

খৰধৰ কৰক! তালিকাত থাকিব পাৰে আপোনাৰো কুকুৰটোৰ নাম, দেশত নিষিদ্ধ হ'ল ২৩ টা কৈ কুকুৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.