• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খৰধৰ কৰক! তালিকাত থাকিব পাৰে আপোনাৰো কুকুৰটোৰ নাম, দেশত নিষিদ্ধ হ’ল ২৩ টা কৈ কুকুৰ

খৰধৰ কৰক! তালিকাত থাকিব পাৰে আপোনাৰো কুকুৰটোৰ নাম, দেশত নিষিদ্ধ হ’ল ২৩ টা কৈ কুকুৰ

3 years ago
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

23 minutes ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

40 minutes ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

1 hour ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

2 hours ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

2 hours ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

3 hours ago
‘হত শৈশৱ’

‘হত শৈশৱ’

4 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

5 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

6 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

6 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

8 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

খৰধৰ কৰক! তালিকাত থাকিব পাৰে আপোনাৰো কুকুৰটোৰ নাম, দেশত নিষিদ্ধ হ’ল ২৩ টা কৈ কুকুৰ

editor by editor
March 14, 2024
in অসম, উত্তৰ-পূব, জীৱনশৈলী, ভাৰত
0
খৰধৰ কৰক! তালিকাত থাকিব পাৰে আপোনাৰো কুকুৰটোৰ নাম, দেশত নিষিদ্ধ হ’ল ২৩ টা কৈ কুকুৰ
0
SHARES
116
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

খৰধৰ কৰক! তালিকাত থাকিব পাৰে আপোনাৰো কুকুৰটোৰ নাম, দেশত নিষিদ্ধ হ’ল ২৩ টা কৈ কুকুৰ

কুকুৰ প্ৰেমী সকললৈ এক দুখবৰ! এটা দুটা নহয়, ২৩ টাকৈ কুকুৰৰ প্ৰজাতি নিষিদ্ধ কৰা হ’ল ভাৰতত। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এই জাননি সদৰি কৰা হয়। তালিতাত আছে দেশৰ অন্যতম জনপ্ৰিয় পিটবুল, বুলডগ আদি পৰ্যন্ত।

দিল্লী উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশনাৰ পাছতে কেন্দ্ৰীয় চৰকাৰে সৰ্বমুঠ ২৩ টা কৈ প্ৰজাতিৰ বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। এক বিশেষজ্ঞ কমিটিৰ সিদ্ধান্তৰ পাছতে এই নিৰ্দেশনা।

বিগত কিছু সময়ৰ পৰা দেশৰ ভিন্ন ঠাইৰ পৰা কুকুৰ আক্ৰমণৰ খবৰৰ পাছতে পশুপালন আৰু দেইৰী মন্ত্ৰালয়ৰ সংযুক্ত সচীব ডাঃ অ. পি চৌধুৰীয়ে দেশৰ প্ৰতিখন ৰাজ্যলৈ এই সন্দৰ্ভত এক লিখিত প্ৰত্ৰ প্ৰেৰণ কৰিছে।

প্ৰেৰণ কৰা এই পত্ৰতেই ২৩ টা কৈ প্ৰজাতিৰ কুকুৰৰ নাম উল্লেখ কৰা আছে। এই তালিকা অনুসৰি নিষিদ্ধ হোৱা কুকুৰবোৰ হৈছে-

১/ পিটবুল টেৰিয়াৰ
২/ টোছা ইনু
৩/ আমেৰিকান ষ্টাফৰ্ডশ্বাইৰ টেৰিয়াৰ
৪/ ফিলা ব্ৰাজিলেইৰো
৫/ ডগো আৰ্জেণ্টিনো
৬/ আমেৰিকান বুলডগ
৭/ ব’ছব’ল
৮/ কংগল
৯/ মধ্য এছিয়াৰ শ্বেফাৰ্ড কুকুৰ
১০/ ককেচীয়ান শ্বেফাৰ্ড কুকুৰ
১১/ দক্ষিণ ৰাছিয়াৰ শ্বেফাৰ্ড কুকুৰ
১২/ টৰঞ্জক চাৰ্প্লানিনাক
১৩/ জাপানীজ টোছা আৰু আকিতা
১৪/ মাষ্টিফ
১৫/ ৰটৱেইলাৰ
১৬/ টেৰিয়াৰ
১৭/ ৰোডেছিয়ান ৰিজবেক
১৮/ ৱল্ফ ডগ
১৯/ কেনাৰিয়া
২০/ আকবাছ
২১/ মস্কো গুয়া
২১/ মস্কো গাৰ্ড
২২/ কেন কৰ্চো
২৩/ বেনডগ

কুকুৰৰ হিংসাত্মক ঘটনা হ্ৰাস কৰাৰ বাবেই ডগ ব্ৰিডিং আৰু মাৰ্কেটিং ৰুলছ ২০১৭ আৰু পেট শ্বপ ৰুলছ ২০১৮ কাৰ্যকৰী কৰাৰ বাবে নিৰ্দেশনা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: American Bulldogdog bandferociousPitbullRottweiler
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি
অসম

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

September 27, 2026
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…
জীৱনশৈলী

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

September 27, 2026
‘হত শৈশৱ’
সমীক্ষণ (আলোচনী)

‘হত শৈশৱ’

September 27, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

September 27, 2026
Next Post
বন্ধ হৈ পৰিব ১৮ টাকৈ অটিটি প্লেটফৰ্ম, সিদ্ধান্ত ল’লে কেন্দ্ৰীয় চৰকাৰে

বন্ধ হৈ পৰিব ১৮ টাকৈ অটিটি প্লেটফৰ্ম, সিদ্ধান্ত ল'লে কেন্দ্ৰীয় চৰকাৰে

প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ, কিশোৰীৰ মাতৃয়ে ক’লে যৌন নিৰ্যাতনৰ বলি হৈছে কন্যা

প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ, কিশোৰীৰ মাতৃয়ে ক'লে যৌন নিৰ্যাতনৰ বলি হৈছে কন্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.