• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুই যাত্ৰীৰে সৈতে স্কুটী গৈ পালে ঘৰৰ চাদ, সকলোতে ভাইৰেল হৈ পৰিছে ভিডিঅ’

দুই যাত্ৰীৰে সৈতে স্কুটী গৈ পালে ঘৰৰ চাদ, সকলোতে ভাইৰেল হৈ পৰিছে ভিডিঅ’

2 years ago
আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

2 minutes ago
দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

32 minutes ago
দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

47 minutes ago
‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

1 hour ago
৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

2 hours ago
বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

4 hours ago
এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

5 hours ago
বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু

বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু

6 hours ago
এই দুই বিশেষ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ

এই দুই বিশেষ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ

6 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

18 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

ভাগ্যই সলাব ৰূপ! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

19 hours ago
PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

দুই যাত্ৰীৰে সৈতে স্কুটী গৈ পালে ঘৰৰ চাদ, সকলোতে ভাইৰেল হৈ পৰিছে ভিডিঅ’

editor by editor
March 14, 2024
in বিবিধ, বিশ্ব
0
দুই যাত্ৰীৰে সৈতে স্কুটী গৈ পালে ঘৰৰ চাদ, সকলোতে ভাইৰেল হৈ পৰিছে ভিডিঅ’
0
SHARES
29
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুই যাত্ৰীৰে সৈতে স্কুটী গৈ পালে ঘৰৰ চাদ, সকলোতে ভাইৰেল হৈ পৰিছে ভিডিঅ’

বাহন চলোৱাত পাকৈত দুই যুৱতী। স্কুটী চলাই গৈ পালে একেবাৰে ঘৰৰ চাদ। যি ঘটনাৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে সকলো সামাজিক মাধ্যমতে।

বাহনে সৈতে দুই যুৱতী ঘৰৰ চালৰ ওপৰত। সৌভাগ্যক্ৰমে সামান্য আঘাতৰ বাদে সুকলমে আছে দুয়ো যুৱতী। পাছে ঘৰৰ হে অৱস্থা একেবাৰে বেয়া। ঘৰৰ চাল ভাঙি চুৰমাৰ।

ইমানেই বেয়াকৈ বাহন উৰি গৈ ঘৰৰ চালৰ ওপৰত পৰিছে যে, এতিয়া ভাঙি পৰা চালৰ পৰা সেই স্কুটী উলিয়াবলৈহে মহা মস্কিল হৈ পৰিছে স্থানীয় লোকৰ।

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই ভিডিঅ’ৰ ঘটনা ইণ্ডোনেছিয়াৰ বুলি জানিব পৰা গৈছে। স্কুটীখনৰ গতিবেগ ইমানেই অধিক আছিল যে, ব্ৰেকৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই আৰু এনে এক পৰিস্থিতিৰ সৃষ্টি হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: social mediaviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন
জীৱনশৈলী

আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

September 7, 2026
দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে
জীৱনশৈলী

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

September 7, 2026
‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’
ভাৰত

‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

September 7, 2026
বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড
অসম

বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

September 7, 2026
Next Post
খৰধৰ কৰক! তালিকাত থাকিব পাৰে আপোনাৰো কুকুৰটোৰ নাম, দেশত নিষিদ্ধ হ’ল ২৩ টা কৈ কুকুৰ

খৰধৰ কৰক! তালিকাত থাকিব পাৰে আপোনাৰো কুকুৰটোৰ নাম, দেশত নিষিদ্ধ হ'ল ২৩ টা কৈ কুকুৰ

বন্ধ হৈ পৰিব ১৮ টাকৈ অটিটি প্লেটফৰ্ম, সিদ্ধান্ত ল’লে কেন্দ্ৰীয় চৰকাৰে

বন্ধ হৈ পৰিব ১৮ টাকৈ অটিটি প্লেটফৰ্ম, সিদ্ধান্ত ল'লে কেন্দ্ৰীয় চৰকাৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.